পলাশবাৰীস্থিত বিজেপি কাৰ্যালয়ত প্ৰতিবাদকাৰীয়ে জ্বলালে বেনাৰ-পোষ্টাৰ…

পলাশবাৰীস্থিত বিজেপি কাৰ্যালয়ত প্ৰতিবাদকাৰীয়ে জ্বলালে বেনাৰ-পোষ্টাৰ…
  • পলাশবাৰীস্থিত বিজেপি কাৰ্যালয়ত প্ৰতিবাদ।
  • কাৰ্যালয়ৰ বেনাৰ-পোষ্টাৰসমূহ ভাঙি লণ্ড-ভণ্ড কৰে প্ৰতিবাদকাৰীয়ে।
  • বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত।
  • প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে অমিত শ্বাহৰ পোষ্টাৰ।
  • কেবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।
  • 'তেজ দিম লাগিলে, বিধেয়ক মানি নলওঁ' শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত।
  • 'নিৰ্লজ্জ বিধায়ক প্ৰণৱ কলিতাই পদত্যাগ কৰক' বুলি দাবী প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in