শেহতীয়া খবৰ
আজি প্ৰয়াগৰাজলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ  •  ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে  •  শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  পেঙাৰীত শিশু-মহিলাসহ ২০জন অবৈধ বাংলাদেশী আটক  •  পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ...  •  এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি

পলাশবাৰীস্থিত বিজেপি কাৰ্যালয়ত প্ৰতিবাদকাৰীয়ে জ্বলালে বেনাৰ-পোষ্টাৰ…

308
  • পলাশবাৰীস্থিত বিজেপি কাৰ্যালয়ত প্ৰতিবাদ।
  • কাৰ্যালয়ৰ বেনাৰ-পোষ্টাৰসমূহ ভাঙি লণ্ড-ভণ্ড কৰে প্ৰতিবাদকাৰীয়ে।
  • বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত।
  • প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে অমিত শ্বাহৰ পোষ্টাৰ।
  • কেবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।
  • ‘তেজ দিম লাগিলে, বিধেয়ক মানি নলওঁ’ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত।
  • ‘নিৰ্লজ্জ বিধায়ক প্ৰণৱ কলিতাই পদত্যাগ কৰক’ বুলি দাবী প্ৰতিবাদকাৰীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি