ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে ফটকা-ফুলজাৰি ফুটাই পালন হ’ল আনন্দ উৎসৱ…

ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে ফটকা-ফুলজাৰি ফুটাই পালন হ’ল আনন্দ উৎসৱ…
  • ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতে ৰাজস্থানত আনন্দোৎসৱ।
  • ৰাজস্থানৰ জয়চালমেৰত আনন্দ উৎসৱ পালন কৰে পাকিস্তানী শৰণাৰ্থীসকলে।
  • ফটকা-ফুলজাৰি ফুটাই চৰকাৰৰ সিদ্ধান্তক আদৰণি শৰণাৰ্থীসকলক।
  • আনফালে এই জাতিধ্বংসী বিধেয়কক লৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত এতিয়াও অব্যাহত আছে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in