শেহতীয়া খবৰ
আপোচবিহীনভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা...  •  মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ 'খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ  •  গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO  •  সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...  •  বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে...

ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে ফটকা-ফুলজাৰি ফুটাই পালন হ’ল আনন্দ উৎসৱ…

1,939
  • ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতে ৰাজস্থানত আনন্দোৎসৱ।
  • ৰাজস্থানৰ জয়চালমেৰত আনন্দ উৎসৱ পালন কৰে পাকিস্তানী শৰণাৰ্থীসকলে।
  • ফটকা-ফুলজাৰি ফুটাই চৰকাৰৰ সিদ্ধান্তক আদৰণি শৰণাৰ্থীসকলক।
  • আনফালে এই জাতিধ্বংসী বিধেয়কক লৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত এতিয়াও অব্যাহত আছে প্ৰতিবাদ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি