পুৱাই পাকিস্তানৰ নিলাজ কাণ্ড! পুনৰ উলংঘা কৰিলে যুদ্ধবিৰতি…

ফাইল ফটো
ফাইল ফটো
  • পাকিস্তানে পুনৰ উলংঘা কৰিলে যুদ্ধবিৰতি।
  • মঙলবাৰে পুৱা যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানে।
  • পুঞ্জ চেক্টৰত যুদ্ধবিৰতি উলংঘা কৰে দেশখনে।
  • পুঞ্জৰ কাছবা আৰু কিৰণী চেক্টৰত পাকিস্তানে গুলীচালনা কৰে।
  • পুৱা ৯.৩০ বজাত পাকিস্তানে কৰে এই কাৰ্য।
  • মৰ্টাৰো নিক্ষেপ কৰে পাকিস্তানে।
  • প্ৰায় প্ৰতিদিনেই পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি আহিছে।
  • ২০১৯ৰ জানুৱাৰীৰ পৰা ১০ অক্টোবৰলৈ পাকিস্তানে ২৩৭১বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে।
  • এই কথা জানিবলৈ দিছে ভাৰতীয় সেনাৰ সূত্ৰই।
  • লগতে চলিত বৰ্ষৰ ১০ অক্টোবৰলৈ সেনাৰ অভিযানত নিহত হৈছে ১৪৭টাকৈ সন্ত্ৰাসবাদী।
  • ২০১৮বৰ্ষত পাকিস্তানে কৰিছিল বহুবাৰ যুদ্ধবিৰতি উলংঘন।
  • ১৬২৯বাৰকৈ যুদ্ধবিৰতি উলংঘা কৰিছিল দেশখনে।
  • ২০১৮ত ভাৰতীয় সেনাৰ অভিযানত মৃত্যু হৈছিল ২৫৪টা সন্ত্ৰাসবাদীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in