জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ

জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ
  • জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ।
  • ৰাজৌৰী জিলাৰ নৌচেৰা চেক্টৰত ভাৰতলৈ লক্ষ্য কৰি গুলীবৰ্ষণ পাক সেনাৰ।
  • শনিবাৰে বিয়লিৰ ভাগত ধাৰাসাৰ গুলীবৰ্ষণ কৰে পাকিস্তানী সেনাই।
  • পাক সেনাৰ গুলীবৰ্ষণক লৈ সীমান্তত আতংকময় পৰিৱেশ।
  • এই গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাইয়ো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in