এইবাৰ পাকিস্তানত আত্মঘাতী বিস্ফোৰণ, নিহত ৯ জোৱান

এইবাৰ পাকিস্তানত আত্মঘাতী বিস্ফোৰণ, নিহত ৯ জোৱান
  • পাকিস্তানত এইবাৰ সন্ত্ৰাসবাদীৰ আত্মঘাতী বিস্ফোৰণ।
  • আত্মঘাতী বিস্ফোৰণত ৯ জন জোৱান নিহত হোৱাৰ উপৰিও পাকিস্তানী সেনাৰ ১১জনকৈ জোৱান আহত।
  • পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত কৰা হয় এই বিস্ফোৰণ।
  • পাকিস্তানী সেনাৰ কনভয়ত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।
  • বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে বিআৰএএছ নামৰ সংগঠনটোৱে।
  • পাকিস্তানলৈ চৌদি আৰৱৰ ৰজাৰ আগমণৰ কেইঘণ্টামান পূৰ্বে সংঘটিত এই ঘটনা।
  • জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ দুদিনৰ পাছতেই সংঘটিত হয় এই ঘটনা।

(বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদমাধ্যমত লাভ কৰা খবৰ অনুসৰি)

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in