শেহতীয়া খবৰ
মন্ত্ৰী পীযুষ হাজৰিকাক ক'লা পতাকা প্ৰদৰ্শন আছুৰ... VIDEO  •  'কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং  •  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন  •  দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ...  •  জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...  •  ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ...  •  দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ  •  পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…

পাকিস্তানত বায়ু প্ৰদূষণঃ দুদিনৰ বাবে বন্ধ শিক্ষানুষ্ঠান…

497

ডিজিটেল ডেস্কঃপাকিস্তানৰ লাহোৰৰ কাষৰীয়া জিলাসমূহত বায়ুৰ গুণমান ভয়ংকৰ হাৰত হ্ৰাস পাইছে। বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই জিলাসমূহৰ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰে প্ৰশাসনে।

পঞ্জাৱ স্কুল এজুকেশ্যন ডিপাৰ্টমেন্ট দ্বাৰা জাৰিকৰা এক অধিসূচনাত সদৰী কৰা অনুসৰি, বায়ু প্ৰদূষণৰ প্ৰতি নজৰ ৰাখি লাহোৰ, ফেছলাবাদ তথা গুজৰাৱালা জিলাত ১৫ আৰু ১৬ নবেম্বৰত বন্ধ ৰখা হ’ব বিদ্যালয়, মহাবিদ্যালয়সমূহ।

লাহোৰ ডিভিজনৰ এগৰাকী আৰক্ষী উচ্চপদস্থ বিষয়াই সদৰী কৰা অনুসৰি, চৰকাৰ তথা প্রশাসনেএই সন্দৰ্ভত আলোচনা কৰিছে। আৰু এই বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কৃত্ৰিম বৰষুণ তথা আন উপায় সন্দৰ্ভতো আলোচনা অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি