শেহতীয়া খবৰ
পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...  •  কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড

পাকিস্তানৰ পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত ক্ষোভিত ৰাইজৰ…

97

ডিজিটেল ডেস্কঃপাকিস্তানৰ খেবৰ পখটুনখৱা প্ৰান্তত পথ অৱৰোধ কৰিছে ক্ষোভিত নাগৰিকে। ঈদ উদযাপনৰ বাবে এই অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰাৰ বাবে পথলৈ ওলাই আহে প্ৰতিবাদকাৰী ৰাইজ। আৰু ফলত পথসমূহত সৃষ্টি হয় ভীষণ যান-জঁটৰ। প্ৰতিবাদকাৰীসকলে পথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।

দ্য এক্সপ্ৰেছ ট্ৰিবিউন অনুসৰি, প্ৰতিবাদকাৰীয়ে সমগ্ৰ পখটুনখৱা প্ৰান্তত সাব্যস্ত কৰে এই প্ৰতিবাদ। ইফালে, স্বাৰী জিলাত বৃহৎ সংখ্যক ক্ষোভিত নাগৰিকে সাব্যস্ত কৰিছে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে জিলাখনেৰে পাৰ হোৱা মুল পথটো প্ৰায় ৩ ঘণ্টাৰ বাবে অৱৰোধ কৰে।

আনহাতে, পখটুনখৱা প্ৰান্তৰ ছাৰসাদা জিলাো বিদ্যুৎ কৰ্তন কৰাৰ ফলত পথ অৱৰোধ কৰে স্থানীয় নাগৰিকসকলে। জানিব পৰা মতে, তুৰংগজাঅ’ ৰোড, শ্বেৰপাঅ’-উমৰজই ৰোড, হৰিচন্দকে ধৰি বিভিন্ন স্থানত সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে, ঘৰত বিজুলী বেছিভাগ সময় নাথাকে। আৰু থাকিলেও ভল্টেজ একেবাৰে কম। গতিকে আমাৰ সমস্যাৰ সমাধান লাগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি