পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেব মালিকৰ বাহন দুৰ্ঘটনাত পতিত…

পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেব মালিকৰ বাহন দুৰ্ঘটনাত পতিত…

ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বোৱেব মালিকৰ বাহন দুৰ্ঘটনাত পতিত। জানিব পৰা মতে, এই দুৰ্ঘটনাত আহত হোৱা নাই মালিক। তেওঁ সম্পূৰ্ণ ৰূপে সুৰক্ষিত। এই দুৰ্ঘটনাত লাহোৰৰ নেশ্যনেল হাই পাৰফৰ্মেন্স চেন্টাৰত সংঘটিত হৈছে।

ইতিমধ্য, এই দুৰ্ঘটনাৰ এটা ভিডিঅ'ও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত শ্বোৱেহ মালিকৰ বাহনখন সম্পূৰ্ণ ৰূপে দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু সৌভাগ্যক্ৰমে মালিক আহত হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in