শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেব মালিকৰ বাহন দুৰ্ঘটনাত পতিত…

2,814

ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্বোৱেব মালিকৰ বাহন দুৰ্ঘটনাত পতিত। জানিব পৰা মতে, এই দুৰ্ঘটনাত আহত হোৱা নাই মালিক। তেওঁ সম্পূৰ্ণ ৰূপে সুৰক্ষিত। এই দুৰ্ঘটনাত লাহোৰৰ নেশ্যনেল হাই পাৰফৰ্মেন্স চেন্টাৰত সংঘটিত হৈছে।

ইতিমধ্য, এই দুৰ্ঘটনাৰ এটা ভিডিঅ’ও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত শ্বোৱেহ মালিকৰ বাহনখন সম্পূৰ্ণ ৰূপে দুৰ্ঘটনাত পতিত হোৱা পৰিলক্ষিত হৈছে। কিন্তু সৌভাগ্যক্ৰমে মালিক আহত হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি