শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

120
  • জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তান সেনাৰ।
  • জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ হীৰানগৰ চেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
  • নিশা ৯.৩০ বজাত ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰে পাক সেনাই।
  • পাক সেনাৰ এই গুলীবৰ্ষণৰ উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইও।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি