জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

  • জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তান সেনাৰ।
  • জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ হীৰানগৰ চেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
  • নিশা ৯.৩০ বজাত ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰে পাক সেনাই।
  • পাক সেনাৰ এই গুলীবৰ্ষণৰ উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in