পাক সেনাৰ গুলীত সীমান্তত শ্বহীদ ভাৰতীয় সেনা জোৱান…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্ত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
  • ৰাজৌৰী নছেৰা চেক্টৰত ভাৰতীয় সেনালৈ লক্ষ্য কৰি পাক সেনা গুলীবৰ্ষণ।
  • এই ঘটনাত পাকসেনাৰ গুলীত নিহত হৈছে এগৰাকী ভাৰতীয় সেনা জোৱান।
  • জোৱানজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
  • উল্লেখ্য যে, যোৱা ২২জুনতো জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীত নিহত হৈছিল এগৰাকী সেনা জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in