৯ মাহতেই এল অ’ চিত ২ সহস্ৰাধিক বাৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ…

  • পাকিস্তানে প্ৰায়ে যুদ্ধবিৰতি উলংঘাৰে প্ৰমাণ কৰি আহিছে নিজৰ কাপুৰুষালী।
  • প্ৰায় প্ৰতিদিনেই পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি আহিছে।
  • ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি, ২০১৯ৰ জানুৱাৰীৰ পৰা ১০ অক্টোবৰলৈ পাকিস্তানে ২৩৭১বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে।
  • লগতে চলিত বৰ্ষৰ ১০ অক্টোবৰলৈ সেনাৰ অভিযানত নিহত হৈছে ১৪৭টাকৈ সন্ত্ৰাসবাদী।
  • উল্লেখ্য যে, ২০১৮বৰ্ষত পাকিস্তানে কৰিছিল ১৬২৯বাৰকৈ যুদ্ধবিৰতি উলংঘা।
  • আৰু সেই বৰ্ষত ভাৰতীয় সেনাৰ অভিযানত মৃত্যু হৈছিল ২৫৪টা সন্ত্ৰাসবাদীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in