পাকিস্তানী বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত…

পাকিস্তানী বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত…

  • পাকিস্তানী বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।
  • ছোৰকোটৰ সমীপত শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয় পাকিস্তানী বায়ু সেনাৰ মিৰাজ বিমানখন।
  • বায়ু সেনাৰ প্ৰশিক্ষণকালত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
  • অৱশ্যে এই বিমান দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in