পাকিস্তানৰ বেলুছিস্তানত ভয়ংকৰ বিস্ফোৰণ, নিহত ৫, আহত ১ জন

পাকিস্তানৰ বেলুছিস্তানত ভয়ংকৰ বিস্ফোৰণ, নিহত ৫, আহত ১ জন
  • পাকিস্তানৰ বেলুছিস্তানত ভয়ংকৰ বিস্ফোৰণ।
  • বালছিস্তানৰ কুৱেটেৰাত বিয়লি সংঘটিত হয় এই বিস্ফোৰণত।
  • বিস্ফোৰণত নিহত হৈছে ৫জনকৈ লোক।
  • আনহাতে এজন লোক আহত হৈছে এই বিস্ফোৰণত।
  • আহত জনৰ অৱস্থা সংকটজনক।
  • বিস্ফোৰণৰ আঁৰত কোন জড়িত আছে সেয়া জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in