শেহতীয়া খবৰ
ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  মোবাইল প্ৰেমে চেৰ পেলালে সন্তানপ্ৰেমক!  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক  •  বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক  •  নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO  •  লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

পাকিস্তানৰ ২২ সংখ্যক প্ৰধানমন্ত্ৰী হ’ল ইমৰান খান

172

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত ল’লে ইমৰান খানে। পুৱা প্ৰায় ১১বজাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দেশখনৰ ২২সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে। পাক ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই শপত গ্ৰহণ অনুষ্ঠানত দেশ-বিদেশৰ ভালে সংখ্যক লোক উপস্থিত আছিল।

এই শপতগ্ৰহণ অনুষ্ঠানত ইমৰান খানৰ কেবাজনো বিদেশী ক্ৰিকেটাৰে অংশ লয়। তাৰ ভিতৰত উল্লেখযোগ্য আছিল নবজোৎ সিং সিদ্ধু। শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱা সময়ত সিদ্ধুক পাকিস্তান সেনা প্ৰধান ওমৰ যাৱেদে গলত সাপতি উষ্ম আদৰণি জনায়। শপত গ্ৰহণস্থলীত সিদ্ধুক প্ৰথম শাৰীৰ আসনত বহিবলৈ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি