পাকিস্তানৰ বিৰুদ্ধে ৩০৮ ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ

পাকিস্তানৰ বিৰুদ্ধে ৩০৮ ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ
  • ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ৪৯ অভাৰত সংগ্ৰহ কৰে ৩০৭ ৰাণ।
  • ৪৯ অভাৰত সকলো উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই।
  • ২৩ অভাৰত পাকিস্তানে সংগ্ৰহ কৰিছে ১২৬ ৰাণ।
  • বৰ্তমানলৈকে পাকিস্তানে হেৰুৱাইছে ২ টা উইকেত।
  • কুপাৰ এছ'চিয়েটছ কান্টি গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে খেলখন।
  • অষ্ট্ৰেলিয়াৰ হৈ সৰ্বোচ্চ ১০৭ ৰাণ সংগ্ৰহ ডেভিদ ৱাৰ্নাৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in