শেহতীয়া খবৰ
ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  জু তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ দাউ দাউকৈ জ্বলিল চাফাৰি...  •  ধুটি-কুৰ্তা পিন্ধি অযোধ্যালৈ ৰাওনা হ'ল নৰেন্দ্ৰ মোদী...  •  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈয়েই মৃত্যুক সাৱটিব লগা হৈছে হাইস্কুলৰ ফিক্সড পেৰ শিক্ষকে...  •  লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস...  •  ৰাম মন্দিৰৰ বাবে সুদীৰ্ঘ ২৮ বছৰ আছিল অনাহাৰে কিন্তু নাপালে নিমন্ত্ৰণ...  •  ৰাম মন্দিৰৰ ভূমি পূজনত অংশ লোৱা প্ৰত্যেকেই পাব বিশেষ উপহাৰ...  •  মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱাজী ৰাও পাটিলৰ মৃত্যু...  •  আজি অযোধ্যাত হ'ব ৰাম মন্দিৰৰ শিলান্যাস...

পাকিস্তানৰ বিৰুদ্ধে ৩০৮ ৰাণৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ

40
  • ক্ৰিকেট বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ৪৯ অভাৰত সংগ্ৰহ কৰে ৩০৭ ৰাণ।
  • ৪৯ অভাৰত সকলো উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই।
  • ২৩ অভাৰত পাকিস্তানে সংগ্ৰহ কৰিছে ১২৬ ৰাণ।
  • বৰ্তমানলৈকে পাকিস্তানে হেৰুৱাইছে ২ টা উইকেত।
  • কুপাৰ এছ’চিয়েটছ কান্টি গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে খেলখন।
  • অষ্ট্ৰেলিয়াৰ হৈ সৰ্বোচ্চ ১০৭ ৰাণ সংগ্ৰহ ডেভিদ ৱাৰ্নাৰৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি