শেহতীয়া খবৰ
৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  বাস্তৱৰ জীৱনঃ কি ক’বি, সৰুজনী ছোৱালীয়ে মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ

অজয় মাকনে এৰিলে নেকি কংগ্ৰেছ! 

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দিল্লী কংগ্ৰেছৰ দায়িত্বত থকা অজয় মাকনে পদত্যাগ কৰা খবৰে দেশৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই খবৰ অস্বীকাৰ কৰিছে কংগ্ৰেছৰ নেতৃত্বই। এনে খবৰ ওলাইছিল যে- দিল্লী কংগ্ৰেছৰ সভাপতিৰ…
আৰু পঢ়ক...

গুৱাহাটী কিমান লেতেৰা? চাওঁক নিজ চকুৰে…

চলি আছে ‘স্বচ্ছতাই সেৱা’ অভিযান। কিন্তু এই অভিযানে চুব পাৰিছেনে গুৱাহাটীক? ৰাজপথলৈ হাতত ঝাড়ু লৈ ওলাইছে মুখ্যমন্ত্ৰী। সজাগ হৈছে জানো মহানগৰবাসী? গুৱাহাটী কিমান লেতেৰা? চাওঁক পলাশজ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন- স্বচ্ছতাই সেৱা। প্ৰধানমন্ত্ৰী…
আৰু পঢ়ক...

৫৬৮ কেজি ওজনৰ কেক কাটি উদযাপন মোডীৰ জন্মদিন

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজাৰ লগতে ১৭ ছেপ্টেম্বৰত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। মোডীৰ জন্মদিন বিভিন্ন স্থানত বিভিন্নজনে বিভিন্ন ধৰণে উদযাপন কৰিলে। ১৯৫০চনৰ ১৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।…
আৰু পঢ়ক...

জন্মস্থান বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মজয়ন্তীৰ কাৰ্যসূচী আৰম্ভ

ডিজিটেল ডেস্ক, বটদ্ৰৱাঃ জগতগুৰু মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্রীশ্রী বটদ্রৱা থানত আজিৰ পৰা আৰম্ভ হৈছে গুৰুজনাৰ ৫৭০ সংখ্যক জন্মোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী৷ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ বটদ্ৰৱাত উখল-মাখল পৰিবেশৰ সৃষ্টি…
আৰু পঢ়ক...

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ০.১০টকা। বৰ্তমান পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৮২.১৬টকা । ডিজেলৰো বৃদ্ধি হ’ল ০.৯টকাকৈ প্ৰতি লিটাৰত। দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৭৩.৮৭টকা।…
আৰু পঢ়ক...

বিহাৰৰ জামুইত নক্সালৰ আক্ৰমণ, নিহত এজন সেনা জোৱান

সোমবাৰে নিশা বিহাৰত নক্সালৰ ভয়াৱহ আক্ৰমণ। বিহাৰৰ জামুই জিলাৰ বৰহাট আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত চলাইছিল আক্ৰমণ। এই আক্ৰমণত এজন সেনা জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে।
আৰু পঢ়ক...

বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু

ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু। পুৱতি নিশা চিকিৎসালয়ত মৃত্যু হয় শিক্ষাবিদজনৰ। ধেমাজি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আছিল পেগু। শিক্ষা ক্ষেত্ৰৰ লগতে আছিল সাহিত্য ক্ষেত্ৰতো যথেষ্ট বৰঙণি। তেখেতৰ এখন উল্লেখযোগ্য…
আৰু পঢ়ক...

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত সাতমাইল

বিশ্বকৰ্মা পূজাৰ দিনাই মহানগৰীৰ সাতমাইলত পথ দুৰ্ঘটনা। পথ দুর্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতি। দুটা ফৈদৰ মাজত সংঘটিত হয় হতাহতি। ঘটনাস্থলীত আৰক্ষী-চিআৰপিএফৰ লাঠীচালনা। আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজাৰ দিনা গাঁৱৰ ঘৰত মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বিশ্বকৰ্মা পূজাৰ দিনটোত ৰাজধানীৰ ভিৰ আৰু কোলাহলক একাষৰীয়াকৈ থৈ গাঁৱৰ ঘৰত ওচৰ-চুবুৰীয়াৰ সৈতে সময় কাটলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গাঁওবাসীৰ দুখ-দুৰ্দশাৰ বুজ লৈ নিজ বাসগৃহৰ সমুখৰ এটি পথৰো আধাৰশিলা স্থাপন…
আৰু পঢ়ক...

প্ৰত্যাহ্বানৰ সমুখত মুখ্যমন্ত্ৰী

এখন শুদ্ধ আৰু সম্পূৰ্ণ এন আৰ চিৰ পক্ষত অসমৰ দল-সংগঠন নিৰ্বিশেষে যি জাতীয় সহমতৰ সৃষ্টি হৈছে, তাৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যখনৰ জাতীয় শিবিৰ ঐক্যবদ্ধ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। জাতীয়তাবাদী শক্তিবোৰে এই সুযোগ গ্ৰহণ কৰি বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত…
আৰু পঢ়ক...