শেহতীয়া খবৰ

ডিজিটেল চোৰৰ সন্ত্ৰাস! ষ্টেট বেংকৰ কলিয়াবৰ শাখাত আকৌ অন্তৰ্ধান গ্ৰাহকৰ ধন

ডিজিটেল সংবাদ, কলিয়াবৰঃ ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাত আপোনাৰ একাউণ্ট আছে নেকি? যদি আছে তেন্তে সাৱধান। কিয়নো ডিজিটেল চোৰে বাৰুকৈয়ে লম্ভিছে ষ্টেট বেংকৰ এই শাখাটোক। যিকোনো মুহূৰ্ততে আপোনাৰ অজ্ঞাতে অন্তৰ্ধান হৈ পৰিব পাৰে কষ্টোপাৰ্জিত ধন।…
আৰু পঢ়ক...

পুঁজিৰ অভাৱ! ১৫ ডিচেম্বৰৰ পাছতহে পঞ্চায়ত নিৰ্বাচন

১৫ ডিচেম্বৰৰ পাছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সময় বিছাৰি উচ্চ ন্যায়ালয়ত আবেদন ৰাজ্যিক নিৰ্বাচনী আয়োগৰ। দুই-এদিনতে শুনানি দিয়াৰ সম্ভাৱনা। পঞ্চায়ত নিৰ্বাচনৰ পাছতহে অনুষ্ঠিত হব জিএমচি নিৰ্বাচন। নিৰ্বাচনৰ বাবে পৰ্যাপ্ত…
আৰু পঢ়ক...

নামৰূপত শোকাৱহ পথ দুৰ্ঘটনা, কণমানি পুত্ৰসহ থিতাতে নিহত মহিলা

ডিজিটেল সংবাদ, নামৰূপঃ ডিব্ৰুগড়ৰ নামৰূপত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যুক সাবটি লয় মাতৃ আৰু পুত্ৰই। প্ৰত্যক্ষদৰ্শীসকলৰ মতে, বিদ্যালয়ৰ পৰা এগৰাকী মহিলাই কণমানি পুত্ৰক ঘৰলৈ আনি থকাৰ সময়তে এখন তীব্ৰবেগী…
আৰু পঢ়ক...

ডেৰাডুনৰ বৰ্ডিং স্কুলত দশম শ্ৰেণীৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ৰেৱাড়ী কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ ডেৰাডুনত পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। উত্তৰাখণ্ডৰ ৰাজধানী চহৰখনৰ এখন বৰ্ডিং স্কুলত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ একাংশ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে দশম…
আৰু পঢ়ক...

ৰাফেল কেলেংকাৰী, মূল্যবৃদ্ধিক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে মহানগৰ কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাফেল বিমান কেলেংকাৰী আৰু পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰা কংগ্ৰেছৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে মঙলবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। মেঘদূত ভৱনৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়…
আৰু পঢ়ক...

পুনৰ ধেমাজিলৈ ৰে’ল চলাচল আৰম্ভ

ডিজিটেল সংবাদ, ধেমাজিঃ মঙলবাৰৰ পৰা পুনৰ ধেমাজিলৈ আৰম্ভ হৈছে ৰে'ল চলাচল। ১৪ ছেপ্টেম্বৰৰ পুৱাৰ পৰা ধেমাজিলৈ ৰেল সেৱা ব্যাহত হৈ আছিল। জীয়াঢলৰ বাঢ়নি পানীয়ে এখন ৰে’লৰ দলঙৰ এটা মূৰ খহাই নিয়াৰ ফলত চাৰিদিন ধৰি এই সেৱা বন্ধ কৰিবলগা হৈছিল ৰেল…
আৰু পঢ়ক...

বুধবাৰে সুৰা বিপণী বন্ধৰ নিৰ্দেশ কামৰূপ মেট্ৰ’ প্ৰশাসনৰ

বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ। গুৰুজনাৰ জন্মোৎসৱৰ দিনা কামৰূপ মহানগৰ প্ৰশাসনৰ বিশেষ নিৰ্দেশ। জিলাখনত সকলো সুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ দিছে কামৰূপ (ম) উপায়ুক্তই। আবকাৰী অনুজ্ঞাপত্ৰ থকা দেশী-বিদেশী সুৰাৰ বিপণী…
আৰু পঢ়ক...

চাইনা অপেনৰ পৰা বাহিৰ ছাইনা!

চাইনা অপেন বেডমিন্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’ল ছাইনা নেহৱাল। প্ৰথম ৰাউণ্ডতে পৰাস্ত তাৰকা বেডমিন্টন খেলুৱৈগৰাকী। দক্ষিণ কোৰিয়াৰ ছুং জি হ্যুনৰ হাতত পৰাস্ত ছাইনা।
আৰু পঢ়ক...

শিৱসাগৰত চিলনী চোৰ! পুৱাই কাঢ়ি নিলে ৮৩হাজাৰ টকা

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ নগৰত দিনক দিনে বৃদ্ধি হৈছে চিলনী চোৰৰ তাণ্ডৱ। নগৰখনৰ দলমুখ চাৰিআলিৰ ৰসৰাজ হোটেলৰ সমুখৰ পৰা মঙলবাৰে দিনৰ প্ৰায় ১১.৩০বজাত চিলনী চোৰে কাঢ়ি নিলে ৮৩ হেজাৰ টকা। ভাৰতীয় ষ্টেট বেংকৰ অ’ এন জি চি কলনি শাখাৰ পৰা…
আৰু পঢ়ক...

দায়ৱদ্ধতাৰ নজিৰবিহীন দৃষ্টান্তঃ শিক্ষাৰ্থীক সদায় হাত নাৱেৰে অনা নিয়া কৰে বিদ্যালয়ৰ প্ৰধানে

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ কামপুৰ ৰাজহচক্ৰ অন্তৰ্গত এখন অনুন্নত গাওঁ পলশা। কামপুৰ নগৰৰ পৰা পূৱলৈ প্ৰায় তিনি কিলোমিটাৰ পথ যোৱাৰ পিছতে পোৱা যায় অসমৰ এখন উল্লেখনীয় ঠাই তেতেলিসৰা। নিশাৰী নৈ পাৰত গঢ়ি উঠা তেতেলিসৰাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ গ'লেই…
আৰু পঢ়ক...