২০১৯ৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি

মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি। ২০১৯ বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অধিসূচনা জাৰি। অসম মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰিছে এই অধিসূচনা। ২৫ অক্টোবৰৰ পৰা ১৫ নবেম্বৰৰ ভিতৰত …
আৰু পঢ়ক...

দুৰ্গা পূজাৰ মাজতে গোলাঘাটত অঘটন

দুৰ্গা পূজাৰ আনন্দৰ মাজতে গোলাঘাটত সংঘটিত হ’ল অঘটন। গোলাঘাট নগৰৰ ষ্টেচন ৰোডৰ এখন দোকানত ২ দুৰ্বৃত্তই চলালে আক্ৰমণ। দুৰ্বৃত্তদ্বয় এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ আচবাব আৰু সামগ্ৰী ভাগি লণ্ড ভণ্ড কৰে। দোকানখনৰ স্বত্তাধিকাৰ আলাউদ্দিনৰ…
আৰু পঢ়ক...

সৱৰিমালা মন্দিৰক লৈ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি, মহিলা সাংবাদিকক আক্ৰমণ, চাওক VIDEO

ডিজিটেল ডেস্কঃ কেৰালাৰ সৱৰিমালা মন্দিৰক লৈ অব্যাহত আছে প্ৰতিবাদৰ। বুধবাৰে সৱৰিমালা মন্দিৰৰ পৰম্পৰা ৰক্ষাৰ প্ৰতিবাদ জনাই ৰাজপথলৈ ওলাই অহা স্থানীয় লোকসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বুধবাৰে প্ৰতিবাদকাৰীসকলে…
আৰু পঢ়ক...

সৱৰিমালা মন্দিৰত আৰম্ভ পূজা, চাওক VIDEO

কেৰালাৰ তিৰুৱানন্তপুৰমস্থিত সৱৰিমালা মন্দিৰত দেৱীৰ পূজা অৰ্চনা বুধবাৰে সন্ধিয়া ৫ বজাত ভক্তৰ বাবে মুকলি হ’ল সৱৰিমালা মন্দিৰৰ দ্বাৰ। দেৱী পূজা আৰম্ভ হোৱাৰ পিছতে লানি নিচিগা সোত বৈছে ভক্তৰ। নিশা ১০-৩০ বজালৈ ভক্তৰ বাবে খোলা থাকিব…
আৰু পঢ়ক...

দেশৰ মুখ্য ন্যায়াধীশৰ নামতো ফেক একাউণ্ট! কি হ’ব নেটিজেনৰ ভৱিষ্যত…

♦ ডি জে ধনন্তৰি চীনৰ শেহতীয়া এটি ঘটনা। য়াং কেইলি। ২০বছৰ বয়সতে সমগ্ৰ চীনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে অৰ্জন কৰিছে বিপুল জনপ্ৰিয়তা। চীনা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত য়াঙৰ আছে ৪কোটিৰ অধিক ফলোৱাৰ। তেনেই কম বয়সতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নায়িকাত পৰিণত…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. নগাঁৱত বাবুল আলী নামৰ এজন আৰক্ষী পৰিদর্শকে কৰ্তব্যৰত গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া। দিলীপ বৰা নামৰ গৃহৰক্ষী জোৱানজনৰ লগতে গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ নগাঁও সদৰ থানাত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল। ২.…
আৰু পঢ়ক...

মহাষ্টমীৰ দিনাই মহানগৰীত শোকাৱহ ঘটনা, দ্ৰুতবেগী ট্ৰাকে মহতিয়ালে এজনক

দুৰ্গা পূজাৰ আনন্দ-উলাহৰ মাজতে মহানগৰীত পথ দুৰ্ঘটনা। বশিষ্ঠ চাৰিআলিত এখন ট্ৰাকে মহতিয়ালে এজন লোকক। দুৰ্ঘটনাত নিহত হয় লোকজন। পথ পাৰ হোৱা সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আটক কৰে ট্ৰাক চালকজনক।…
আৰু পঢ়ক...

#MeToo: বিদেশ ৰাজ্যমন্ত্ৰী এম জে আকবৰৰ পদত্যাগ

মোদী চৰকাৰৰ বিদেশ ৰাজ্যমন্ত্ৰী এম জে আকবৰৰ পদত্যাগ। #MeTooৰ জৰিয়তে আকবৰৰ বিৰুদ্ধে ১২ গৰাকীৰো অধিক মহিলাই উত্থাপন কৰিছিল যৌন নিৰ্যাতনৰ অভিযোগ। অভিযোগ উত্থাপনৰ পাছৰপৰা আকবৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল বিৰোধীয়ে। মোদী চৰকাৰৰ বিগত…
আৰু পঢ়ক...

অন্ধ্ৰপ্ৰদেশত পথ দুৰ্ঘটনা, নিহত ৬

অন্ধপ্ৰদেশৰ অমৰাৱতীত শোকাৱহ পথ দুৰ্ঘটনা। পথৰ কাষত ৰখাই থোৱা ভেনত খুন্দা ট্ৰাকৰ। দুৰ্ঘটনাত একেটা পৰিয়ালৰে ২ শিশুসহ ৬গৰাকী লোকৰ মৃত্যু। আহত হোৱা ১৫জন লোকক চিকিৎসালয়ত ভৰ্তি।
আৰু পঢ়ক...

দিছপুৰত অসম-বাংলাদেশৰ সম্প্ৰীতি সন্দৰ্ভত বিধায়ক শিলাদিত্যৰ বৈঠক

অসম-বাংলাদেশৰ সম্প্ৰীতি সন্দৰ্ভত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰে শিলাদিত্যৰ বৈঠক। সহকাৰী উচ্চায়ুক্ত ডাঃ শ্বাহ মহম্মদ আনচাৰীৰ সৈতে দিছপুৰত বিধায়ক শিলাদিত্যৰ বৈঠক। বিধায়ক শিলাদিত্য দেৱৰ চৰকাৰী আবাসত এই বৈঠক। এই বৈঠকত উপস্থিত…
আৰু পঢ়ক...