শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

বিটিচিক ইউ টি চিলৈ উন্নীত কৰা প্ৰক্ৰিয়াৰ প্ৰতিবাদত ওদালগুৰিত ৬ জনগোষ্ঠীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, টংলাঃ সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীত দীৰ্ঘ সময় ধৰি যুদ্ধ বিৰতিত থকা এন ডি এফ বি প্ৰগতিশীল আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ সময়তে বৰ্তমানৰ বিটিচিক কেন্দ্ৰীয় স্বায়ত্ব শাসিত পৰিষদলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি আছে। যাৰ…
আৰু পঢ়ক...

মৰাণত জাতীয় সংগঠনৰ নেতাৰ গুণ্ডাগিৰি!

ডিজিটেল সংবাদ, মৰাণঃ শুকুৰবাৰে জাতীয়-জনগোষ্ঠীয় সংগঠনৰ কিছু নেতা কোন দিশে ধাৱমান হৈছে সেয়া সকলোৱে দেখিছে। বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংগমস্থলত অৱস্থিত মৰাণ নগৰ আৰু পাশ্বৱৰ্ত্তী অঞ্চলত একাংশ অসাধু যুৱকে জাতীয়-জনগোষ্ঠীয় সংগঠন…
আৰু পঢ়ক...

বোকাখাতত অবৈধ মৰাণাস্ত্ৰসহ ৩ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বোকাখাটঃ ৰাজ্যত বন্য জীৱ-জন্তু হত্যাৰে চোৰাং পন্থাৰে একাংশ অসাধু চক্ৰই চলাই আহিছে ৰমৰমীয়া বেহা। তেনে এক সময়তে শুকুৰবাৰে বোকাখাত আৰক্ষী আৰু এছ টি এফে কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত চলোৱা এক অভিযানত লাভ কৰে বৃহৎ সফলতা।…
আৰু পঢ়ক...

পশ্চিমবংগত বিধায়কৰ বাহনলৈ দুৰ্বৃত্তৰ গুলীচালনা, ৩ দলীয় কৰ্মীৰ মৃত্যু

ডিজিটেল ডেস্কঃ পশ্চিম বংগত নিৰ্বাচনী হিংসাই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া পশ্চিম ২৪-পৰগনা জিলাৰ এটা পেট্ৰ’ল পাম্পত তৃণমূল কংগ্ৰেছৰ এজন বিধায়কৰ বাহনলৈ লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই গুলিচালনা কৰে। এই ঘটনাত তৃণমূল…
আৰু পঢ়ক...

শিলিগুৰিত হাতীৰ দাঁত জব্দ, দুজনক আটক

শুকুৰবাৰে পুৱা শিলিগুৰিত জব্দ হাতীৰ দুটাকৈ দাঁত। দুই সৰবৰাহকাৰীৰ পৰা জব্দ কৰে হাতীৰ দাঁত দুটা। নিউ জলপাইগুৰিৰ পৰা ৰাজহ চোৰাংচোৱাই আটক কৰে সৰবৰাহকাৰীদ্বয়ক। জব্দ কৰা হাতীৰ দাঁত দুটাৰ ওজন প্ৰায় ১০ কেজি।
আৰু পঢ়ক...

১৭ ডিচেম্বৰৰ পৰা ৩ টকাত ঘূৰিব পাৰিব মহানগৰী…

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নিচিনা এখন ব্যস্ত চহৰত আপুনি ট্ৰেফিকৰ নামত প্ৰতিদিনে কিমান সময় খৰচ কৰিবলগীয়া হয়? যদি আপোনাৰ এখন গাড়ী নাই, তেন্তে নিশ্চয় আপুনি বহুবাৰ আপোনাৰ ব’ছৰ পৰা পলমকৈ অফিচত উপস্থিত হোৱা বাবে গালি শুনিবলগীয়া হয়। অথবা কেতিয়াবা…
আৰু পঢ়ক...

কামপুৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

কামপুৰৰ বাৰেগোগাত ৰহস্যজনক ভাবে যুৱকৰ মৃতদেহ উদ্ধাৰ। কামপুৰ আদৰ্শ গাঁৱৰ ৰেল লাইনত উদ্ধাৰ মৃতদেহটো। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত। হত্যা নে আত্মহত্যা সেয়া ৰহস্য। যুৱকজন নিজ নাৰিকলৰ কমল নাথ। ঘটনাক কেন্দ্ৰ সৃষ্টি হৈছে…
আৰু পঢ়ক...

ৰিপুন বৰাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰকঃ নুৰজামাল সৰকাৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজেপিৰ বিৰুদ্ধে যুঁজ দি মুখ থেকেচা খাইছে কংগ্ৰেছে। ৰাজ্যখনৰ কেইটামান নিৰ্দিষ্ট এলেকাৰ বাহিৰে বাকীবোৰত কংগ্ৰেছৰ বিফলতাৰ পিছতে অসমত কংগ্ৰেছৰ সৱল নেতৃত্বৰ অভাৱতে পঞ্চায়ত নিৰ্বাচনত…
আৰু পঢ়ক...

নেপালত নচলিব ভাৰতীয় নোট!

ডিজিটেল ডেস্কঃ নেপাল চৰকাৰে দেশখনত বন্ধ কৰিছে ভাৰতীয় নোটৰ প্ৰচলন। এই নিৰ্দেশ জাৰি কৰিছে দেশখনৰ চৰকাৰে। উল্লেখ্য যে, ২০১৬চনত ভাৰত চৰকাৰে নতুন নোটৰ প্ৰচলন কৰাৰ পিছৰ পৰাই নেপালৰ বজাৰতো এই নোটৰ প্ৰচলন চলি আহিছে। নেপালৰ জনসংযোগ মন্ত্ৰী গোকুল…
আৰু পঢ়ক...

ৰহাত অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন

ডিজিটেল সংবাদ, ৰহাঃ সম্পূৰ্ণ ৪০ বছৰৰ পিচত ৰহাত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশন। ৰহা সূৰ্যৱতী শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া অধিবেশনখনক লৈ আয়োজক সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি। ৰহাৰ বাটমাৰী পথাৰৰ…
আৰু পঢ়ক...