শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

বিশ্বকৰ্মা মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত, চাওঁক ভিডিঅ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি বিশ্বকৰ্মা পূজা। নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বখনিকৰৰ আৰাধনাৰে মুখৰিতে হৈ পৰিছে আকাশ-বতাহ। মহানগৰীৰো বিভিন্ন স্থানত বিশ্বকৰ্মা পূজা উদযাপন কৰিছে ভক্তসকলে। আজিৰ পূজাৰ দিনা গুৱাহাটীস্থিত একমাত্ৰ বিশ্বকৰ্মা মন্দিৰত…
আৰু পঢ়ক...

জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত বিশ্বকৰ্মা পূজা উদযাপন, চাওঁক ভিডিঅ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বকৰ্মাৰ আৰাধনা চলিছে চৌদিশে। দেৱশিল্পৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হৈছে আকাশ-বতাহ। মহানগৰীত উলহ-মালহেৰে পাতিছে বিশ্বকৰ্মা পূজা। অগণন পূজাস্থলীত দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনা আৰম্ভ হৈছে।…
আৰু পঢ়ক...

‘প্ৰতিদিন গোষ্ঠী’ৰ বিশ্বকৰ্মা পূজা, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ‘অসমীয়া প্ৰতিদিনে’ও উলহ-মালহেৰে উদযাপন কৰিছে বিশ্বকৰ্মা পূজা।মহানগৰীৰ বামুণীমৈদামৰ উদ্যোগিক পামত থকা ‘সাদিন প্ৰিণ্টাৰ্ছ’ত ‘প্ৰতিদিন গোষ্ঠী’য়ে আয়োজন কৰা বিশ্বকৰ্মা পূজাত পুৱাই বিশ্বখনিকৰ বিশ্বকৰ্মাক আৰাধনা কৰা হয়। এই…
আৰু পঢ়ক...

হিমাচল প্ৰদেশত দুই সতীৰ্থক গুলীয়াই হত্যা সেনা জোৱানৰ

হিমাচল প্ৰদেশত ১৮সংখ্যক শিখ ৰেজিমেন্টত অঘটন। এজন আৰ্মী জোৱানে গুলীয়াই হত্যা কৰিলে দুজন সহকৰ্মীক। হত্যাৰ পাছতেই আত্মহত্যা কৰিলে জোৱানজনে। সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ ধৰমশালা মিলিটাৰী ষ্টেচনত এই ঘটনা। দুৰ্ঘটনাত স্থলীত আৰক্ষী…
আৰু পঢ়ক...

কোঁৱৰপুৰ সত্ৰত উলহ-মালহেৰে পাছ’তি উৎসৱ উদযাপন

ডিজিটেল ডেস্কঃ কোঁৱৰপুৰ খটপাৰ সত্ৰই দেওবাৰে পাছ’তি উৎসৱ পালন কৰে। গাঁৱৰ মহিলা আৰু শিশুসকলক লৈ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই উৎসৱ। এই উৎসৱ পুৰুষানুক্ৰমে চলি আহিছে। মহিলা আৰু শিশুসকলক জীৱনমুখী কৰে এই উৎসৱে। এই উৎসৱৰ লগত সংগতি ৰাখি…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজাঃ বজাৰত উভৈনদী পূজাৰ সামগ্ৰী, নাই মাথোঁ ক্ৰেতা, চাওঁক ভিডিঅ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বকৰ্মা পূজা উপলক্ষে ফুল আৰু পূজা সামগ্ৰীৰ এখন বৃহৎ মহানগৰীৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠিছে। য’ত থলুৱাভাৱে উৎপাদন কৰা ফুল আৰু অন্যান্য পূজাৰ বাবে আৱশ্যকীয় সামগ্ৰীসমূহ বিক্ৰীৰ বাবে অনা হয়। এইবাৰ বিশ্বকৰ্মা পূজা…
আৰু পঢ়ক...

গহপুৰত কৃতী শিক্ষয়িত্ৰীৰ আকস্মিক মৃত্যু

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ গোপালপুৰ নিবাসী পলাশ মুদৈৰ পত্নী গীতা শইকীয়া মুদৈ (৩১)ৰ উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ মৃত্যু হয়। ছয়দুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কলেজিয়েট হাইস্কুলৰ শিক্ষয়িত্ৰীগৰাকী দেওবাৰে পুৱা হঠাৎ ঘৰৰ মজিয়াত মূৰ ঘূৰাই পৰি যায়।…
আৰু পঢ়ক...

বিশ্বকৰ্মা মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজা উপলক্ষে মহানগৰীত থকা একমাত্ৰ বিশ্বনাথ মন্দিৰতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। সমগ্ৰ অঞ্চলটো  বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ আৰাধনাৰে মুখৰিত হৈ পৰিছে। পুৱাৰে পৰা মন্দিৰ দৰ্শনৰ বাবে অগণন লোকে ভিৰ কৰিছে বিশ্বকৰ্মা মন্দিৰত।…
আৰু পঢ়ক...

আজি বিশ্বকৰ্মা পূজা

ডিজিটেল ডেস্কঃ আজি বিশ্বকৰ্মা পূজা। নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ আৰাধনা চলিছে চৌদিশে। বিশ্বকৰ্মাৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হৈছে  আকাশ-বতাহ। মহানগৰীত এইবাৰ বিশ্বকৰ্মা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। অগণন পূজাস্থলীত চলিছে দেৱশিল্পী…
আৰু পঢ়ক...

আকৌ আহি গ’ল পূজা…

► মৃদুল কুমাৰ সন্দিকৈ আমোল-মোল শেৱালী গোন্ধ, যাওঁ বুলি যাবই নোখোজেচোন। স্নিগ্ধ শৰৎ, কপাহ কোমল জোনাক। নীলা আকাশৰ তলত, নদীৰ পাৰত নাচি থকা কঁহুৱাবোৰে পাতে শৰতৰ কথা। কি যে এক ভাল লগা সময়, কি যে এক মন-প্ৰাণ ভৰি থকা ক্ষণ। চৌদিশে কেৱল সৌন্দৰ্য।…
আৰু পঢ়ক...