শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

গহপুৰৰ অসম-অৰুণাচল সীমান্তত হেৰাল এখন আৰক্ষী চকী!

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ ৰাজগড়ৰ অসম-অৰুণাচল সীমান্তত এতিয়া নাই অসম আৰক্ষীৰ কোনো তালাচী চকী বা থানা। ১৯৮৮চনতে ৰাজগড়ৰ এই সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা হৈছিল এখন আৰক্ষী চকী। এতিয়া সেইখন আৰক্ষী চকী নে কি ধৰিবই নোৱাৰি। চাওক এই দৃশ্য। তলৰ…
আৰু পঢ়ক...

উপযুক্ত নথিপত্ৰ দিয়াৰ পাছতো বিশ্বনাথত এন আৰ চিত নাম নাহিল বহু পৰিয়ালৰ

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত উন্নীতকৰণ হোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত উপযুক্ত নথিপত্ৰ দিয়াৰ পাছতো বিশ্বনাথ চাৰিআলিৰ বহু পৰিয়ালৰ নাম অন্তৰ্ভুক্তি নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৩০ জুলাইত প্ৰকাশ পোৱা এই খচৰাখনত ৰহস্যজনকভাৱে এই…
আৰু পঢ়ক...

পাকিস্তানৰ নতুন বিদেশ মন্ত্ৰী মহম্মদ কুৰেশী

ডিজিটেল ডেস্কঃ শনিবাৰে শপত লোৱা পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ মন্ত্ৰীসভা গঠন কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱা কেইঘণ্টা মানৰ পাছতেই খানে তেওঁৰ নতুন মন্ত্ৰী সকলৰ নাম ঘোষণা কৰে। ইমৰান খানৰ মন্ত্ৰীসভাত বিদেশ মন্ত্ৰীৰূপে…
আৰু পঢ়ক...

SBI-ICICI বেংকৰ নতুন নিয়ম! EMI দিয়াত পলম হ’লেও নলয় জৰিমনা

ডিজিটেল ডেস্কঃ এছ বি আই আৰু আই চি আই চি আই বেংকে গ্ৰাহকৰ বাবে এক বিশেষ ঘোষণা কৰিছে। ডুব্লিকেট পাছবুক, এ টি এম কাৰ্ড আৰু চেকবুকৰ বাবে বেংক দুটাই লোৱা মাচুল কিছুদিনলৈ বাতিল কৰিছে। কোনো ঋণৰ বাবদ ল’বলগীয়া লেট ফাইনো নলয় বেংক দুটাই। বেংক…
আৰু পঢ়ক...

কাৰ বিৰুদ্ধে কি ইভেণ্টত আজি এছিয়াম গেমছত ভাৰতৰ যুঁজ?

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত অনুষ্ঠিত ২০১৮ এছিয়ান গেমছত দেওবাৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় মহিলা কাবাদী দলে। গ্ৰপু এ-ৰ খেলত ভাৰতীয় দলটোৱে জাপানক ৪৩-১২ ব্যৱধানত পৰাস্ত কৰে। প্ৰথম দিনা ভাৰতীয় শ্বুটিং আৰু ৰেছলিঙৰ ইভেণ্টততো সুন্দৰ প্ৰদৰ্শন…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হৈছে তিনিজন সন্ত্ৰাসবাদী। LOCৰ সমীপৱৰ্তী কপৱাৰা জিলাৰ ঠাংধৰ ছেক্টৰত শনিবাৰৰ নিশা এই সংঘৰ্ষ হয়। এটা সন্ত্ৰাসবাদীৰ দলে অনুপ্ৰৱেশ কৰিবই চেষ্টা কৰোতেই ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ…
আৰু পঢ়ক...

‘মই আজিৰ পৰা মনে-প্ৰাণে নিকৰ হৈ গ’লো’…প্ৰিয়ংকা

ডিজিটেল ডেস্কঃ শুভেচ্ছা লৈ লৈ ভাগৰি পৰিছে প্ৰিয়ংকা। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোতে কেৱল প্ৰিয়ংকা চোপ্ৰাৰ চৰ্চা। আনুষ্ঠানিকভাৱে আজি প্ৰিয়ংকাই ইনষ্টাগ্ৰামত এখন ফটো দি ঘোষণা কৰিলে- ‘মই হৃদয় আৰু মনেৰে তেওঁৰ হৈ গ’লো’। দীৰ্ঘদিন ধৰি…
আৰু পঢ়ক...

ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত প্ৰথম দিনা ভাৰতৰ ৬ উইকেটত ৩০৭ৰান সংগ্ৰহ

ডিজিটেল ডেস্কঃ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন টেষ্ট আজি আৰম্ভ হৈছে। দুই দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট অনুষ্ঠিত হৈছে নাটিংহামৰ ত্ৰেট ব্ৰীজ খেলপথাৰত। টছত হাৰি প্ৰথম বেটিং কৰা ভাৰতীয় দলে প্ৰথমদিনা ৬ উইকেটৰ…
আৰু পঢ়ক...

ইউ. এন. একাডেমীত বড়ো বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ  দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন ৰাজ্যৰ চুকে-কোণে কাঠফুলাৰ দৰে গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ আগ্ৰাসনে মাতৃ ভাষা মাধ্যম বিশেষকৈ বড়ো মাধ্যমৰ লগতে অসমীয়া মাধ্যম বিদ্যালয়সমূহলৈ এক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।…
আৰু পঢ়ক...

এটেনশ্যন ৰাজেন গোহাঁই! কৰ্ণাটকত উৎকোচ নিদিয়া বাবে অসমৰ ২ ৰেলযাত্ৰীক আৱদ্ধ

বহিঃৰাজ্যত পুনৰ অসমৰ ৰেলযাত্ৰীক দুৰ্ব্যৱহাৰ। কৰ্ণাটকত সংঘটিত হৈছে এই ঘটনা। হাত সাৰি নগ'ল ৬মাহৰ অন্তসত্বা মহিলা। আৰ পি এফে নিৰ্যাতন চলোৱাৰ অভিযোগ। অধিক বেগ থকাৰ বাবে আৰ পি এফে বিচাৰিছিল ২০০০ টকাৰ উৎকোচ। উৎকোচ নিদিয়াৰ বাবেই…
আৰু পঢ়ক...