শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী ৰঞ্জিৎ দত্তৰ

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যৰ অন্য স্থানৰ দৰে নগাঁৱটো আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত স্বাধীনতা দিবসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই। পুৱা ৯ বজাত পতাকা উত্তোলন কৰি মন্ত্ৰী দত্তই স্বাধীনতা…
আৰু পঢ়ক...

৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পতাকাৰে দেশজুৰি চৰ্চিত বাক্সাৰ উপৰখুঁটি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৭২ সংখ্যাক স্বাধীনতা দিৱসত সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে অসমৰ এখন গাঁৱৰ এটা সংঘই। এখন বিশেষ পতাকাৰ বাবে দেশবাসীৰ মাজত চৰ্চা লাভ কৰা এই সংঘটো হৈছে বাক্সা জিলাৰ উপৰখুঁটি গাঁৱৰ ছানৰাইজ যুৱ সংঘ।…
আৰু পঢ়ক...

ঢকুৱাখনাত ক’লা পতাকা উত্তোলন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস উদযাপনৰ সময়তে আৰক্ষী-নিৰাপত্তা বাহিনীক ভেঙুচালি কৰি আজি সন্দেহযুক্ত বিদ্ৰোহীয়ে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বাঁহপৰা হাইস্কুলৰ খেলপথাৰত উত্তোলন কৰে এখন ক'লা পতাকা। ঢকুৱাখনা সদৰ…
আৰু পঢ়ক...

বিশ্বনাথত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ বিশ্বনাথ চাৰিআলিৰ গড়ভিতৰৰপৰা আজি এটা দুষ্প্ৰাপ্য জীৱিত কাছ উদ্ধাৰ কৰাৰ লগতে নাও, জাল, বৰশীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা নৰ্দান ৰেঞ্জৰ ৰেঞ্জাৰ…
আৰু পঢ়ক...

লালকিল্লাৰ পৰা মোদীৰ ভাল খবৰঃ ২০২২ত মহাকাশলৈ ভাৰতৰ মানৱ যান

ডিজিটেল ডেস্কঃ ৭২ সংখ্যাক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণ এটি কবিতাৰে সামৰণি মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ পূৰ্বে নিজৰ ভাষণত কেবাটাও ঐতিহাসিক ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লালকিল্লাৰ ১৫ আগষ্টৰ মঞ্চৰ পৰা দেশবাসীক…
আৰু পঢ়ক...

৪টা নতুন ৰেঞ্জসহ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল গঠন

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ সচিবে মঙলবাৰে জাৰি কৰা এক অধিসূচনাযোগে নগাঁও জিলাৰ হোজাইৰ বননীকৰণ সংমণ্ডলটো উঠাই দিয়াৰ লগতে কাজিৰঙা ষষ্ঠ সংযোজনৰ নৰ্দান ৰেঞ্জটো বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল উন্নীত কৰি নতুন চাৰিটা…
আৰু পঢ়ক...

ডিব্ৰুগড়তো স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়তো উলহ-মালহেৰে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড় চৌকিডিংগী খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসত পুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জনস্বাস্থ্য মন্ত্ৰী ৰিহন দৈমাৰীয়ে। এই অনুষ্ঠানত জিলাখনৰ…
আৰু পঢ়ক...

খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষণ…

পুৱা ৯.৩৭ বজাতঃ 'ভাৰত মাতা কি জয়' শ্লগানেৰে সামৰণি মাৰিলে মুখ্যমন্ত্ৰীৰ ভাষণ। পুৱা ৯.৩৫ বজাতঃ আগন্তুক দিনত চৰকাৰৰ কাম-কাজৰ ওপৰত ৰাইজে চোকা দৃষ্টি ৰাখকঃ মুখ্যমন্ত্ৰী। পুৱা ৯.৩৪ বজাতঃ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম আমি সকলো এটি পৰিয়ালৰ…
আৰু পঢ়ক...

খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

খানাপাৰাত ৭২ সংখ্যাক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ। ভাষণত ক'লে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত প্ৰতিশ্ৰুতিৱদ্ধ চৰকাৰ। এন আৰ চি প্ৰসংগই স্থান পালে মুখ্যমন্ত্ৰীৰ ভাষণত। ঐক্য-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ বাবে ৰাইজক ধন্যবাদ।…
আৰু পঢ়ক...

নুনমাটি জাতীয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ উপলক্ষে নুনমাটিস্থিত জাতীয় বিদ্যালয়তো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে। বিশেষকৈ দেশপ্ৰেমমূলক সংগীতানুষ্ঠানে উপস্থিত সকলোৰে মন চুই যায়।…
আৰু পঢ়ক...