চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। ৰে’ল ষ্টেচনৰ সমীপত নিশা উদ্ধাৰ মৃতদেহটো। মৃত যুৱকজনৰ নাম ত্ৰিশাংকু লাহন। দুৰ্বৃত্তই হত্যা কৰি নিশা যুৱকজনক পেলাই থৈ যোৱাৰ সন্দেহ একাংশ লোকৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ…
আৰু পঢ়ক...

সমলিংগৰ অধিকাৰক লৈ দুৰ্গা পূজাৰ মণ্ডপ ক’ত?

ডিজিটেল ডেস্কঃ দেশজুৰি বৰ্তমান বলি আছে দুৰ্গা পূজাৰ বতাহ। বিভিন্ন স্থানৰ বিভিন্ন কীৰ্তিচিহ্নৰ আৰ্হিত সজোৱা হৈছে দুৰ্গা পূজাৰ মণ্ডপসমূহ। তাজমহল, বিখ্যাত মন্দিৰসমূহৰ আৰ্হিত আটাক ধুনীয়াকৈ সজোৱা হৈছে পূজা মণ্ডপসমূহ। যিবোৰ চাবলৈ এতিয়া ভক্তসকলৰ…
আৰু পঢ়ক...

কলকাতা পূজাৰ এক নান্দনিক দৃশ্য, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ এক নান্দনিক দৃশ্য। কলকাতাত মহিলাসকলে ভাগ লৈছে এইদৰে আৰতীত। মা দুৰ্গাৰ আৰাধনা সৰ্বত্ৰে। চাওঁক ভিডিঅ’- https://twitter.com/i/status/1052583831813918720
আৰু পঢ়ক...

ৰাফেল চুক্তিৰ বিৰোধিতা কৰা সাংসদ সঞ্জয় সিঙলৈ আদালতৰ জাননী প্ৰেৰণ

ডিজিটেল ডেস্কঃ ৰাফেল চুক্তিক লৈ উত্থাপন হোৱা অভিযোগৰ পিছতে ৰিলায়েঞ্চ লিমিটেডৰ অধীনত দিৱানী মানহানিৰ গোচৰৰ ভিত্তিত আহমেদাবাদৰ এখন আদালতে ৰাজ্যসভা সাংসদ তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙলৈ জাননী প্ৰেৰণ কৰিছে৷ ইয়াৰ পিছতে ৰাফেল…
আৰু পঢ়ক...

নিউ গুৱাহাটী আঞ্চলিক সাৰ্ব্বজনীন দুৰ্গা পূজা মঞ্চত নৱম সংখ্যাৰ স্মৃতিগ্ৰন্থ উন্মোচন, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ নিউ গুৱাহাটী আঞ্চলিক সাৰ্ব্বজনীন দুৰ্গা পূজা মঞ্চত বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় দুৰ্গা পূজা উপলক্ষে প্ৰকাশ কৰা নৱম সংখ্যাৰ স্মৃতিগ্ৰন্থ। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখিকা তথা ওপন্যাসিকা লীনা…
আৰু পঢ়ক...

পুণেত ৪ বিদেশী মহিলাৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ

পুণে বিমান বন্দৰত আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোণ৷ চুডানৰ ৪ মহিলাৰ পৰা আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোন৷ জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৬৬ লাখ ৫১ হাজাৰ৷ চুটকেছত ভৰাই ভাৰতৰ বাহিৰলৈ নিয়াৰ সময়তে জব্দ কৰা হৈছে…
আৰু পঢ়ক...

মনত ৰাখিব, পূজাৰ বতৰত ১১ দিন বন্ধ থাকিব বেংক! এটিএমতো নাপাব ধন

ডিজিটেল ডেস্কঃ উৎসৱৰ বাবে আগন্তুক নৱেম্বৰ মাহলৈ বেংক কৰ্মচাৰীৰ ছুটিৰ সংখ্যা অধিক হোৱা বাবে আৰু এটিএমত নগদ ধনৰ অভাৱৰ বাবে সাধাৰণ লোকসকল অসুবিধাৰ সন্মুখীন হ’ব পাৰে বুলি মন্তব্য কৰিছে দেশৰ অৰ্থনীতিবিদসকলে৷ শাৰদীয় দুৰ্গোৎসৱৰ যোগেৰে আৰম্ভ হোৱা…
আৰু পঢ়ক...

২০১৯ৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি

মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি। ২০১৯ বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অধিসূচনা জাৰি। অসম মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰিছে এই অধিসূচনা। ২৫ অক্টোবৰৰ পৰা ১৫ নবেম্বৰৰ ভিতৰত …
আৰু পঢ়ক...

দুৰ্গা পূজাৰ মাজতে গোলাঘাটত অঘটন

দুৰ্গা পূজাৰ আনন্দৰ মাজতে গোলাঘাটত সংঘটিত হ’ল অঘটন। গোলাঘাট নগৰৰ ষ্টেচন ৰোডৰ এখন দোকানত ২ দুৰ্বৃত্তই চলালে আক্ৰমণ। দুৰ্বৃত্তদ্বয় এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ আচবাব আৰু সামগ্ৰী ভাগি লণ্ড ভণ্ড কৰে। দোকানখনৰ স্বত্তাধিকাৰ আলাউদ্দিনৰ…
আৰু পঢ়ক...

সৱৰিমালা মন্দিৰক লৈ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতি, মহিলা সাংবাদিকক আক্ৰমণ, চাওক VIDEO

ডিজিটেল ডেস্কঃ কেৰালাৰ সৱৰিমালা মন্দিৰক লৈ অব্যাহত আছে প্ৰতিবাদৰ। বুধবাৰে সৱৰিমালা মন্দিৰৰ পৰম্পৰা ৰক্ষাৰ প্ৰতিবাদ জনাই ৰাজপথলৈ ওলাই অহা স্থানীয় লোকসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বুধবাৰে প্ৰতিবাদকাৰীসকলে…
আৰু পঢ়ক...