শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

বটদ্ৰৱাত ‘মিজেল্‌ছ ৰুবেলা’ৰ বিনামূলীয়া টিকাকৰণ অভিযান আৰম্ভ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে শিক্ষাবিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত ১৭ আগষ্টৰ পৰা সমগ্ৰ অসমত ৯ মাহৰ পৰা ১৫ বছৰৰ সকলো শিশু আৰু কিশোৰ কিশোৰীক এম আৰ ভেকচিন দিয়াৰ এক বৃহৎ কাৰ্যসূচী হাতত লৈছে৷ ভাৰতৰ ৯ মাহৰ পৰা ১৫…
আৰু পঢ়ক...

ধুবুৰীৰ ‘খেলিমেলি’য়ে এন আৰ চিত লগাইছে খেলিমেলি

ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত খেলিমেলি লগাইছে ‘খেলিমেলি’য়ে। ধুবুৰীৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত মাজেৰ আলগা ১৪খণ্ডৰ গাঁৱত বাস কৰা এজন সন্দেহযুক্ত নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাক লৈ অঞ্চলটোত তীব্ৰ…
আৰু পঢ়ক...

ভীষণ ব্যস্ত! আজি ‘Hi’ ক’বলৈও সময় নাই প্ৰিয়ংকাৰ…

ডিজিটেল ডেস্কঃ  'হাই' বুলি ক'বলৈও আজি সময় নাই। বাঢ়িছে ভীষণ ব্যস্ততা। ডুৰু ডুৰুকৈ বুকু নকপিলেও সাতখন আঠখন কৰিছে দেহ-মন। কিয়নো আমেৰিকান বয়ফ্ৰেইণ্ডৰ সৈতে অচিৰেই নতুন জীৱন আৰম্ভ হ’ব প্ৰিয়ংকা চোপ্ৰাৰ। বিয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ…
আৰু পঢ়ক...

যেনে কুকুৰ তেনে টাঙোন! ন’ কাৰ পাছ, ন’ এন্ট্ৰি কলেজত…

ডিজিটেল ডেস্ক, অভয়াপুৰীঃ অসম নহয়, বিশ্বতেই চাগৈ নাই এনে নিয়ম! নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষই প্ৰবৰ্তন কৰিছে এক নতুন নিয়ম। এতিয়াৰে পৰা কলেজখনত প্ৰবেশৰ বাবে গাড়ী বা বাহন অনা ছাত্ৰ-ছাত্ৰী তথা…
আৰু পঢ়ক...

কলিয়াবৰৰ পৰা ডকাইতে কাঢ়ি নিয়া বাহনৰ চালকক উদ্ধাৰ

ডিজিটেল সংবাদ, কলিয়াবৰঃ নিশা কলিয়াবৰৰ ৰাজপথৰ পৰা কাঢ়ি নিয়া চাহপাত ভৰ্তি টাটা ম'বাইল বাহনখনৰ চালকজনক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কলিয়াবৰৰ বৰভগীয়া চাৰিআলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৫-৬জনীয়া দুৰ্বৃত্তৰ দলে চালকক মাৰধৰ কৰি কাঢ়ি নিছিল AS 03 BC 6300…
আৰু পঢ়ক...

কামপুৰত নিশা দুই পক্ষৰ মাজৰ সংঘাতত আহত ৪

কামপুৰৰ ঘিলানী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। মদ্যপান কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট। ঘটনাত এগৰাকী মহিলাসহ চাৰিজন লোক আহত। আহতসকলক কামপুৰ এফ আৰ ইউত ভৰ্তি। আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি।
আৰু পঢ়ক...

কলিয়াবৰত নিশা চিনেমাৰ ষ্টাইলত চাঞ্চল্যকৰ ডকাইতি

কলিয়াবৰৰ ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতিকাণ্ড। বন্দুক দেখুৱাই কাঢ়ি নিয়ে এখন চাৰিচকীয়া বাহন। ৫-৬জনীয়া আছিল দুৰ্বৃত্তৰ দলটো। দলটোৱে কাঢ়ি নিলে এখন চাহপাত কঢ়িওৱা বাহন। বাহনখনৰ নম্বৰ AS-03 BC-6300। তিতাবৰৰ পৰা গুৱাহাটীলৈ আহি…
আৰু পঢ়ক...

পাকিস্তানৰ ২২ সংখ্যক প্ৰধানমন্ত্ৰী হ’ল ইমৰান খান

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত ল’লে ইমৰান খানে। পুৱা প্ৰায় ১১বজাত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দেশখনৰ ২২সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে। পাক ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই শপত গ্ৰহণ অনুষ্ঠানত দেশ-বিদেশৰ ভালে সংখ্যক লোক…
আৰু পঢ়ক...

চতিয়াৰ ডিপলোঙা কাণ্ড, মূল অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বৃহস্পতিবাৰে পুৱতি নিশা চতিয়াৰ ডিপলোঙা চাহ বাগিচাৰ ১৫ নং লাইনত সংঘটিত হৈছিল নৃশংস হত্যাকাণ্ড। উক্ত ঘটনাৰ মুল অভিযুক্ত তুলসী পাটৰ (নগা)ক চতিয়া আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে। চতিয়া থানাৰ অ’ চি মনোজ বৰুৱাৰ নেতৃত্বত…
আৰু পঢ়ক...

গুৱাহাটীৰ চিটি বাছৰ ভিতৰৰ দৰে কাণ্ড আমেৰিকাৰ বিমানত!

ডিজিটেল ডেস্কঃ মহানগৰীৰ চিটি বাছত উঠা যুৱতীয়ে প্ৰায়ে এনে বেয়া অভিজ্ঞতাৰ সন্মুখীন হয়। হেচা-ঠেলাৰ গইনা লৈ যুৱতীক অশ্লীল ব্যৱহাৰ কৰে। পিছে এইবাৰ এনে কাণ্ড সংঘটিত হ’ল আমেৰিকাত। বিমানৰ সহযাত্ৰীক যৌন নিৰ্যাতন চলাই দেশৰ নাক-কাণ কাটিলে এজন…
আৰু পঢ়ক...