শেহতীয়া খবৰ
ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা  •  শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ  •  আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ  •  ৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন...  •  লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা  •  কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ  •  পুৰণিগুদামত কি অৱস্থা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO  •  কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত  •  ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি  •  ২০ হাজাৰতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰিছিল নেকি? আহি আছে আয়কৰ নটিছ...

মুখ্যমন্ত্ৰী মহোদয়, গালিয়েই নহয়, ঘৃণা কৰিবও লৈছে আপোনাক ৰাইজে!

♦ মৃদুল কুমাৰ সন্দিকৈ মুখ্যমন্ত্ৰী মহোদয়, আপোনাক ৰাইজে গালি পৰা নাই। অভিশাপ দিছে। অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰাৰ বাবে গভীৰ দুখত মৰ্মাহত হৈছে। আপুনি আৰু আৱেগিক কৰিলেও অসমীয়া জাতিয়ে আপোনাৰ আৱেগক প্ৰশ্ৰয় নিদিয়ে। আপোনাৰ দৃঢ় স্থিতিৰ বিপৰীতে…
আৰু পঢ়ক...

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিল নাজিৰাৰ অসমীয়া বাঙালী সমাজ

বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। প্ৰতিবাদত নামিল নাজিৰাৰ অসমীয়া বাঙালী সমাজ। নাগৰিত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। প্ৰতিবাদকাৰীয়ে দাহ কৰিলে বিধেয়কখনৰ প্ৰতিলিপিও।
আৰু পঢ়ক...

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণত অৰ্দ্ধ উলংগ প্ৰতিবাদ

জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণত অৰ্ধ উলংগ প্ৰতিবাদ । ঐক্য সেনা, অসম মৰাণ আঞ্চলিক সমিতি উদ্যোগত আৰু জাতি-জনগোষ্ঠী সংগ্ৰাম মঞ্চৰ সহযোগত অৰ্ধ উলংগ প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী…
আৰু পঢ়ক...

গহপুৰৰ কলাবাৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

গহপুৰৰ কলাবাৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ। কলাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমীপত এটা পুখুৰীত উদ্ধাৰ লোকজনৰ মৃতদেহ। মৃত লোকজন সতীশ দে’ বুলি চিনাক্ত। আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। জানিব পৰা হোৱা নাই লোকজনৰ মৃত্যুৰ কাৰণ।…
আৰু পঢ়ক...

বিধেয়ক বাতিল নকৰিলে আমি লম চূড়ান্ত সিদ্ধান্তঃ অৱশেষত কেন্দ্ৰীয় চৰকাৰক হুংকাৰ মুখ্যমন্ত্ৰীৰ!

ডিজিটেল ডেস্কঃ 'বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰিলে আমি চূড়ান্ত সিদ্ধান্ত লবলৈ বাধ্য হ'ম।' শুকুৰবাৰে বিধেয়কখনৰ বাতিলৰ দাবীত দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰি এই ঘোষণা কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।…
আৰু পঢ়ক...

ৰাজ্যৰ দল–সংগঠনক বন্ধ নিদিবলৈ আহ্বান ছেবাৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাকক্ষণত ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদক লৈ উদ্বিগ্ন হৈ পৰিছে ছেবা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত দল–সংগঠনক বন্ধ নিদিবলৈ আহ্বান ছেবাৰ। বন্ধৰ বাবে বহু স্থানত আৱদ্ধ হৈ আছে ব্যৱহাৰিক বিষয়ৰ পৰীক্ষাৰ উত্তৰ…
আৰু পঢ়ক...

হস্তীদণ্ডীৰ ২.২ কিঃমিঃ বেৰা নুমলীগড় শোধনাগাৰক ভাঙি পেলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ নুমলীগড় শোধনাগাৰৰ সকলো চল-চাতুৰী উফৰাই শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে শোধনাগাৰে জনোৱা অৱশেষ আবেদনখনো খাৰিজ কৰে। লগতে এই সন্দৰ্ভত দিয়া ৰায়ত ন্যায়ালয়ে কয় যে' বন্যহস্তীৰ চলাচলৰ পথ তথা প্ৰস্তাৱিত বনাঞ্চলৰ এলেকা দখল কৰি শোধনাগাৰৰ…
আৰু পঢ়ক...

অসমত এতিয়া সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা দুয়োজনেই মুখ্যমন্ত্ৰী…

ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত হিমন্ত বিশ্বক তীব্ৰ কটাক্ষ প্ৰদ্যুত্‍ বৰদলৈৰ। হিমন্ত বিশ্ব শৰ্মাক অসমৰ নতুন জিন্না আখ্যা প্ৰদ্যুত্‍ বৰদলৈৰ। 'অসমত হিন্দু লোকৰ জনসংখ্যা বৃদ্ধি কৰাটো বিজেপি আৰু  আৰ এছ এছৰ দীৰ্ঘদিনৰ এজেণ্ডা।'…
আৰু পঢ়ক...

নিৰাপত্তাৰক্ষীলৈ গ্ৰেণেড নিক্ষেপ…

দক্ষিণ কাশ্মীৰৰ চপিয়ানত নিৰাপত্তাৰক্ষীলৈ গ্ৰেণেড নিক্ষেপ সন্ত্ৰাসবাদীৰ। চপিয়ানৰ গগৰন এলেকাত সংঘটিত হৈছে এই ঘটনা। কোনো হতাহত হোৱা নাই ঘটনাটোত । ঘটনাস্থলীত সেনাৰ অভিযান ।
আৰু পঢ়ক...

মহানগৰীৰ বোন্দাত প্ৰশাসনৰ উচ্ছেদ অভিযান

মহানগৰীৰ বোন্দাত প্ৰশাসনৰ উচ্ছেদ অভিযান। পথৰ দাঁতিৰ চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ আৰু কেইবাখনো দোকান উচ্ছেদ কৰিলে প্ৰশাসনে। দিছপুৰ চক্ৰ বিষয়ৰ নেতৃত্বত এই উচ্ছেদ অভিযান। বৰ্তমানেও চলি আছে উচ্ছেদ অভিযান।
আৰু পঢ়ক...