শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

লখিমপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি উদ্বোধন নৱ দলেৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে সোমবাৰে দুপৰীয়া ১ বজাত ৰাজ্যজুৰি সৰ্বমুঠ ৩২৫ কোটি ২৬ লাখ টকা ব্যয়েৰে নিৰ্মিত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ মুঠ ৪ হাজাৰ ৭৫ টা গৃহ আৰু এম জি…
আৰু পঢ়ক...

১৭ মাহে নাই দৰমহাঃ কাইলৈৰ পৰা আকৌ অনশনত বহিব নগাঁও কাগজ কলৰ কৰ্মচাৰী

ডিজিটেল সংবাদ, জাগীৰোডঃ হিন্দুস্থান কাগজ নিগমৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আজিলৈকে পুনৰ উজ্জীৱিতকৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰেই প্ৰতিবাদত কাইলৈৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰিব কাগজ কলৰ…
আৰু পঢ়ক...

‘এক দেশ, এক নিৰ্বাচন’ৰ পক্ষত বিজেপি, ল’ কমিশ্যনলৈ শ্বাহৰ পত্ৰ

ডিজিটেল ডেস্কঃ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাত সহমত পোষণ কৰিছে বিজেপিয়ে। এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিষয়টো বিবেচনা কৰি থকা ল’ কমিশ্যনলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত বিজেপি নেতাগৰাকীয়ে 'এক দেশ, এক…
আৰু পঢ়ক...

মোবাইলত বন্দী এই জীৱন…

 মৃদুল কুমাৰ সন্দিকৈ ভোটদান কৰিবলৈ আপুনি ভোটকেন্দ্ৰলৈ যাব নালাগে। এতিয়া ‘দুনীয়া মুঠি মে’। মোবাইলৰ পৰা কৰিব নোৱাৰে কি? সৌ সিদিনালৈকে মোবাইল আছিল কাৰোবাৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ এক দূৰভাষ যন্ত্ৰ। কিন্তু এতিয়া মোবাইলতে সকলো হয়। ইলেক্ট্ৰিচিটি…
আৰু পঢ়ক...

দৈনিক বড়ো কাকত ‘বড়োলেণ্ড চানশ্ৰী’ৰ সম্পাদক জহৰ ব্ৰহ্মৰ মৃত্যু

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ পৰা প্ৰকাশিত দৈনিক বড়ো বাতৰি কাকত "বড়োলেণ্ড চানশ্ৰী"ৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী জহৰ ব্ৰহ্ম (৬৮) কালি নিশা ১১:৪৫ বজাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। জাপাানীজ এনকেফেলাইটিছ ৰোগত…
আৰু পঢ়ক...

এছিয়ান গেমছলৈ নিৰ্বাচিত প্ৰমিলাক অভিনন্দন বিটিচি প্ৰশাসনৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ খেলৰ প্ৰতি থকা ধাউতি আৰু কঠোৰ অনুশীলনৰ বাবেই অৱশেষত এছিয়ান গেমছলৈ আৰ্চাৰ প্ৰমিলা দৈমাৰী নিৰ্বাচিত হোৱাত কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে৷ আৰ্চাৰী খেলুৱৈ প্ৰমিলা দৈমাৰীয়ে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অহা ১৮ আগষ্টৰ পৰা ২…
আৰু পঢ়ক...

যোৰাবাটত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ডিজিটেল সংবাদ, যোৰাবাটঃ মহানগৰীৰ যোৰাবাটৰ দহ মাইলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বস্তাত ভৰাই থোৱা অৱস্থাত দহ মাইলৰ এন আৰ এল পেট্ৰল পাম্পৰ পিছফালে বাহিনী নৈৰ পানী যুৱঁলিৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহটো।…
আৰু পঢ়ক...

যুৱকৰ মৃত্যুক লৈ নলবাৰীৰ ছানী ধাবাত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, নলবাৰীঃ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ ছানী ধাবাৰ সমীপত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ উক্ত ধাবাখনৰে কৰ্মচাৰী আছিল মৃত যুৱকজন। স্থানীয় লোকসকলে কৰা অভিযোগ অনুসৰি দেওবাৰে সন্ধিয়াৰ…
আৰু পঢ়ক...

মুখ্য সচিবক মাৰপিটৰ গোচৰঃ দিল্লীৰ মুখ্যমন্ত্ৰী-উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্য সচিবক মাৰপিট আৰু দুৰ্ব্যৱহাৰ কৰা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে। মুখ্যমন্ত্ৰী কেজৰীৱালৰ বাসগৃহত দিল্লীৰ মুখ্য সচিব অংশু প্ৰসাদক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি মুঠ ১৩জনৰ…
আৰু পঢ়ক...

৩৩৬৯খন আঁচনিৰে আজিৰে পৰা পুনৰ আৰম্ভ এনৰেগা

ডিজিটেল সংবাদ, যোৰহাটঃ চাওতে চাওতে শাওণ মাহ শেষ হ'বৰ হল। গাঁওবোৰতো ব্যস্ততা ক্ৰমাৎ কমি আহিছে। এঘৰ-দুঘৰকৈ লাহে লাহে গাঁৱৰ মানুহবোৰে ধান ৰোৱা সামৰিছে। মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰি বছৰৰ ধানমুঠিৰ বাবে গোজ মৰা শেষ হৈছে। শ্ৰমৰ দিনবোৰৰ পাছত…
আৰু পঢ়ক...