পূজাৰ বতৰত এটিএমত নাই ধন, ওদালগুৰিত হাহাকাৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ দুৰ্গা পূজাৰ আনন্দ উৎসাহৰ মাজতে ওদালগুৰিত বেংক গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ। পূজাৰ বজাৰ কৰিবলৈ বুলি এটিএম লৈ টকা উলিয়াব যোৱা গ্ৰাহকসকল নিৰাশভাৱে উভতি ঘৰমুৱা হ’বলৈ বাধ্য হ'ল। কিয়নো ওদালগুৰি চহৰস্থিত বিভিন্ন বেংকৰ এটিএম…
আৰু পঢ়ক...

জুৰীয়া কাণ্ডক লৈ তৎপৰ আৰক্ষী, এজনক আটক

ডিজিটেল সংবাদ, নগাঁওঃ জুৰীয়াত সংঘটিত ডকাইতি কাণ্ডৰ অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে৷ ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে ফুৰকান আলী নামৰ এজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, নগাওঁ জিলাৰ জুৰীয়াত…
আৰু পঢ়ক...

মৰিগাঁৱত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি উদযাপন

ডিজিটেল সংবাদ, মৰিগাঁওঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান মৰিগাঁৱৰ আহঁতগুৰিত দেওবাৰে উদযাপন কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ১৫৫ সংখ্যক জন্মতিথি। ১৮৬৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোত সাহিত্যৰথী পিতৃয়ে চাকৰি সংক্ৰান্তত বদলি হৈ…
আৰু পঢ়ক...

বিবেকানন্দ বিদ্যা নিকেতনৰ তিনিদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, টিহুঃ টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী উদযাপন সমাৰোহ তিনিদিনীয়া কাৰ্যসূচীৰে ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ অনুষ্ঠিত হয়। ১৪ অক্টোবৰত অনুষ্ঠিত মুকলি সভাত কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰূপালী জয়ন্তী…
আৰু পঢ়ক...

উত্তৰ প্ৰদেশত নিৰ্মীয়মান অট্টালিকা খহি ৫জনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত খহি পৰিল নিৰ্মীয়মান অট্টালিকা৷ অট্টালিকাটোৰ নিৰ্মানৰ দায়িত্বপ্ৰাপ্ত অভিযন্তাৰ ভুলৰ বাবেই খহি পৰাৰ সন্দেহ৷ নিহত হ’ল অট্টালিকাটোৰ কামত নিয়োজিত ৫ জন মজদুৰ, আহত ৭ জন৷ আহত সকলৰ ভিতৰত দুজনৰ অতি সংকটজনক…
আৰু পঢ়ক...

#MeToo, প্ৰথমবাৰ মুখ খুলিলে এম জে আকবৰে, তদন্তৰ পিছতহে কৰিব পদত্যাগ

ডিজিটেল ডেস্কঃ #MeToo সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে৷ দেওবাৰে মন্ত্ৰীগৰাকীয়ে নাইজেৰিয়া ভ্ৰমণ সম্পূৰ্ণ কৰি ভাৰতত উপস্থিত হৈয়ে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰে৷ তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ…
আৰু পঢ়ক...

দুৰ্গা পূজাৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে আৰক্ষীৰ ৰণকৌশল প্ৰস্তুত

শনিবাৰৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে ক্ৰমাৎ তৎপৰ হৈছে অসম আৰক্ষী। আইন-শৃংখলাজনিত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে ৰণকৌশল প্ৰস্তুত অসম আৰক্ষীৰ। শনিবাৰে শুক্ৰেশ্বৰ ঘাটত সংঘটিত বিস্ফোৰণত ব্যৱহাৰ কৰা বিস্ফোৰক সন্দৰ্ভতো নিশ্চিত হ’ব পৰা…
আৰু পঢ়ক...

নগৰবেৰাত মহিলাৰ আত্মহত্যাৰ অপচেষ্টা

দক্ষিণ কামৰূপৰ নগৰবেৰাত অঘটন। পাহাৰপাৰাত মহিলাৰ আত্মহত্যাৰ অপচেষ্টা। দেহত অগ্নিসংযোগ কৰি আত্মহত্যাৰ চেষ্টা মহিলাগৰাকীৰ। ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলজুৰি চাঞ্চল্য। সম্পূৰ্ণৰূপে অগ্নিদগ্ধ মহিলাগৰাকী। সংকটজনক অৱস্থাত…
আৰু পঢ়ক...

এ এফ আইৰ আহ্বানঃ চেলিব্ৰিটী হিমা ‘খেলুৱৈ’ হৈ উভতি আহক পাটিয়ালালৈ…

ডিজিটেল ডেস্কঃ হিমা দাসক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এথলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াই। আজি তাৰিখলৈকে হিমা গৈ উপস্থিত হোৱা নাই পাটিয়ালাত। পাটিয়ালাত থকা এন আই এছৰ অনুশীলনত যোগ নিদিয়াৰ বাবে এথলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াই অসন্তুষ্টি ব্যক্ত কৰাৰ…
আৰু পঢ়ক...

২০১৯ত সমগ্ৰ দেশতে সলনি হ’ব ‘ড্ৰাইভিং লাইচেঞ্চ’

ডিজিটেল ডেস্কঃ নতুন বছৰত নতুন গাড়ী কিনিব নেকি? নতুন গাড়ী কিনক বা নিকিনক, নতুন বছৰত আপুনি লাভ কৰিব নতুন ড্ৰাইভিং লাইচেঞ্চ। বৰ্তমানৰ ড্ৰাইভিং লাইচেন্সতকৈ সম্পূৰ্ণৰূপে পৃথক হ’ব এই ডিজিটেল লাইচেঞ্চ। আগন্তুক বৰ্ষৰ জুলাই মাহৰ পৰা সমগ্ৰ দেশতে…
আৰু পঢ়ক...