শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

ৰূপহীহাটৰ হাতীপুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন দুজন শ্ৰমিক

ডিজিটেল সংবাদ, ৰূপহীহাটঃ নগাঁৱৰ ৰূপহীহাটৰ হাতীপুখুৰীত অঘটন৷ পুখুৰীটোত গা ধূবলৈ গৈ সন্ধানহীন হ’ল দুজন শ্ৰমিক৷ এটা ইটাভাটাত কৰ্মৰত আছিল শ্ৰমিক দুজন। সন্ধানহীন শ্ৰমিক দুজন ক্ৰমে- জিতেন আৰু আনাৰুল ইছলাম বুলি জানিব পৰা গৈছে৷ শ্ৰমিক দুজনৰ…
আৰু পঢ়ক...

সহজলভ্য ড্ৰাগছৰ ঘাটিত পৰিণত নুমলীগড়, ধৃত ২ যুৱক

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা আৰক্ষী প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নুমলীগড় তিনিআলিত ক্ৰমাত বৃদ্ধি পাইছে জুৱা, মদ, ভাং, কানিকে ধৰি ড্ৰাগছৰ বেহা। জানিব পৰা মতে, যোৱা নিশা নুমলীগড় তিনিআলিত দুটা ড্ৰাগছ ব্যৱসায়ীক স্থানীয় ৰাইজে হাতে লোতে…
আৰু পঢ়ক...

দেশবাসীক নিৰাশ কৰিলে সুশীল কুমাৰে, কোৱাৰ্টাৰত টোমৰ

কুস্তীত প্ৰথম ৰাউণ্ডতে পৰাস্ত সুশীল কুমাৰ। জাকাৰ্টৰ এছিয়ান গেমছত নিৰাশজনক প্ৰদৰ্শন সুশীলৰ। ৭৮কেজি ফ্ৰী ষ্টাইল শাখাত খেলিছিল সুশীলে। তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল বাহৰিনৰ আদাম বাটিৰোভ। ৩-৫ ব্যৱধানত পৰাস্ত সুশীল। ৫৭ কি.গ্ৰা.…
আৰু পঢ়ক...

গহপুৰৰ ঘাহিগাঁৱত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ ঘাহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ছয়দুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা ঘূলিত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ স্থানৰ কাষতে চাইকেল আৰু…
আৰু পঢ়ক...

ইণ্ডোনেছিয়াত এমাহত তৃতীয়টো ভূমিকম্প

ডিজিটেল ডেস্কঃ জাকাৰ্টা আৰু পালেমবাগত এছিয়ান গেমছ চলি থকাৰ সময়তে দেওবাৰে পুনৰ কঁপি উঠে ইণ্ডোনেছিয়া। পুৱা প্ৰায় ৯.৪০ বজাত দেশখনৰ উত্তৰ-পূব প্ৰান্তত অনুভূত হয় এই জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৬.৫। ভুমিকম্পৰ উৎপত্তিস্থল আছিল…
আৰু পঢ়ক...

জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো পদক

জাকাৰ্টাৰ পৰা আহিছে ভাল খবৰ। অপূৰ্বি চাণ্ডেলা আৰু ৰবি কুমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন। ১০ মিটাৰ এয়াৰ ৰাইফল মিক্স টীম ইভেণ্টত এই সফলতা। এই ইভেণ্টনত চীনে পালে ৰূপৰ পদক। চাইনীজ টাইপেৰ সোণৰ পদক।
আৰু পঢ়ক...

ডাউদৰ ফাইনেন্স মেনেজাৰক লণ্ডনত গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ আণ্ডাৰ ৱৰ্ল্ডৰ ড’ন ডাউদ ইব্ৰাহিমৰ ফাইনেন্স মেনেজাৰ জাবিৰ মৌতিক ব্ৰিটেইনত গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানত বাস কৰা জাবিৰে ডাউদ ইব্ৰাহিমৰ বিত্তীয় লেন-দেনসমূহ চোৱাচিতা কৰিছিল। লণ্ডনৰ হিলটন হোটেলৰ পৰা ডাউদৰ ঘনিষ্ঠ জাবিৰক…
আৰু পঢ়ক...

অসম-অৰুণাচল সীমান্তত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় দজানত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্বাৰ হৈছে। ৰাজগড় আলিৰ অৰুণাচলৰ অংশৰ দজানৰ বন বিজ্ঞান কেন্দ্ৰৰ সমীপৰ হাবিত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো…
আৰু পঢ়ক...

গুৱাহাটীত আজি পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হৈছে সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী সদৈ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। এই তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত। তৰ্ক প্ৰতিযোগিতাখনৰ বিষয়- ‘কেৱল ৰাষ্ট্ৰীয়…
আৰু পঢ়ক...

জি এম চিত বিজ্ঞাপনৰ নামত ব্যাপক অনিয়ম, বিষয়াক মেনেজেৰে ‘প্ৰডিজি’ৰ লুণ্ঠন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী নগৰীত সৌন্দৰ্য বৰ্ধনৰ আঁচনিত ভেঙুচালি কৰি বিজ্ঞাপন সম্বলিত হৰ্ডিং লগোৱাৰ নামত বহিৰাগত এটা বনিক গোষ্ঠীয়ে ব্যাপক অনিয়ম সংঘটিত কৰিছে। জি এম চিৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি একমাত্ৰ ধনৰ অংকতে বনিক…
আৰু পঢ়ক...