১ মিনিটত ২৫ খবৰ

১. দুৰ্গা পূজাৰ উৎসাহ আনন্দৰ মাজত বুৰ গৈছে ৰাজ্য৷ সোমবাৰে ৬ষ্ঠী৷ আটোম-টোকাৰিকৈ সজাই তোলা হৈছে পূজাৰ মণ্ডপসমূহ৷ মহানগৰীত এইবাৰ অনুষ্ঠিত হ’ব চাৰি শতাধিক পূজা৷ ২. দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰক দেওবাৰে…
আৰু পঢ়ক...

প্ৰৱজন ৰোধ কৰিবলৈ আমেৰিকাৰ নতুন নীতি! যোগ্যজনহে থাকিব পাৰিব আমেৰিকাত

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাত কেৱল যোগ্য আৰু আমেৰিকাক সহায় কৰিব পৰা লোকেহে প্ৰৱেশ কৰিব পাৰে বুলি মন্তব্য কৰে৷ ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকাত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা অবৈধ প্ৰৱজন ৰোধ কৰিবলৈ চৰকাৰে প্ৰস্তুত কৰা…
আৰু পঢ়ক...

এইবাৰ #MeTooৰ শৰত বিদ্ধ বিশিষ্ট সাংবাদিক বিনোদ ডুৱা

ডিজিটেল ডেস্কঃ এইবাৰ #MeTooৰ শৰত বিদ্ধ হ’ল বিশিষ্ট সাংবাদিক বিনোদ ডুৱা। 'দ্য ৱায়াৰ’ৰ জ্যেষ্ঠ সাংবাদিক তথা সংবাদ মহলত বলিষ্ঠ ভাৱমুৰ্তিৰ অধিকাৰী বুলি পৰিচিত বিনোদ ডুৱাৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ…
আৰু পঢ়ক...

২২ অক্টোবৰত ২৪ ঘণ্টীয়া বন্ধৰে পেট্ৰ’ল পাম্প সংস্থাৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিব স্বয়ং পেট্ৰ’ল পাম্পসমূহ৷ এই প্ৰতিবাদৰ ফলত ২২ অক্টোবৰত ব্যাহত হৈ পৰিব পাৰে সৰ্বসাধাৰণৰ স্বাভাৱিক জীৱন-যাত্ৰা৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ এই প্ৰতিবাদী কাৰ্যসূচী…
আৰু পঢ়ক...

এদিনতে ৩০০ কোটি উপাৰ্জন পাকিস্তানী অট’ চালকৰ

ডিজিটেল ডেস্কঃ পাকিস্তানৰ এগৰাকী অট’ চালকৰ বেংক একাউন্টত ৩০০ কোটি টকা ধনৰ লেনদেনক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত উত্তৰ বিচাৰি পাকিস্তানৰ অনুসন্ধান সংস্থা এফআইএ-য়ে অট’ চালকজনক চমন জাৰি কৰিছে। জানিব পৰা মতে, কৰাচী নিৱাসী অট’ চালক…
আৰু পঢ়ক...

চুকতে থাকি জুবিনক বুকুত কামোৰা কোন এই ‘চাও জীতুমণি’?

ডিজিটেল সংবাদ, গুৱাহাটীঃ  'ঘেন্টা কাকো খাটিৰ নকৰো। মই জুবিন বলীয়া।' চুকতে থাকি বুকুতে কামোৰা যুৱকজনৰ ফেচবুক প্ৰফাইলৰ ইন্ট্ৰ'ত এইদৰেই লিখা আছে। এজন কমবয়সীয়া যুৱক৷ টি-ছাৰ্টত কঢ়িয়াই ফুৰে প্ৰিয় শিল্পীক৷ ইমানেই নহয়, প্ৰিয় শিল্পীক কিমান ভালপায়…
আৰু পঢ়ক...

মা দুৰ্গাৰ সৈতে পূজা মণ্ডপত উজ্বলিছে হিমা

মহানগৰীত পূজাৰ প্ৰস্তুতি চৌদিশে। মা দুৰ্গাৰ সৈতে এইবাৰ পূজা মণ্ডপত উজ্বলিছে ধিং এক্সপ্ৰেছ হিমা। ডিম্পুল বৰগোঁহাইৰ এক বিশেষ প্ৰতিবেদন। শাৰদীয় দুৰ্গাপূজাৰ মণ্ডপত এইবাৰ উজ্বলিছে মা দুৰ্গাৰ সৈতে অসম গৌৰৱ হিমা দাস। পূজা মণ্ডপ সমূহত দিয়া ভাৰতীয়…
আৰু পঢ়ক...

গহপুৰৰ গুলীচালনাৰ ঘটনা, দুই অভিযুক্তক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী যোগেন্দ্ৰ শ্বাহৰ গুলীচালনাৰ ঘটনাৰ লগত জড়িত ধৃত দুই মূল অভিযুক্তক গহপুৰ আৰক্ষীয়ে আজি গহপুৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰে। আদালতে দুয়োকে পাঁচ দিনৰ বাবে গহপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ধৃত…
আৰু পঢ়ক...

ৰে’লৱেৰ নতুন উপহাৰ, এইবাৰ মোবাইলতে জিৰ’ এফআইআৰ

ডিজিটেল ডেস্কঃ ৰে’ল যাত্ৰীসকলে শীঘ্ৰই এক মোবাইল এপৰ জৰিয়তে ৰে’লযাত্ৰাৰ সময়তে গোচৰ ৰুজু কৰিব পাৰিব৷ ‘জিৰ’ এইএফআৰ’ৰ ভিত্তিত ইয়াক গ্ৰহণ কৰি আৰপিএফ-এ তৎকালীনভাৱে এই গোচৰৰ ওপৰত তদন্ত চলাব পাৰিব৷ দেওবাৰে আৰপিএফৰ এগৰাকী জ্যেষ্ঠ নেতাই এই তথ্য…
আৰু পঢ়ক...

সুৰাৰ বিৰুদ্ধে মহানগৰীত আবকাৰী বিভাগৰ অভিযান

মহানগৰীৰ বিভিন্ন স্থানত দেওবাৰে আবকাৰী বিভাগৰ অভিযান। সুৰাৰ বিৰুদ্ধে বিভাগটোৰ এই অভিযান। দীৰ্ঘদিনৰ পৰা বিভাগটোৱে লাভ কৰা অভিযোগৰ ভিত্তিত চলাইছিল অভিযান। অভিযান চলাই জব্দ কৰে প্ৰায় ৪০০ লিটাৰ দেশীয় সুৰা। সুৰাখিনি জব্দ কৰি নষ্ট…
আৰু পঢ়ক...