শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

বটদ্ৰৱা থানত সদ্য-প্ৰয়াত যোগেশ আতৈৰ স্মৃতি চাৰণ সভা, বাতিল জৰুৰী কাৰ্যনিৰ্বাহক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দ্বিতীয় বৈকুণ্ঠখ্যাত বটদ্ৰৱা থানৰ আত্মাস্বৰূপ, মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা থানৰ মূল নামলগোৱা, প্ৰধান আতৈ, কেৱলীয়া ভকত সদ্য-প্ৰয়াত যোগেশ আতৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান…
আৰু পঢ়ক...

বাইহাটা চাৰিআলিত জব্দ অবৈধ আতচবাজী কঢ়িওৱা ৪ খনকৈ ট্ৰাক

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ দীপাৱলীলৈ মাজত কেইমাহমান বাকী থাকোতেই ৰাজ্যত আৰম্ভ হৈছে ফটকাৰ ৰমৰমীয়া ক'লা বেহা। এই ৰমৰমীয়া বেহাৰ ট্ৰেনজিত ৰুটত পৰিণত হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি। উত্থাপিত অভিযোগ অনুযায়ী বাইহাটা চাৰিআলিৰ মাজেৰে নিতৌ…
আৰু পঢ়ক...

গংগাত প্ৰয়াত বাজপেয়ীৰ অস্থি বিসৰ্জন কন্যা নমিতাৰ

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ হৰিদ্বাৰত দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি বিসৰ্জন দিয়া হয়। হৰিদ্বাৰস্থিত হৰ কী পৌৰী ঘাটত সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে জননেতাগৰাকীৰ অস্থি বিসৰ্জন দিয়ে তেওঁৰ তোলনীয়া কন্যা নমিতা ভট্টাচাৰ্যই।…
আৰু পঢ়ক...

দহমাহে ঢেঁকীয়াপটীয়া বাঘৰ সৈতে সহাৱস্থান ৰৌতাবাসীৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত দহমাহ ধৰি ওদালগুৰি জিলাৰ এটি অঞ্চলৰ ৰাইজ বাঘৰ আতংকত ভুগিছে। ৰৌতাৰ ব‌ড়োবজাৰ অঞ্চলত ইতিমধ্যে বনৰজাই ভক্ষণ কৰিছে ৩৭টাকৈ পশুধন। ইয়াৰ পাছতো বাঘটোক জালত পেলাবলৈ সক্ষম নহ'ল বন বিভাগ তথা চৰকাৰ। এই সন্দৰ্ভত চৰকাৰক…
আৰু পঢ়ক...

পৰকীয়া প্ৰেম! হোজাইত খুঁটাত বান্ধি পত্নীক নিৰ্যাতন, ভিডিঅ’ ভাইৰেল

ডিজিটেল সংবাদ, হোজাইঃ পৰকীয়া প্ৰেমৰ সন্দেহত এগৰাকী মহিলাক স্বামীয়ে খুটাত বান্ধি নিৰ্যাতন চলোৱা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাত। জিলখনৰ ডবকা অঞ্চলৰ যমুনাগাঁৱত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।…
আৰু পঢ়ক...

ৰূপহীহাটৰ হাতীপুখুৰীত সন্ধানহীন হোৱা শ্ৰমিকদ্বয়ৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ৰূপহীহাটঃ উৎকট গৰমত পুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ পুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল জিতেন আৰু আনাৰুল নামৰ দুই শ্ৰমিক৷ স্থানীয় ৰাইজে পুখুৰীত উদ্ধাৰ অভিযান চলাই দুয়োজন শ্ৰমিকৰ মৃতদেহ…
আৰু পঢ়ক...

গোলকগঞ্জত গা ধুবলৈ গৈ সন্ধানহীন দুই ভগ্নী

ডিজিটেল সংবাদ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হ’ল এক কৰুণ ঘটনা। গোলকগঞ্জ চহৰখনৰ কাষেৰে বৈ যোৱা গংগাধৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুটি শিশুৰ। সন্ধানহীন হোৱা শিশুদুটি বায়েক-ভনীয়েক আছিল। শিবু মাহাতোৰৰ দুই কন্যা ক্ৰমে তুলসী…
আৰু পঢ়ক...

বিশ্ব ফটোগ্ৰাফী দিৱসত জ্যেষ্ঠ ফটো সাংবাদিক কিৰণ মুখাৰ্জীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো অসম ফটো সংবাদিক সংস্থাই এই দিৱস বিশেষভাৱে পালন কৰে। দিৱসৰ সৈতে সংগতি ৰাখি সংস্থাটোৱে আজি গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই…
আৰু পঢ়ক...

কালাৰ্ছ টিভিত ভূপেন হাজৰিকাৰ গীতক লৈ বিশেষ অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেৱভাষা সংস্কৃতৰ গীতেৰে অলেখ শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰা নগঞা শিল্পী ৰঞ্জন বেজবৰুৱাৰ সংগীত প্ৰতিভাই ইতিমধ্যেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় স্তৰত৷ সাম্প্ৰতিক সময়ত প্ৰায় অৱহেলিত হবলৈ ধৰা সংস্কৃত ভাষাত…
আৰু পঢ়ক...

কামপুৰত ৰাইজ অতিষ্ঠ লোড ছেডিঙত, এ এছ ই বি কৰ্মী ব্যস্ত জুৱা-সুৰাত

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা কামপুৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। একাংশ যুৱকে ঘেৰাও কৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয়টো। যুৱক কেইজনৰ মতে, নিশা হ’লেই সঘনে বিদ্যুৎ কৰ্তন হয় কামপুৰত আৰু কাৰ্যালয়টোত চলে সুৰাৰ আড্ডা।…
আৰু পঢ়ক...