মিত্ৰতা? হোজাইত বিবাহ অনুষ্ঠানত ৰিপুন-আজমলে পাতিলে কথা… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত এতিয়া মিত্ৰতাক লৈ সৃষ্টি হৈছে নতুন সমীকৰণ। অগপ-বিজেপিয়ে ৰাজ্যিক পৰ্যায়ত মিত্ৰতা অক্ষুণ্ণ ৰাখিলেও পঞ্চায়ত নিৰ্বাচন একেলগে নেখেলাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিলে। ইয়াৰ বিপৰীতে…
আৰু পঢ়ক...

অগপ-বিজেপিয়ে একেলগে নেখেলে পঞ্চায়ত নিৰ্বাচন, আনুষ্ঠানিকভাৱে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনা অন্ত পেলাই অৱশেষত পঞ্চায়ত নিৰ্বাচন অগপ আৰু বিজেপিয়ে পৃথকে পৃথকে খেলাৰ কৌশলপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এক বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…
আৰু পঢ়ক...

শুক্ৰ গ্ৰহৰ দিশত আৰু এখোজ আগবাঢ়িল ইছৰ’

ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ ব্যস্ত হৈ পৰিছে শুক্ৰ গ্ৰহক লৈ কৰিবলগীয়া গৱেষণাৰ প্ৰস্তুতিত। ‘শুক্ৰ গ্ৰহ মিছন’ৰ বাবে কৰিবলৈ বহু গৱেষণাৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে সমগ্ৰ বিশ্বৰ বৈজ্ঞানিকসকলৰ মতামত তথা…
আৰু পঢ়ক...

বিশ্বনাথ জিলা প্ৰশাসনৰ খাদ্য সামগ্ৰী যোগানৰ বাবে নিবিদা আহ্বান

ডিজিটেল সংবাদ, উত্তৰ অসমঃ প্রথম পৰ্যায়ত অনুষ্ঠিত হব লগা পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰা ‌‌‌‍‌প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰিছে। বিশ্বনাথ জিলা প্ৰশাসনৰ অধীনত পঞ্চায়ত নিৰ্বাচনৰ বাবে নিয়োজিত হোৱা…
আৰু পঢ়ক...

উপেন্দ্ৰ ব্ৰহ্ম বঁটা প্ৰাপক ড০ প্ৰমোদ ভট্টাচাৰ্যৰ মৃত্যুত এবছুৱে অৰ্ধনমিত কৰি ৰাখিলে পতাকা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো ভাষাৰ বিজ্ঞানসন্মত অধ্যয়ণ পদ্ধতিৰে গুৰি ধৰোতা বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিত, সাহিত্যিক ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দেহাৱসানত শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ বড়োভূমি৷ ভট্টাচাৰ্যৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে…
আৰু পঢ়ক...

২টা বছৰ গৰকিলে ‘প্ৰভাতী কিৰণে’

ডিজিটেল ডেস্কঃ এজাক উচ্চ শিক্ষিত চফল ডেকা গাভৰু, যাৰ অন্তৰত আছে দুৰ্বাৰ হেপাহ সমাজৰ বাবে কিবা এটা কৰাৰ। পোন্ধৰজন সক্ৰিয় সদস্য-সদস্যা আৰু দহগৰাকী অতিথি সদস‍্যৰে গঠিত এটা এন জি অ' প্ৰভাতী কিৰণ, যি সমাজৰ প্ৰতিটো স্তৰৰ লগতেই জড়িত হৈ আছে।…
আৰু পঢ়ক...

গোলাঘাটত আপৰ সংবাদমেল, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, অগপক উৎখাতৰ হুংকাৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে বিভিন্ন দল-সংগঠন। এই অনুসৰি সোমবাৰে গোলাঘাটত এখন সংবাদমেলৰ আয়োজন কৰে আম আদমি পাৰ্টীয়ে। সংবাদমেলত বিজেপি, অগপ তথা কংগ্ৰেছক উত্‍খাত কৰাৰ হুংকাৰ দিয়ে…
আৰু পঢ়ক...

ছ্ত্তীশগড়ত নিৰাপত্তাৰক্ষী-মাওদাবীৰ সংঘৰ্ষ, নিহত ২

ছত্তীশগড়ত নিহত ২ মাওবাদী। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত মাওবাদীদ্বয়। ছত্তীশগড়ৰ ছুকমাত সংঘটিত হৈছিল এই সংঘৰ্ষ। নিহত মাওবাদী দুজনৰ পৰা দুটা ৰাইফল উদ্ধাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে। উল্লেখ্য যে, বীজাপুৰতো নিৰাপত্তাৰক্ষীৰে…
আৰু পঢ়ক...

ৰাজ্যিক নিৰ্বাচন আয়োগৰ নতুন সিদ্ধান্ত

ডিজিটেল সংবাদ, উত্তৰ অসমঃ ১৩ নৱেম্বৰ মঙলবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হোৱাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ পৰা মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া বন্ধ থাকিব বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিপূৰ্বে সিদ্ধান্ত লৈছিল যদিও শেহতীয়া এক…
আৰু পঢ়ক...

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামপুৰত জোঁৰ সমদল

ডিজিটেল ডেস্ক, কামপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে দেওবাৰৰ পৰা আৰম্ভ হোৱা ‘সংকল্প শিখা যাত্ৰা’ৰ প্ৰতিবাদ সম্প্ৰসাৰিত হৈছে গাঁৱলৈ। সোমবাৰে কামপুৰ-ৰহা পথত ৭০টা সংগঠনৰ শতাধিক প্ৰতিবাদকাৰীয়ে বাহিৰ কৰে জোৰ সমদল। বিধেয়ক বাতিলৰ…
আৰু পঢ়ক...