ফেচবুক এৰিব লাগিব নেকি জুকাৰবাৰ্গে?

ডিজিটেল ডেস্কঃ ২০১৯ চনলৈ ফেচবুকৰ মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে নিজৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ব পাৰে। কোম্পানীৰ একাংশ শ্বেয়াৰ হোল্ডাৰে জুকাৰবাৰ্গক আঁতৰোৱাৰ বাবে উত্থাপন কৰা প্ৰস্তাৱত সন্মতি জনাইছে৷ তেওঁলোকৰ ভাষ্য অনুসৰি, জুকাৰবাৰ্গে…
আৰু পঢ়ক...

গোসাঁইগাঁৱত পথ দুৰ্ঘটনা, নিহত টাটা ছুম’ৰ চালক

গোসাঁইগাঁৱৰ ভদেয়াগুৰিত বুধবাৰে নিশা দুৰ্ঘটনা। ট্ৰাকৰ পিছফালে খুন্দিয়ালে এখন দ্ৰুতবেগী টাটা ছুম'ই। দুৰ্ঘটনাত থিতাতে নিহত হয় টাটা ছু'মখনৰ চালক। নিহত চালকজনৰ নাম গণেশ ৰয়। ছুম’খনত থকা আন ৬জন যাত্ৰীও গুৰুতৰভাৱে আহত। শ্বিলঙৰ…
আৰু পঢ়ক...

পূজাৰ মাজতে মহানগৰীত পিতৃ-মাতৃয়ে হত্যা কৰিলে পুত্ৰক!

ডিজিটেল ডেস্কঃ কিমান নৃশংস হ’ব পাৰে জন্মদাত্ৰী পিতৃ-মাতৃ। আপোনাৰ-মোৰ দৰে কোনো লোকৰ সপোনৰো অগোচৰ এক ঘটনা। ঘটনাৰ স্থান গুৱাহাটী মহানগৰী। নিজ সন্তানক হত্যা কৰাৰ অভিযোগ এহাল পিতৃ-মাতৃৰ বিৰুদ্ধে। দুৰ্গাপূজাৰ আনন্দ-উল্লাসত ৰাজ্যবাসী ব্যস্ত থকাৰ…
আৰু পঢ়ক...

সাবৰিমালা সুৰক্ষা কমিটীৰ ১২ ঘণ্টীয়া কেৰালা বন্ধৰ আহ্বান

বৃহস্পতিবাৰে কেৰালা ৰাজ্যিক পৰিবহণ নিগমে স্তব্ধ ৰাখিছে যান-বাহন চলাচল। বুধবাৰে কেৰালাৰ নিলাক্কাল বেছ কেম্পত কেএছআৰটিচিৰ বাছত আক্ৰমণ চলাইছিল প্ৰতিবাদকাৰীয়ে। সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক কেন্দ্ৰ কৰি প্ৰতিবাদ কৰিছিল অগণন লোকে।…
আৰু পঢ়ক...

শালবাৰীৰ গোৱৰ্ধনাত ট্ৰেক্টৰ দুৰ্ঘটনাত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ গোবৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোবৰ্ধনা চ’ক বজাৰৰ সমীপত ট্ৰেক্টৰ দুৰ্ঘটনাত বৃহস্পতিবাৰে পুৱা বিক্ৰম মুছাহাৰী (২৭)নামৰ এজন যুৱকৰ শোকাৱহ মৃত্যু ঘটে৷ প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰায় ৯ বজাত গোৱৰ্ধনা আৰক্ষী…
আৰু পঢ়ক...

বৃহস্পতিবাৰে আই এছ এলত চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেড

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে চেন্নাইত অনুষ্ঠিত হ’বলগীয়া আই এছ এলৰ মেচখনত নৰ্থ ইষ্ট ইউনাইটেডৰ বিৰুদ্ধে খেলপথাৰত নামিব চেন্নাইন এফ চি। এইবাৰৰ প্ৰতিযোগিতাখনত এবাৰো জয়ী নোহোৱা চেন্নাইয়ে সন্ধিয়া ৭.৩০ বজাত খেলপথাৰত নামিব নৰ্থ ইষ্ট ইউনাইটেডৰ…
আৰু পঢ়ক...

হিমা, ৰীমাৰ পাছত সুষমাঃ কেট ৱাকেৰে দেশবাসীৰ হৃদয় জিনিলে অসম কন্যাই, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ক্ৰীড়া-সংস্কৃতি জগততে নহয় মডেলিং তথা ফেশ্বন জগতখনতো উজ্বলি উঠিছে অসম। এইবাৰ 'গ্লেমন মিছ ইণ্ডিয়া' প্ৰতিযোগিতাত শ্ৰেষ্ঠ কেটৱাক সন্মান কঢ়িয়াই আনিলে ৰহাৰ জীয়ৰী সুষমা কোঁৱৰে। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয়…
আৰু পঢ়ক...

অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কাৰিকৰী চমক বা মেলা আয়োজনতেই ব্যস্ত থকা নাই অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজা কমিটি৷ প্ৰতিবছৰে তেওঁলোকে প্ৰকাশ কৰি আহিছে স্মৃতিগ্ৰন্থও৷ এইবাৰো ব্যতিক্ৰম নহ’ল পূজা কমিটীখন৷ অভয়াপুৰী সাৰ্বজনীন দুৰ্গা পূজা উপলক্ষে…
আৰু পঢ়ক...

নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে বন্যাহস্তীৰ উপদ্ৰৱ। বন্যাহস্তীৰ আক্ৰমণত ত্ৰস্তমান নুমলীগড়বাসী। বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱা লৈকে উপদ্ৰৱ চলালে বন্যহস্তীৰ জাকে। প্ৰায় ৬০-৭০ জনীয়া বন্যহস্তীৰ জাকে তহিলং কৰে বহু ধাননি পথাৰ।…
আৰু পঢ়ক...

মধ্যপ্ৰদেশত লাইনচ্যুত ৰাজধানী এক্সপ্ৰেছ

বৃহস্পতিবাৰে পুৱা দিল্লী অভিমুখী হজৰত-নিজামুদ্দিন-ত্ৰিবন্দ্ৰম ৰাজধানী এক্সপ্ৰেছৰ খুন্দা ট্ৰাকত। মধ্যপ্ৰদেশৰ থাণ্ডলাত সংঘটিত হৈছে এই ঘটনা। পুৱা প্ৰায় ৬.৪৪ বজাত সংঘটিত হৈছে এই ঘটনা। ঘটনাত লাইনচ্যুত হয় ৰাজধানী এক্সপ্ৰেছৰ দুটা ডবা।…
আৰু পঢ়ক...