শেহতীয়া খবৰ
৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  বাস্তৱৰ জীৱনঃ কি ক’বি, সৰুজনী ছোৱালীয়েই মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ

ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক ডিফুৰ পৰা নগাঁও কাৰাগাৰলৈ স্থানান্তৰ

ডিজিটেল সংবাদ, নগাঁওঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ডকমকা কাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। এই অনুযায়ী মঙলবাৰে দিনৰ ভাগত ৰাজ্য জোকাৰি যোৱা উক্ত নৃশংস কাণ্ডৰ…
আৰু পঢ়ক...

আৰক্ষীৰে ধনৰ লেনদেন সুবোধ বিশ্বাসৰ! জামিন মঞ্জুৰক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কক…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ অৱহেলাৰ বাবেই অসমীয়া জাতিক পদানত কৰাৰ চেষ্টা চলোৱা সুবোধ বিশ্বাস আজি ৰঙাঘৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে চিলাপথাৰ কাণ্ডৰ মূল খলনায়কজনৰ জামিন মঞ্জুৰ…
আৰু পঢ়ক...

‘আমাক চাউল দিয়ক’ শ্ল’গানেৰে উত্তাল কামপুৰ

ডিজিটেল সংবাদ, কামপুৰঃ চাউলক লৈ কৰা প্ৰতিবাদত মঙলবাৰে উত্তপ্ত হৈ পৰে নগাঁও জিলাৰ কামপুৰ। নীতি বৰ্হিভূতভাৱে খাদ্য সুৰক্ষা আঁচনিৰ চাউল বন্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিত একাংশ হিতাধিকাৰীয়ে আমাক চাউল দিয়ক, আমাক চাউল লাগিবই আদি শ্ল'গানেৰে উত্তাল কৰি…
আৰু পঢ়ক...

‘পেটত গামোছা বান্ধি আৰু কিমানদিন কম্পিউটাৰ চলাম?’

ডিজিটেল সংবাদ, গোলাঘাটঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম। এফালে নাগৰিকপঞ্জীৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ, আনফালে বিনা বেতনে কৰ্মচাৰীক কাম কৰিবলৈ বাধ্য কৰিব বিচৰা হৈছে। গোলাঘাট জিলাত…
আৰু পঢ়ক...

বোকাখাতত বাঢ়নী পানীত পৰি  যুৱকৰ মৃত্যু

বোকাখাতত অঘটন। ডিফলুপথাৰত বিহদিয়া বিলৰ বাঢ়নী পানীত পৰি যুৱকৰ মৃত্যু। যুৱকজনৰ নাম চুটু মাঝি। এছ ডি আৰ এফে উদ্ধাৰ কৰে মৃতদেহটো।
আৰু পঢ়ক...

ডিজিটেল চোৰৰ সন্ত্ৰাস! ষ্টেট বেংকৰ কলিয়াবৰ শাখাত আকৌ অন্তৰ্ধান গ্ৰাহকৰ ধন

ডিজিটেল সংবাদ, কলিয়াবৰঃ ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাত আপোনাৰ একাউণ্ট আছে নেকি? যদি আছে তেন্তে সাৱধান। কিয়নো ডিজিটেল চোৰে বাৰুকৈয়ে লম্ভিছে ষ্টেট বেংকৰ এই শাখাটোক। যিকোনো মুহূৰ্ততে আপোনাৰ অজ্ঞাতে অন্তৰ্ধান হৈ পৰিব পাৰে কষ্টোপাৰ্জিত ধন।…
আৰু পঢ়ক...

পুঁজিৰ অভাৱ! ১৫ ডিচেম্বৰৰ পাছতহে পঞ্চায়ত নিৰ্বাচন

১৫ ডিচেম্বৰৰ পাছতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। সময় বিছাৰি উচ্চ ন্যায়ালয়ত আবেদন ৰাজ্যিক নিৰ্বাচনী আয়োগৰ। দুই-এদিনতে শুনানি দিয়াৰ সম্ভাৱনা। পঞ্চায়ত নিৰ্বাচনৰ পাছতহে অনুষ্ঠিত হব জিএমচি নিৰ্বাচন। নিৰ্বাচনৰ বাবে পৰ্যাপ্ত…
আৰু পঢ়ক...

নামৰূপত শোকাৱহ পথ দুৰ্ঘটনা, কণমানি পুত্ৰসহ থিতাতে নিহত মহিলা

ডিজিটেল সংবাদ, নামৰূপঃ ডিব্ৰুগড়ৰ নামৰূপত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যুক সাবটি লয় মাতৃ আৰু পুত্ৰই। প্ৰত্যক্ষদৰ্শীসকলৰ মতে, বিদ্যালয়ৰ পৰা এগৰাকী মহিলাই কণমানি পুত্ৰক ঘৰলৈ আনি থকাৰ সময়তে এখন তীব্ৰবেগী…
আৰু পঢ়ক...

ডেৰাডুনৰ বৰ্ডিং স্কুলত দশম শ্ৰেণীৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ ৰেৱাড়ী কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ ডেৰাডুনত পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। উত্তৰাখণ্ডৰ ৰাজধানী চহৰখনৰ এখন বৰ্ডিং স্কুলত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ একাংশ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে দশম…
আৰু পঢ়ক...

ৰাফেল কেলেংকাৰী, মূল্যবৃদ্ধিক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে মহানগৰ কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাফেল বিমান কেলেংকাৰী আৰু পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰা কংগ্ৰেছৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে মঙলবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। মেঘদূত ভৱনৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়…
আৰু পঢ়ক...