শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

দিনকণা

স্বাধীনতা শব্দটো দিন আৰু ৰাতিৰ সমাৰ্থক বা একত্ৰ ৰূপক হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্ৰাক্ স্বাধীনতাৰ কালছোৱাক ৰাতি আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়খিনিক দিনৰ সৈতে ৰিজাব পাৰি। পোন্ধৰ আগষ্টৰ দিনা লালকিল্লাৰ বাণী আৰু ৰাজপথৰ বীৰ-বিক্ৰম শুনিলে-দেখিলে এনে…
আৰু পঢ়ক...

শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান নোবালেজয়ী কফি আন্নান আৰু নাই। শনিবাৰে ৮০ বছৰ বয়সত ছুইজাৰলেণ্ডৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সমগ্ৰ বিশ্বতে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা আন্নানে। টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰিছে তেওঁৰ…
আৰু পঢ়ক...

জোৱায়েকৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকৰ, কামৰূপৰ মুক্তাপুৰত চাঞ্চল্য

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ জোৱায়েকৰ দাৰ ঘাপত শাহুৱেক নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মুক্তাপুৰত। অঞ্চলটোৰ পূবপাৰ জতিয়াভাংগাৰা গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই অঘটন। উল্লেখ্য যে…
আৰু পঢ়ক...

গোগামুখত খাদ্যত বিষক্ৰিয়া, শিশুসহ অৰ্ধশতাধিক আক্ৰান্ত

ডিজিটেল সংবাদ, গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ভুমা পদ্মপুৰত খাদ্যত বিষক্ৰিয়া হৈ ১৬টি শিশুসহ অতিকমেও ৯০জনকৈ লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। জানিব পৰা মতে, ভুমা পদ্মপুৰ নামৰ গাওঁখনত শুকুৰবাৰে এটা পৰিয়ালত অনুষ্ঠিত হৈছিল…
আৰু পঢ়ক...

নগাঁৱৰ বকুলতলত বাজপেয়ীৰ তিলনি পালন বিজেপি কৰ্মীৰ

ডিজিটেল সংবাদ, নগাঁওঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ তিনিদিনৰ দিনা তিলনি পালন কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বিজেপি কৰ্মীসকলে। জিলাখনৰ বকুলতলত চামগুৰি বাজিয়া মণ্ডল বিজেপিয়ে জননেতাগৰাকীৰ মৃত্যুৰ তৃতীয় দিনৰ দিনা কলং নৈৰ…
আৰু পঢ়ক...

কেৰালালৈ ৫০০ কোটিৰ বান সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ কেৰালাত আকাশমাৰ্গেৰে বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বেয়া বতৰৰ বাবে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকীৰ পক্ষে আকাশমাৰ্গেৰে বান পৰিস্থিতিৰ বুজ লোৱাতো সম্ভৱ নহ'ব বুলি প্ৰকাশ কৰিছিল চৰকাৰী সূত্ৰই। কিন্তু…
আৰু পঢ়ক...

এখন চিনেমাকে ২৫ বাৰকৈ চাইছিল বাজপেয়ীয়ে

ডিজিটেল ডেস্কঃ এজন ৰাজনীতিবিদ হিচাপে ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিটো দিনতে আছিল ভীষণ ব্যস্ততা। সেই ব্যস্ততাৰ মাজতো সময় উলিয়াই বাজপেয়ীয়ে শুনিছিল কেইটামান বিশেষ গান আৰু উপভোগ কৰিছিল কেইখনমান প্ৰিয় বোলছবি। বাজপেয়ীৰ প্ৰিয় হিন্দী চিনেমা…
আৰু পঢ়ক...

মৰিচাছৰ চাইবাৰ টাৱাৰক বাজপেয়ীৰ নামেৰে নামাকৰণ

ডিজিটেল ডেস্কঃ প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা হ’ব মৰিচাছৰ চাইবাৰ টাৱাৰ। বিশ্ব হিন্দী সন্মিলনত ভাষণ প্ৰদান কৰি শনিবাৰে এইদৰে কয় মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জগন্নাথে। প’ৰ্ট লুইচত অনুষ্ঠিত হোৱা…
আৰু পঢ়ক...

২৩ আগষ্টৰ পৰা হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ একমাত্ৰ স্ত্ৰী শিক্ষানুষ্ঠান হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ে গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছে। আজি মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত অধ্যক্ষ ড০ বিপুল ভূঞাই এই কথা জানিবলৈ দি কয় যে অহা ২৩,…
আৰু পঢ়ক...

মাজুলীৰ চিকিৎসালয়ত নাই সু-ব্যৱস্থা, বিনা চিকিৎসাৰে অধ্যাপক সুশীল পায়েঙৰ মৃত্যু

ডিজিটেল সংবাদ, মাজুলীঃ উপযুক্ত চিকিৎসাৰ অভাৱত তথা বিধ্বস্ত যাতায়তৰ বাবে উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ শুকুৰবাৰে আকস্মিকভাৱে মৃত্যু হয় মাজুলীৰ গড়মূৰ পীতাম্বৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক সুশীল পায়েঙৰ। মাজুলীৰ সীমান্তৱৰ্তী…
আৰু পঢ়ক...