শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

একত্ৰিত আমছুঃ নগাঁৱত কেন্দ্ৰীয় সধাৰণ সম্পাদকক উষ্ম আদৰণি  

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) দুটা গোটত বিভাজিত হৈ অসমৰ ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু আমছুৰ একাংশ বিষয়ববীয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল, সেই সময়তে আমছুৰ বিভাজিত গোট দুটা পুনৰ একত্ৰিত হোৱা খবৰে…
আৰু পঢ়ক...

মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে দিয়া সেই বিস্ফোৰক এজাহাৰখন

ডিজিটেল সংবাদ, গুৱাহাটীঃ কিছুদিনৰ পূৰ্বে চৰ্চালৈ আহিছিল কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁই। তেওঁৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই। আমাৰ হাতত আহি পৰিছে মন্ত্ৰীজনৰ বিৰুদ্ধে দাখিল কৰা সেই এজাহাৰৰ প্ৰতিলিপি। আমি…
আৰু পঢ়ক...

এমাহৰ ভিতৰত নিযুক্তি দিব নতুন উপ-পৰিচালন সঞ্চালক

ডিজিটেল ডেস্কঃ এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক পদৰ পৰা হঠাৎ অব্যাহতী ল’লে পৰেশ সুকথনকাৰে। ইয়াৰ পাছতেই বেংকটোৰ পৰিচালন সঞ্চালক তথা মুখ্যকাৰ্যবাহী বিষয়া আদিত্য পুৰীয়ে জানিবলৈ দিয়ে যে, এক মাহৰ ভিতৰতেই এই পদত নতুন নিযুক্তি দিয়া হব।…
আৰু পঢ়ক...

‘নাচাই বোপাই, সিহঁতে আমাক নাচাই…’, ডিব্ৰুগড়ত কান্দিছে এহাল বৃদ্ধ দম্পতী

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ শিৱসাগৰৰ ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়া নামৰ দম্পতীহালে মৃত্যুক সাৱটি লোৱা ঘটনাৰ পিছত পিতৃ-মাতৃৰ প্ৰতি সন্তান দায়িত্বশীল হ’ব বুলি ভবা হৈছিল। কিন্তু পুনৰ তেনে এক কৰুণ ঘটনা পোহৰলৈ আহিছে ডিব্ৰুগড়ত। ৩ পুত্ৰ আৰু ৫…
আৰু পঢ়ক...

ওদালগুৰিত সৰু আই, ৰুবেলা টিকাকৰণ অভিযান

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো স্বাস্থ্য বিভাগে অহা ১৭ আগষ্টৰ পৰা সৰু আই আৰু ৰুবেলা প্ৰতিষেধকৰ টিকাকৰণ অভিযান আৰম্ভ কৰিব। স্বাস্থ্য বিভাগৰ এই অভিযানত সহযোগ কৰিব ওদালগুৰি জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু সমাজ…
আৰু পঢ়ক...

অসমৰ প্লাষ্টিকমুক্ত গাঁওখন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ প্ৰদূষণমুক্ত ধৰণী গঢ়াৰ দিশত এখোজ আগবঢ়ালে অসমৰ এখন বিশেষ গাঁৱে৷ ৰাজ্য চৰকাৰৰ প্ৰদূষণমুক্ত অসম, সেউজীয়া অসম আঁচনিৰ অধীনত আজি বঙাইগাঁও জিলাৰ খগৰপুৰ প্ৰথম খণ্ড বাঘপাৰা গাঁওখনে প্ৰদূষণমুক্ত আৰু প্লাষ্টিকবৰ্জিত গাঁও…
আৰু পঢ়ক...

চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত ৪২’ৰ শ্বহীদ হেমৰামৰ পৰিয়াল

ডিজিটেল সংবাদ, বাৰপূজীয়াঃ পঞ্চ শ্বহীদৰ পুণ্য ভূমি ৰহাৰ নিকটৱৰ্তী বাৰপূজীয়া৷ এই পঞ্চ শ্বহীদৰে অন্যতম হেমৰাম পাটৰ৷ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ৰহাৰ জোঙালবলহু গড়ত ট্ৰাংক ৰোডত থকা দলং জ্বলাবলৈ আহি বৃটিছৰ গুলীত প্ৰাণ হেৰুৱাইছিল তেতিয়াৰ চফল ডেকা…
আৰু পঢ়ক...

সঁচাকৈয়ে স্বাধীনতা আহিল গজানন্দ শৰ্মালৈহে!

ডিজিটেল ডেস্কঃ ৩৬ বছৰ আগতেই জয়পুৰৰ পৰা সন্ধানহীন হৈছিল মানুহজন। তেওঁক বিচাৰি পৰিয়ালৰ লোকে ক’লৈ যোৱা নাছিল। প্ৰায় ৩ দশক ধৰি তেওঁৰ সন্ধান পোৱা নাছিল ঘৰৰ মানুহে। কেইবছৰ মানৰ পূৰ্বে তেওঁৰ সন্ধান ওলাইছিল। লাহোৰৰ চেণ্ট্ৰেল জে’লত  আছে গজানন্দ…
আৰু পঢ়ক...

কোচ ৰাজবংশী সন্মিলনীৰ ১৪ আৰু ১৫ আগষ্টৰ অসম বন্ধ প্ৰত্যাহাৰ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কোচ ৰাজবংশী সন্মিলনীয়ে ১৪ আৰু ১৫ আগষ্টত আহ্বান দিয়া অসম বন্ধ প্ৰত্যাহাৰ কৰিছে৷ এই কথা সদৰী কৰিছে সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱে। উল্লেখযোগ্য যে, যোৱা ৬ আগষ্টত কোকৰাঝাৰ জিলাৰ চৌতাৰাত সন্মিলনীয়ে ৰে’ল…
আৰু পঢ়ক...