শেহতীয়া খবৰ
শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক  •  ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক  •  বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস  •  ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ  •  গোলাঘাটত চিকিৎসালয়ৰ বাথৰুমত ওলাল কয়দীৰ মৃতদেহ, পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যা

ফেঠাই ঘূৰ্ণি বতাহৰ তাণ্ডৱ, অন্ধ্ৰপ্ৰদেশৰ ১৪হাজাৰ হেক্টৰ কৃষিভূমি বিনষ্ট

ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশত তাণ্ডৱ অব্যাহত ফেঠাই ঘূৰ্ণি বতাহৰ। ফেঠাই ঘূৰ্ণি বতাহৰ ফলত বিগত কেইদিনমানতেই ৰাজ্যখনৰ বহু ঠাইত লাখ লাখ টকাৰ ক্ষতিসাধন হৈছে। ৰাজ্যখনৰ বহু ঘৰ-দুৱাৰ, কৃষিভূমিৰ বিস্তৰ ক্ষতি-সাধন হৈছে এই ঘূৰ্ণি বতাহৰ ফলত।…
আৰু পঢ়ক...

এগৰাকী যুৱতীৰ বাবে আধাৰ কাৰ্ডেই হ’ল কাল!

ডিজিটেল ডেস্কঃ ৰাজধানী চহৰ দিল্লীত সংঘটিত হ'ল এক অমানৱীয় ঘটনা। এগৰাকী যুৱতীক আধাৰ কাৰ্ড বনাই দিয়াৰ গইনা লৈ দুবৃৰ্ত্তই কৰিলে দলবদ্ধ ধৰ্ষণ। ঘটনাটো সংঘটিত হৈছিল যোৱা ১৬ ডিচেম্বৰত। দিল্লীৰ চুল্তানপুৰ থানাৰ অন্তৰ্গত এগৰাকী যুৱতীক আধাৰ কাৰ্ডৰ…
আৰু পঢ়ক...

প্ৰতিশ্ৰুতি ৰাখি ৰাহুল গান্ধীয়ে ক’লেঃ দেখিলে আপোনালোকে, কৃষকৰ ঋণ ৰেহাই হ’ল, VIDEO

ডিজিটেল ডেস্কঃ মঙলবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক সাংবাদিকে কৃষকসকলৰ ঋণৰ ক্ষেত্ৰত কৰা প্ৰশ্ন কৰে। ৰাহুল গান্ধীয়ে মুখত এটি হাঁহি লৈ সাংবাদিকসকলক উত্তৰ দিয়ে- ‘দেখিলে, দেখিলেনে আপোনালোকে। এই ক্ষেত্ৰত আৰম্ভ হৈছে কাম।’ উল্লেখ্য যে, সোমবাৰে…
আৰু পঢ়ক...

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতেই পদত্যাগ কংগ্ৰেছ নেতা সজ্জন কুমাৰৰ

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা সজ্জন কুমাৰে অৱশেষত কৰিলে পদত্যাগ। কুমাৰে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিলে পত্ৰ। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে সজ্জন কুমাৰক ১৯৮৪চনৰ শিখ নিধন যজ্ঞৰ দোষী সাব্যস্ত কৰাৰ…
আৰু পঢ়ক...

দৰিদ্ৰ পৰিয়ালৰ বাবে সুখবৰ! ৰন্ধন গেছৰ ক্ষেত্ৰত চৰকাৰে ল’লে কি নতুন সিদ্ধান্ত?

ডিজিটেল ডেস্কঃ দিনক দিনে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য। ইয়াৰ ফলত সৰ্বসাধাৰণে কিমান অসুবিধাৰ সন্মুখীন হৈছে তাৰ উমান ৰাজ্য বা কেন্দ্ৰ চৰকাৰে একেবাৰে নোপোৱাও নহয়। আজিৰ দিনত এল পি জি গেছৰ নতুন কানেকশ্যন এটা ল’বলৈ ব্যয় কৰিবলগীয়া ধন আদায় দিবলৈও…
আৰু পঢ়ক...

গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজনক আটক

মঙলবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। ১০ কেজি গাঞ্জাসহ দুজন লোকক আটক কৰে ৰে’ল আৰক্ষীয়ে। ধৃত লোক কেইজনৰ নাম সুধাংশু কুমাৰ আৰু ৰাজু আনছাৰী। ডিমাপুৰৰ পৰা ধৃত দুয়োজনে আনিছিল গাঞ্জাখিনি।
আৰু পঢ়ক...

সবৰিমালা মন্দিৰত সমকামীৰ দলক প্ৰৱেশৰ অনুমতি মুখ্য পুৰোহিতৰ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা কেৰালাৰ সবৰিমালা মন্দিৰৰ সন্মুখত দেখা গ’ল সমকামীৰ এটি দলক। মন্দিৰত প্ৰৱেশৰ বাবে এনেদৰে আগবাঢ়িছে এই দলটো। দলটোত সদস্য কেইজনক দিয়া হৈছে আৰক্ষীৰ নিৰাপত্তা। উল্লেখ্য যে, চলিত বৰ্ষৰ ১৬ ডিচেম্বৰত সবৰিমালা মন্দিৰত…
আৰু পঢ়ক...

আঙুলি দেখুৱাই এছ ডি এমক বিধায়কৰ প্ৰশ্ন- ‘মই কোন জানে?’ চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত এজন বিজেপি বিধায়কে এগৰাকী এছ ডি এমক নিজৰ পদক শক্তি দেখুৱাই দিছে ধমক দিয়া দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, আগ্ৰাত বিজেপি বিধায়ক উদয়ভান চৌধুৰীয়ে এছ ডি এম গৰিমা সিংক…
আৰু পঢ়ক...

তেজপুৰৰ পিঠাখোৱাত পথ দুৰ্ঘটনাত নিহত এগৰাকী নাৰ্ছ

তেজপুৰৰ পিঠাখোৱাত পথ দুৰ্ঘটনাত এগৰাকী নাৰ্ছৰ মৃত্যু। পুৱতি নিশা ৰৈ থকা ট্ৰাকত খুন্দা এখন যাত্ৰীবাহী টেম্প’ৰ। দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী নাৰ্ছ আৰু আহত আন ৩গৰাকী। নিহত আৰু আহত আটাইকেইগৰাকী টি এম চি এইচ ত নাৰ্ছ ৰূপে কৰ্মৰত।…
আৰু পঢ়ক...

গোলাঘাটত আলফা (স্বাঃ)ত যোগ দিবলৈ যোৱা দুই ছাত্ৰক গ্ৰেপ্তাৰ

আলফা (স্বাঃ)ত যোগ দিবলৈ যোৱা দুই ছাত্ৰক গ্ৰেপ্তাৰ। গোলাঘাটত ছাত্ৰ দুজনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। এজন স্নাতক তৃতীয় ষাণ্মাসিকৰ আৰু আনজন দশম শ্ৰেণীৰ ছাত্ৰ। নৈশ বাছেৰে নাগালেণ্ডৰ মন জিলালৈ গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।…
আৰু পঢ়ক...