শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

সতীত্ব পৰীক্ষাত অনুত্তীৰ্ণ! পুণেত মহিলাক শাস্তি, দেশজুৰি চাঞ্চল্য

ডিজিটেল ডেস্কঃ #MeTooক লৈ তোলপাৰ হৈ পৰা এই দেশত এতিয়াও মহিলাই দিব লাগে সতীত্বৰ পৰীক্ষা। সভ্য সমাজক কলংকিত কৰা এনে পৰম্পৰাৰ বাবে মহাৰাষ্ট্ৰৰ পুণেৰ পিম্পৰীত বহিষ্কৃত হ’বলগীয়া হৈছে এগৰাকী যুৱতী। কঞ্জৰভাট সম্প্ৰদায়ৰ ঐশ্বৰ্য্য তমায়চিক নামৰ এই…
আৰু পঢ়ক...

অষ্টমীৰ দিনা পূব শিলপুখুৰীৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

ডিজিটেল ডেস্কঃ অষ্টমীৰ দিনা ৰাজ্যৰ লগতে মহানগৰীৰ পূজা মণ্ডপসমূহত ভক্তৰ সোঁত বৃদ্ধি পাইছে। মহানগৰীৰ পূব শিলপুখুৰী সাৰ্বজনীন দুৰ্গাপূজা কমিটিৰ পূজাটো অষ্টমীৰ দিনা দেখিবলৈ পোৱা যায় যথেষ্ট মানুহৰ ভিৰ। উল্লেখ্য যে, মহানগৰীৰ এইখন পূজা সমিতিয়ে…
আৰু পঢ়ক...

ওড়িশ্যাত তিতলিত নিহতৰ পৰিয়ালক চৰকাৰৰ ১০ লাখ টকাকৈ ক্ষতিপূৰণ

ওড়িশ্যাত তিতলি ঘূৰ্ণী বতাহত নিহত সকলৰ পৰিয়ালক প্ৰদান কৰা হ’ব ১০ লাখ টকাৰ ক্ষতিপূৰণ। পূৰ্বতে এই ধনৰ পৰিমাণ আছিল ৪ লাখ টকা। বুধবাৰে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কৰিলে এই ঘোষণা। বিগত কিছুদিন ধৰি তিতলিয়ে বিধংসী ৰূপ ধাৰণ…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ

বুধবাৰে জম্মু-কাশ্মীৰত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে। বাৰামুলা অঞ্চলত আৰক্ষীৰ জীপৰ সন্ত্ৰাসবাদীয়ে চলালে এই আক্ৰমণ। আক্ৰমণত দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত। ঘটনাৰ পাছতে অঞ্চলটোত সেনাৰ অভিযান।
আৰু পঢ়ক...

২০১৮ বৰ্ষৰ ‘মেন বুকাৰ বঁটা’ ঘোষণা

বুধবাৰে ২০১৮ বৰ্ষৰ 'মেন বুকাৰ বঁটা' ঘোষণা। আয়াৰলেণ্ডৰ লেখিকা এনা বাৰ্ণছলৈ ২০১৮ বৰ্ষৰ মেন বুকাৰ বঁটা। ‘মিল্কমেন’ শীৰ্ষক গ্ৰন্থৰ বাবে এই স্বীকৃতি প্ৰদান লেখিকাগৰাকীলৈ। মেন বুকাৰ বঁটা বিজয়ী আয়াৰলেণ্ডৰ প্ৰথমগৰাকী লেখিকা এনা বাৰ্ণছ।…
আৰু পঢ়ক...

দক্ষিণ কামৰূপত পথ দুৰ্ঘটনা

বুধবাৰে দক্ষিণ কামৰূপৰ বনগাঁও কেম্পত পথ দুৰ্ঘটনা৷ বাইক আৰু টাটা ইণ্ডিকাৰ মুখামুখী সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দীপাংকৰ কলিতা নামৰ বাইক আৰোহীজন। সংকটজনক অৱস্থাত আহত দীপাংকৰ কলিতাক জিএমচিএইচ লৈ প্ৰেৰণ। আহত দীপাংকৰৰ ঘৰ…
আৰু পঢ়ক...

ডিব্ৰুগড়ৰ স্বগৃহত উপস্থিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

বুধবাৰে কামাখ্যা দৰ্শনৰ পাছত ডিব্ৰুগড়ৰ স্বগৃহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। এখন বিশেষ বিমানেৰে গগৈ উপস্থিত হয় ডিব্ৰুগড়ত। মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে একেখন বিমানেৰে ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ…
আৰু পঢ়ক...

শাৰদীয় শুভ কামনা

বৰ্তমানে এই বছৰৰ দুৰ্গোৎসৱ চলি আছে। চৌদিশ শাৰদীয় বতৰৰ শেৱালিৰ সুগন্ধৰে আমোলমোল। গা পুলি নিয়া জহো গ’ল, আনফালে ঠেঁটুৱৈ কঁপোৱা জাৰো আহিবৰ নৌ এথোন। গা জুৰ পেলোৱা বতৰৰ ঋতুৱে বোকোচাত আনিছে শাৰদীয় উৎসৱক। তাৰে শ্ৰেষ্ঠ প্ৰতিনিধি হ’ল দুৰ্গোৎসৱ।…
আৰু পঢ়ক...

ৰঙিয়াৰ খন্দিকৰত ৩ হত্যাকাৰী আটক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ কিছু দিন পূৰ্বে ৰঙিয়াৰ খন্দিকৰত সংঘটিত হৈছিল এক হত্যাকাণ্ড। উক্ত হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত তিনিজনকৈ লোকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৩০ জুলাইত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল আনচাৰ আলী নামৰ লোক এজনৰ।…
আৰু পঢ়ক...

পূজাৰ পিছতে এদিনীয়া ক্ৰিকেট উৎসৱ, কোহলি বাহিনীৰ লগতে গুৱাহাটীত উপস্থিত কেৰিবিয়ান দল

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২১ অক্টোবৰৰ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ বাবে সাজু কৰি তোলা হৈছে মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰায় সংখ্যক খেলুৱৈ আহি উপস্থিত হৈছেহি গুৱাহাটী মহানগৰীত। বুধবাৰে দুপৰীয়া ১ বজাত…
আৰু পঢ়ক...