গুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেটাৰ আম্বাতী ৰায়ুডু

ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ এদিনীয়া ক্ৰিকেট মেচৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত ভাৰতীয় খেলুৱৈ আম্বাতী ৰায়ুডু। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ ৰাওনা খেলুৱৈগৰাকী। ২১ অক্টোবৰৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিছৰ মাজত…
আৰু পঢ়ক...

গহপুৰত কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰীৰ প্ৰতিবাদ

গহপুৰত প্ৰতিবাদত বহিল কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰী। বুধবাৰে নিশা সুৰামত্ত যুৱকৰ হাস্পতালৰ নাৰ্ছক দুৰ্ব্যৱহাৰ। নাৰ্ছক দুৰ্ব্যৱহাৰৰ অভিযোগত প্ৰতিবাদ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ। চিকিত্সাকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ…
আৰু পঢ়ক...

গুৰুদক্ষিণা হিচাপে অধ্যক্ষক প্ৰাক্তন ছাত্ৰই উপহাৰ দিলে বোমা

ডিজিটেল ডেস্কঃ শিক্ষাগুৰুক ভগৱান হিচাপে গণ্য কৰা হয়। গুৰুদক্ষিণা হিচাপে শিষ্যই গুৰুৰ কাৰণে আত্মবলিদান দিয়াৰো নজিৰ নোহোৱা নহয়। কিন্তু গুজৰাটৰ ৰাজকোট জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ অধ্যক্ষক এজন প্ৰাক্তন ছাত্ৰই উপহাৰ দিলে এটা বোমা। ঘটনাটো…
আৰু পঢ়ক...

কাতি বিহু উপলক্ষে মহানগৰীত ‘অসমৰ শিপা’ৰ তুলসী পুলি বিতৰণ

ডিজিটেল ডেস্কঃ কাতি বিহুৰ দিনা ‘অসমৰ শিপা’ নামৰ এক সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ। কাতি বিহু উদযাপন কৰিবলৈ প্ৰস্তুত মহানগৰবাসীলৈ এটাকৈ তুলসী পুলি আগবঢ়াইছে সংগঠনটোৱে। বৃহস্পতিবাৰৰ পুৱা ১০ বজাৰ পৰা জু-ৰোড তিনিআলিৰ নামঘৰৰ প্ৰাংগনত বিনামূল্যে…
আৰু পঢ়ক...

মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড

বৃহস্পতিবাৰে মুম্বাইত অগ্নিকাণ্ড। মুম্বাইৰ চি এছ টি ৰোডত এই অগ্নিকাণ্ড। গুজৰল হাউছ নামৰ এটা অট্টালিকাত সংঘিটত এই অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা। বৰ্তমানলৈ কোনো লোক হতাহতি হোৱাৰ…
আৰু পঢ়ক...

প্ৰেম প্ৰত্যাখান কৰা বাবেই নগাঁৱত যুৱতীক এচিডেৰে আক্ৰমণ

নগাঁৱৰ শালনাত যুৱতীক এচিডেৰে আক্ৰমণ। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই সঞ্জয় সৰকাৰ নামৰ যুৱকজনে এচিড নিক্ষেপ কৰাৰ অভিযোগ। যুৱতীগৰাকীৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃকো আক্ৰমণ যুৱকজনৰ। বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই…
আৰু পঢ়ক...

আজি কাতি বিহু

ডিজিটেল ডেস্কঃ আজি কাতি বিহু। কাতি বিহু পালনৰ বাবে প্ৰস্তুত ৰাজ্যবাসী। প্ৰাচীন কালৰে পৰা আহিন মাহৰ শেষৰ দিনটো অসমীয়া সমাজে আলোকৰ উৎসৱ হিচাপে পালন কৰি আহিছে। অন্য বৰ্ষসমূহৰ দৰেই এইবাৰো প্ৰতিজন অসমীয়াই চোতালত তুলসী পুলি ৰুই চাকি-বন্তি জ্বলাই…
আৰু পঢ়ক...

ফেচবুক এৰিব লাগিব নেকি জুকাৰবাৰ্গে?

ডিজিটেল ডেস্কঃ ২০১৯ চনলৈ ফেচবুকৰ মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে নিজৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ব পাৰে। কোম্পানীৰ একাংশ শ্বেয়াৰ হোল্ডাৰে জুকাৰবাৰ্গক আঁতৰোৱাৰ বাবে উত্থাপন কৰা প্ৰস্তাৱত সন্মতি জনাইছে৷ তেওঁলোকৰ ভাষ্য অনুসৰি, জুকাৰবাৰ্গে…
আৰু পঢ়ক...

গোসাঁইগাঁৱত পথ দুৰ্ঘটনা, নিহত টাটা ছুম’ৰ চালক

গোসাঁইগাঁৱৰ ভদেয়াগুৰিত বুধবাৰে নিশা দুৰ্ঘটনা। ট্ৰাকৰ পিছফালে খুন্দিয়ালে এখন দ্ৰুতবেগী টাটা ছুম'ই। দুৰ্ঘটনাত থিতাতে নিহত হয় টাটা ছু'মখনৰ চালক। নিহত চালকজনৰ নাম গণেশ ৰয়। ছুম’খনত থকা আন ৬জন যাত্ৰীও গুৰুতৰভাৱে আহত। শ্বিলঙৰ…
আৰু পঢ়ক...

পূজাৰ মাজতে মহানগৰীত পিতৃ-মাতৃয়ে হত্যা কৰিলে পুত্ৰক!

ডিজিটেল ডেস্কঃ কিমান নৃশংস হ’ব পাৰে জন্মদাত্ৰী পিতৃ-মাতৃ। আপোনাৰ-মোৰ দৰে কোনো লোকৰ সপোনৰো অগোচৰ এক ঘটনা। ঘটনাৰ স্থান গুৱাহাটী মহানগৰী। নিজ সন্তানক হত্যা কৰাৰ অভিযোগ এহাল পিতৃ-মাতৃৰ বিৰুদ্ধে। দুৰ্গাপূজাৰ আনন্দ-উল্লাসত ৰাজ্যবাসী ব্যস্ত থকাৰ…
আৰু পঢ়ক...