শেহতীয়া খবৰ

গুৱাহাটীত হিট এণ্ড ৰাণ UPDATE

ৰাতি ১২.২২ বজাতঃ মুঠ আহতৰ সংখ্যা ১০লৈ বৃদ্ধি। ৰাতি ১২.১৬ বজাতঃ জি এম চি এইচৰ পৰা দুগৰাকী আহতক ঘৰলৈ যাব দিয়া হৈছে।ইফালে, আৰু এগৰাকী আহতক আনিছে জি এম চি এইচলৈ। ৰাতি ১২.১৪ বজাতঃ এই দুৰ্ঘটনাত আহত এজনক নিয়া হৈছে মাৰোৱাৰী…
আৰু পঢ়ক...

ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক

মহানগৰীত ভয়াৱহ পথ দুৰ্ঘটনা। বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন দিবলৈ আহোতে এই ঘটনা। এখন তীব্ৰবেগী ছুইফট ডিজায়াৰে মহতিয়াই নিয়ে কেবাজনো লোকক। গুৰুতৰভাৱে আহত ৮জনকৈ লোক। আহতসকলক জিএমচিএইছত ভৰ্তি। ভৰলুত সংঘটিত হয় এই দুৰ্ঘটনা।…
আৰু পঢ়ক...

শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু…

► মৃদুল কুমাৰ সন্দিকৈ জগত গুৰু শংকৰদেৱ অসমীয়া জাতিৰ প্ৰতিষ্ঠাৰ বাটকটীয়া। শংকৰদেৱৰ মূল্যায়ন তাত্বিকভাৱে যথেষ্ট হৈছে। গুৰুজনাৰ সৃষ্টিৰাজিক লৈ আলোচনা চলে। কিন্তু ব্যৱহাৰিকভাৱে শংকৰদেৱৰ কৰ্মৰাজিক আমি কিমানজনে অনুকৰণ কৰো। তেওঁৰ দৰ্শনৰ মূল্যবোধে…
আৰু পঢ়ক...

তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ

তিতাবৰৰ বিবিজানত অঘটন। সুৰামত্ত পুত্ৰৰ চোকা অস্ত্ৰৰ ঘাপত প্ৰাণ গ’ল মাতৃৰ। নিহত মহিলাগৰাকীৰ নাম বিনু ভৰালী। হত্যাকাৰী পুত্ৰৰ নাম আদিত্য ভৰালী। ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্য অব্যাহত। হত্যাকাৰী পুত্ৰক কঠোৰ…
আৰু পঢ়ক...

ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য

ডিজিটেল সংবাদ, আগৰতলাঃ ৯৬ শতাংশ আসন দখলৰে ত্ৰিপুৰাত পঞ্চায়তৰ উপনিৰ্বাচনত বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে শাসকীয় বিজেপি দল। মুঠ ৩৩৮৬ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৩২৪৭ আসনতে জয়ী হৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে।…
আৰু পঢ়ক...

মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২০ ছেপ্টেম্বৰত নটুৱাগাঁওৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰা হ'ব। '৪২ৰ গণ আন্দোলনৰ শ্বহীদ মনবৰ নাথৰ স্মৃতিত…
আৰু পঢ়ক...

গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ প্ৰথম দিনটোত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত ঐতিহাসিক আকাশীগংগাৰ তীৰত আৰম্ভ হৈছে সদৌ অসম ভিত্তিত বৰগীত আৰু দিহানাম…
আৰু পঢ়ক...

স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, শিৱসাগাৰঃ উচ্চস্বৰৰ গান। সেই গানৰ তালে তালে নৰ্তকীৰ উদ্দাম নৃত্য। তাৰ মাজতে ৰাজপথত স্বল্পবসনা যুৱতীক চুম্বন কেবাগৰাকী পুৰুষৰ। কোনো মেলাত নহয়, বিশ্বকৰ্মা পূজাৰ পিছত মূৰ্তি বিসৰ্জন দিবলৈ যোৱাৰ পথত দেখা গৈছে এই দৃশ্য। উত্তৰ…
আৰু পঢ়ক...

১ মিনিটত দিনটোৰ ২৫ খবৰ

১. বুলেট ট্ৰেইনৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল আহমেদাবাদ। সহস্ৰাধিক কৃষকে বুলেট ট্ৰেইন প্ৰকল্প বন্ধ কৰাৰ দাবীত মঙলবাৰে কঁপালে গুজৰাটৰ ৰাজপথ। মুম্বাইত একাধিক দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। ২. দলৱদ্ধ ধৰ্ষণৰ বাতৰি পৰিৱেশনক লৈ হাৰিয়ানাৰ একাংশ…
আৰু পঢ়ক...

কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ বেছি ফূৰ্তি কৰিলেও কেতিয়াবা বিপদ আহিব পাৰে। উত্তৰপ্ৰদেশৰ কেইজনমান আৰক্ষীৰ এনে দশাই হ’ল। পথৰ কাষত গাড়ী ৰখাই কেইগৰাকীমান আৰক্ষীয়ে ফূৰ্তি কৰিছিল নাচি-বাগি। পিছে সেই ফূৰ্তিয়ে কাল হ’ল তেওঁলোকৰ। আউৰায়া নামৰ স্থানত কৰ্তব্যত…
আৰু পঢ়ক...