শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

বিহাৰৰ জামুইত নক্সালৰ আক্ৰমণ, নিহত এজন সেনা জোৱান

সোমবাৰে নিশা বিহাৰত নক্সালৰ ভয়াৱহ আক্ৰমণ। বিহাৰৰ জামুই জিলাৰ বৰহাট আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত চলাইছিল আক্ৰমণ। এই আক্ৰমণত এজন সেনা জোৱান নিহত হোৱাৰ খবৰ পোৱা গৈছে।
আৰু পঢ়ক...

বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু

ধেমাজিৰ বিশিষ্ট শিক্ষাবিদ ভৱেন পেগুৰ মৃত্যু। পুৱতি নিশা চিকিৎসালয়ত মৃত্যু হয় শিক্ষাবিদজনৰ। ধেমাজি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আছিল পেগু। শিক্ষা ক্ষেত্ৰৰ লগতে আছিল সাহিত্য ক্ষেত্ৰতো যথেষ্ট বৰঙণি। তেখেতৰ এখন উল্লেখযোগ্য…
আৰু পঢ়ক...

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত সাতমাইল

বিশ্বকৰ্মা পূজাৰ দিনাই মহানগৰীৰ সাতমাইলত পথ দুৰ্ঘটনা। পথ দুর্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতি। দুটা ফৈদৰ মাজত সংঘটিত হয় হতাহতি। ঘটনাস্থলীত আৰক্ষী-চিআৰপিএফৰ লাঠীচালনা। আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে…
আৰু পঢ়ক...

বিশ্বকৰ্মা পূজাৰ দিনা গাঁৱৰ ঘৰত মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বিশ্বকৰ্মা পূজাৰ দিনটোত ৰাজধানীৰ ভিৰ আৰু কোলাহলক একাষৰীয়াকৈ থৈ গাঁৱৰ ঘৰত ওচৰ-চুবুৰীয়াৰ সৈতে সময় কাটলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গাঁওবাসীৰ দুখ-দুৰ্দশাৰ বুজ লৈ নিজ বাসগৃহৰ সমুখৰ এটি পথৰো আধাৰশিলা স্থাপন…
আৰু পঢ়ক...

প্ৰত্যাহ্বানৰ সমুখত মুখ্যমন্ত্ৰী

এখন শুদ্ধ আৰু সম্পূৰ্ণ এন আৰ চিৰ পক্ষত অসমৰ দল-সংগঠন নিৰ্বিশেষে যি জাতীয় সহমতৰ সৃষ্টি হৈছে, তাৰ ওপৰত ভিত্তি কৰিয়েই ৰাজ্যখনৰ জাতীয় শিবিৰ ঐক্যবদ্ধ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। জাতীয়তাবাদী শক্তিবোৰে এই সুযোগ গ্ৰহণ কৰি বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত…
আৰু পঢ়ক...

২৩টা পিষ্টলসহ দিল্লীত গ্ৰেপ্তাৰ কালু

ডিজিটেল ডেস্কঃ ২৩টা পিষ্টলসহ সোমবাৰে দিল্লী আৰক্ষীৰ জালত পৰে এজন অস্ত্ৰ সৰবৰাহকাৰী। ধৃত লোকজনক কালু ছাহু বুলি চিনাক্ত কৰা হৈছে। ৰাজধানী ক্ষেত্ৰৰ ভিন্ন অঞ্চলৰ অপৰাধীসকলক যোগান ধৰাৰ উদ্দেশ্যৰেই বহু লক্ষাধিক টকাৰ বিনিময়ত এই পিষ্টলসমূহ সৰবৰাহ…
আৰু পঢ়ক...

জেহাদী সংগঠন হিজবুল মুজাহিদীনৰ আচল মাষ্টাৰ মাইণ্ড শ্বাহনাৱাজ আলম

ডিজিটেল ডেস্কঃ অসমত ভয়ংকৰ কূটাঘাতৰ জাল মেলিছিল ইছলামিক সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনে। হোজাইৰ লগতে ৰাজ্যখনৰ অন্য জিলাতো মুজাহিদীনে ভিতৰি ভিতৰি সদস্যভৰ্তি অভিযান আৰম্ভ কৰিছিল। জেহাদী সংগঠনটোৰ মূল গুৰি ধৰোতা কামৰুজ জামান বুলি ভাবি…
আৰু পঢ়ক...

সুৰাপান কৰি ৰোগীক প্ৰহাৰ, জিএমচিএইছৰ চিকিৎসকক আটক

ডিজিটেল সংবাদ, গুৱাহাটীঃ সুৰাপান কৰি ৰোগীক প্ৰহাৰ কৰাৰ অভিযোগত সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকক আটক কৰে আৰক্ষীয়ে। এই ঘটনাই চিকিত্‍সা মহাবিদ্যালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰোগীৰ মুখৰ পৰা অক্সিজেনৰ সংযোগ খুলি দিয়াৰো…
আৰু পঢ়ক...

জনপ্ৰতিনিধিৰ নিৰ্লজ্জ কাণ্ড, নিজৰ ভৰি ধোৱা পানী খুৱালে সমৰ্থকক, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ এজন বিজেপি সাংসদৰ কৰ্মকাণ্ডই দেশবাসীৰ চকু কপালত তুলিছে। নিশিকান্ত ডুবে’ নামৰ এই সাংসদগৰাকীয়ে দেওবাৰে গৈছিল তেওঁৰ সমষ্টিৰ অন্তৰ্গত গোড্ডা নামৰ ঠাইলৈ। এখন দলঙৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশ লৈছিল সাংসদগৰাকীয়ে। সেই…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিৰ 'সেৱা সপ্তাহ' শীৰ্ষক বিশেষ কাৰ্যসূচী আৰম্ভ। সোমবাৰৰ পৰা শুভাৰম্ভ হৈছে এই কাৰ্যসূচী। ২. ১৪ ছেপ্তেম্বৰত মিজোৰামৰ গৃহমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা আৰ লালজিৰলিয়ানাক কংগ্ৰেছ দলৰ…
আৰু পঢ়ক...