আজি ষষ্ঠী, পূজাৰ বেদীত স্থাপিত হ’ব দেৱী দশভূজাৰ প্ৰতিমা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ ব্যস্ততা। সোমবাৰে ষষ্ঠী। সোমবাৰে পুৱা ৮ বাজি ৪৪ মিনিট ৫৫ ছেকেণ্ডৰ ভিতৰত আৰম্ভ হয় দেৱী দূর্গাৰ কাত্যায়নী ৰূপত যথাবিহীত পূজা আৰাধনা। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পূজাৰ বেদিত স্থাপিত হ’ব দেৱী দশভূজাৰ…
আৰু পঢ়ক...

সোমবাৰে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য

সোমবাৰে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য। বৰ্তমান ভাৰতীয় টকাৰ মূল্য ১ ডলাৰৰ বিপৰীতে ৭৩.৮৭ টকা। ১১ অক্টোবৰত ১ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছিল ৭৪.৪৭ টকা। যোৱা কিছুদিন ধৰি ডলাৰৰ তুলনাত অব্যাহত আছে টকাৰ মূল্যৰ অৱনমন।
আৰু পঢ়ক...

সোমবাৰৰ পৰা মহানগৰীত বন্ধ ১৫০খন মাংসৰ দোকান

ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটী মহানগৰীত মাংস বিচাৰি হাহাকাৰ কৰিবলগীয়া হ’ব পাৰে গ্ৰাহক সকলে। কিয়নো কেইবাটাও দাবীৰে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ প্ৰায় ১৫০খন মাংসৰ দোকান। গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত দোকান…
আৰু পঢ়ক...

মুম্বাইত বিমানৰ পৰা বাগৰিল কৰ্মচাৰী

সোমবাৰে পুৱা মুম্বাইত সংঘটিত বিমান বন্দৰত সংঘটিত হয় ঘটন। এয়াৰ ইণ্ডিয়াৰ এগৰাকী কৰ্মচাৰী বাগৰি পৰে বিমানৰ পৰা। মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হ’বলৈ লোৱা সময়তে বিমানৰ পৰা বাগৰি পৰে কৰ্মচাৰীগৰাকী। বৰ্তমান কৰ্মচাৰীগৰাকীক মুম্বাইৰ…
আৰু পঢ়ক...

সোমবাৰে গুৱাহাটীত উপস্থিত হ’বহি ভাৰত-ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট দল

২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট মেচ। খেলখনৰ বাবে সোমবাৰে গুৱাহাটীলৈ আহিব দুয়োটা দলৰ খেলুৱৈসকল। অৱশ্যে বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডেয়া আহিব ১৭ অক্টোবৰত। সোমবাৰে হায়দৰাবাদৰ পৰা বিশেষ…
আৰু পঢ়ক...

মণিপুৰত আৰক্ষী শ্ৰদ্ধাঞ্জলি দিৱস মাৰাথন ২০১৮ আয়োজন

ডিজিটেল ডেস্কঃ দেওবাৰে মণিপুৰৰ পশ্চিম আৰু দক্ষিণ ইম্ফলত আয়োজন কৰা হয় আৰক্ষী শ্ৰদ্ধাঞ্জলি দিৱস মাৰাথন ২০১৮। দেশৰ বাবে জীৱন আহুতি দিয়া মণিপুৰৰ আৰক্ষীসকলৰ স্মৰণত আয়োজন কৰা হয় এই মাৰাথন দৌৰৰ। উল্লেখ্য যে, এই মাৰাথন দৌৰত প্ৰায় ১৩০০জন প্ৰতিযোগীয়ে…
আৰু পঢ়ক...

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য সোমবাৰে হয়গৈ ৮২.৭২ টকা। ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৫.৪৬ টকা। ইফালে মুম্বাইতো বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৮.১৮ টকা…
আৰু পঢ়ক...

কাৰ্বি ভূমিত অজনজাতিৰ পট্টা বাতিলৰ দাবীৰে পোষ্টাৰিং

জিজিটেল সংবাদ, ডিফুঃ কাৰ্বিআংলঙৰ জিলাৰ ডিফুত ভূমি পট্টা লাভ কৰা অজনজাতি লোকসকলৰ বিৰুদ্ধে দেওবাৰে সৰৱ হোৱা পৰিলক্ষিত হয় কাৰ্বি ছাত্র সন্থাক। অজনজাতি লোকসকলে কাৰ্বিভূমিত ভূমি পট্টা লাভ কৰা কাৰ্যক কোনো পধ্যেই গ্রহণযোগ্য নহয় বুলি মন্তব্য…
আৰু পঢ়ক...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা। ১৩ অক্টোবৰত ঘোষণা কৰা হয় এই ফলাফল। প্ৰথম ৫টা স্থান লাভ কৰে মুঠ ৮জন ছাত্ৰ-ছাত্ৰীয়ে। ইয়াৰে ২টা স্হান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে। প্ৰথম ৫টা স্থানৰ ৬জন ছাত্র-ছাত্ৰী…
আৰু পঢ়ক...

এতিয়া দেৱীৰ বন্দনা চৌদিশে…

► মৃদুল কুমাৰ সন্দিকৈ সেমেকা পূজা! পূজা মানেই বেলেগ পৰিবেশ। উৎসাহ-উদ্দীপনাৰে ভৰা এক উৎসৱ। চৌদিশে কেৱল আনন্দময় পৰিৱেশ। বাটে-পথে গান-বাজনা, স্তুতি, আৰাধনা, মানুহৰ সীমাহীন সমাগম। গুৱাহাটীত পূজা ষষ্ঠীৰ এসপ্তাহ আগৰপৰাই লাগে। কাপোৰৰ বজাৰত মানুহৰ…
আৰু পঢ়ক...