শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন

ডিজিটেল ডেস্কঃ কন্যাৰ বিয়াৰ বাবে সকলো আয়োজন চলিছিল এমাহ আগৰেপৰা। পূৰ্ব নিৰ্ধাৰিত সময় অনুযায়ী দেওবাৰে কন্যা দেৱীৰ অধিবক্তা সুধাকৰণৰ সৈতে আইনী বিবাহ সম্পন্ন কৰা হয়। আইনী বিয়াৰ লগতে অহা সপ্তাহত আলহী-অতিথি তথা বন্ধু-বান্ধৱক নিমন্ত্ৰণ জনাই…
আৰু পঢ়ক...

গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ ককিলাত সৰ্প দংশনত মৃত্যু হয় এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী।  ছাত্ৰীগৰাকী ককিলা মাজগাঁৱৰ উৎপল শৰ্মা (বাবলু) আৰু দীপ্তি শৰ্মাৰ কন্যা তমন্না শৰ্মা। দেওবাৰে পুৱা ঘৰৰ ভিতৰত থকা সময়তে তমন্নাক বিষাক্ত সাপডালে দংশন কৰে।…
আৰু পঢ়ক...

অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি

পলমকৈ হ’লেও সাৰ পালে অসম চৰকাৰ। আজি মুকলি কৰিলে হেল্পলাইন নম্বৰ। কেৰালাত বানাক্ৰান্ত অসমীয়া লোকৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি। অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰ…
আৰু পঢ়ক...

পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ

ডিজিটেল সংবাদ, নগাঁওঃ পথৰ দুৰৱস্থাৰ বাবে নগাঁও জিলাৰ কামপুৰত আধা বাটতে এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰাপ্ত বাতৰি মতে, কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বকুলগুৰিৰ এগৰাকী মহিলাই প্ৰসৱ বেদনাত ছটফটাই থকাত…
আৰু পঢ়ক...

শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল

ডিজিটেল সংবাদ, কলিয়াবাৰঃ অৱশেষত উদ্ধাৰ হৈছে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অস্ত্ৰধাৰী দুৰ্বৃত্তই চুৰি কৰা বাহনখন। শনিবাৰে পুৱতি নিশা কলিয়াবৰৰ বৰভগীয়াৰ পৰা চালক-হেণ্ডিমেনক প্ৰহাৰ কৰি দুৰ্বৃত্তই তিতাবৰৰ পৰা গুৱাহাটী অভিমুখী চাহপাতৰ বেগভৰ্তি…
আৰু পঢ়ক...

জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক

ভাৰতৰ প্ৰথমটো সোণৰ পদক এছিয়ান গেমছত। মল্লযুদ্ধৰ ৬৫কেজি শাখাত পদক অৰ্জন বজৰং পুনিয়াৰ। পুনিয়াই ফাইনেলত জাপানৰ টাকাটানি ডাইচিক পৰাস্ত কৰে। ১১-৮ পইণ্টৰ ব্যৱধানত বিজয় হয় ভাৰতৰ মল্লযুঁজাৰু পুনিয়া।
আৰু পঢ়ক...

দিদি, ‘এন আৰ চি’ এৰক, নিজৰ পাঠ্যপুথিত মন দিয়ক!

ডিজিটেল ডেস্কঃ অসম বিৰুদ্ধে কুটিল চক্ৰান্ত ৰচনা কৰাত ব্যস্ত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰে নিজ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি প্ৰদৰ্শন কৰিলে চৰম দায়িত্বহীনতা। পশ্চিমবংগৰ বিদ্যালয়ৰ এখন পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছিল ভাৰতৰ বিখ্যাত দৌৰবিদ…
আৰু পঢ়ক...

পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত পশু চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠত্ব অৰ্জন

ডিজিটেল সংবাদ, গুৱাহাটীঃ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ তাৰ্কিকৰ দলে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত। অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত পৰাগ কুমাৰ দাস স্মৃতি…
আৰু পঢ়ক...

বান বিধ্বস্ত কেৰালালৈ শ্বাহৰুখৰ ২১লাখ

ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ আৰু ছবি নিৰ্মাতা প্ৰিয়দৰ্শনৰ পাছত কেৰালালৈ ২১ লাখ টকাৰ অনুদান আগবঢ়াইছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মীৰ ফাউণ্ডেচনে। ইতিমধ্যে কেৰালা চৰকাৰৰ সাহায্য পুজিঁত এই টকা প্ৰদান কৰিছে অভিনেতাজনে। শ্বাহৰুখৰ আগতে…
আৰু পঢ়ক...

এটিএমক লৈ গৃহ মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা

ডিজিটেল ডেস্কঃ দেশৰ প্ৰায়বোৰ নগৰ-চহৰতে এটিএম সেৱাক লৈ গ্ৰাহকসকল বিতুষ্ট হৈ অহাৰ সময়তে আন এক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। নতুন নিৰ্দেশনা কাৰ্যকৰী হ’লে গ্ৰাহকসকলে সন্ধিয়াৰ পূৰ্বেই এটিএমৰ পৰা ধন উলিয়াবলগীয়া হ’ব পাৰে। এই…
আৰু পঢ়ক...