শেহতীয়া খবৰ
শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ  •  আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ  •  ৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন...  •  লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা  •  কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ  •  পুৰণিগুদামত কি অৱস্থা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO  •  কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত  •  ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি  •  ২০ হাজাৰতকৈ অধিক ধন দি সম্পত্তি ক্ৰয় কৰিছিল নেকি? আহি আছে আয়কৰ নটিছ...  •  মৰঙিত মুকলি হ'ল ক্ষুদ্ৰ সংগ্ৰহালয় 'সজাল কুটিৰ'

বিধেয়কৰ বিৰুদ্ধে জোৰ সমদলৰে ৰাজ্য কপালে অগপই

ডিজিটেল ডেস্কঃ বহু বিৰ্তকিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বিৰোধীতাৰে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছৰে পৰাই এই বিধেয়ক খন বাতিলৰ বাবে ভিন্ন প্ৰদক্ষেপ গ্ৰহণ কৰিছে আঞ্চলিক দল অসম গণ পৰিষদে। শুকুৰবাৰে এই বিধেয়ক খন বাতিলৰ দাবীত সমগ্ৰ…
আৰু পঢ়ক...

শুকুৰবাৰৰ পৰা বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নামনি অসমৰ নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ বৰ্ষযোৰা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ আজি ৰাতিপুৱা মহাবিদ্যালয়খনৰ নৱনিৰ্মিত তোৰণ…
আৰু পঢ়ক...

বেজেৰাত মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভাৰ উপস্থিতিত শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ সম্প্ৰতি প্ৰতিগৰাকী লোকৰে খাদ্যৰ বাবেই হওক কিম্বা অত্যাধিক পৰিশ্ৰমৰ বাবেই হওক দৈহিক গঠনকে ধৰি শৰীৰত ভিন্ন বেমাৰ-আজাৰে দেখা দিছে।তেনে সময়তে দেখা পোৱা গৈছে একাংশ লোকে সু-স্বাস্থ্যৰ স্বাৰ্থত শাৰীৰিক ব্যায়ামৰ…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১. গুজৰাটত শুকুৰবাৰে উদ্বোধন কৰা হয় থ্ৰী ডি জেলাৰ প্ৰজেকশ্যন শ্ব’। ৰাজ্যখনৰ দাণ্ডি কুটিৰত প্ৰধানমন্ত্ৰী মোডী উদ্বোধন কৰে এই প্ৰজেকশ্যন শ্ব’। ২. পশ্চিমবংগত আবকাৰী বিভাগ আৰু বাগদোগ্ৰা আৰক্ষীৰ যৌথ অভিযান। অভিযানত জব্দ কৰে ৮৫০ লিটাৰ অবৈধ…
আৰু পঢ়ক...

সৰ্বানন্দ সোণোৱালক কি শিকনি দিলে মেঘালয়,মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে

ডিজিটেল সংবাদ, শ্বিলংঃ যি সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে উঠি-পৰি লাগিছে সেইসময়তে বিধেয়কৰ বিৰুুদ্ধে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে দিল্লীত এক বৈঠকত মিলিত হয় মেঘালয়ৰ…
আৰু পঢ়ক...

৩১ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব বিজেপি চৰকাৰে…

'৩১ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব বিজেপি চৰকাৰে।' 'বহু বিতৰ্কিত বিধেয়কখনৰ সমৰ্থনত আছে মুখ্যমন্ত্ৰী আৰু ইতিমধ্যে স্পষ্ট হৈ পৰিছে এই কথা।' সংবাদ মাধ্যমৰ আগত এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি…
আৰু পঢ়ক...

গুৱাহাটীত হ’ব আছিয়ান কাপ ফুটবল প্ৰতিযোগিতা

গুৱাহাটীত হ’ব আছিয়ান কাপ ফুটবল প্ৰতিযোগিতা । ১০খন আছিয়ান দেশে অংশ ল’ব প্ৰতিযোগিতাখনত। ভূটান, বাংলাদেশ, নেপালক লৈ হ’ব প্ৰতিযোগিতাখন। মেগা প্ৰতিযোগিতাখন আয়োজনৰ বাবে উদ্যোগ লৈছে চৰকাৰে। শংকৰদেৱ কলাক্ষেত্ৰত এই ঘোষণা মুখ্যমন্ত্ৰী…
আৰু পঢ়ক...

বিধেয়কৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত তিনিশৰো অধিক অগপ কৰ্মীৰ জোৰ সমদল

ডিজিটেল সংবাদ, বাইহাটাঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ৰ বিৰুদ্ধে বাইহাটা চাৰিআলি জোৰ লৈ ওলাই আহিল তিনিশৰো অধিক অগপ কৰ্মী ।শ শ পুৰুষ মহিলাই বাইহাটা চাৰিআলিৰ মাজমজিয়াত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।  অসম গণ পৰিষদৰ কমলপুৰ…
আৰু পঢ়ক...

মুখ্যমন্ত্ৰীয়েহে ৰাজ্যপাললৈ প্ৰেৰণ কৰিব মন্ত্ৰিত্বৰ পদত্যাগ পত্ৰ, তাত আমাৰ কৰণীয় নাইঃ অতুল বৰা

মুখ্যমন্ত্ৰীয়েহে ৰাজ্যপাললৈ প্ৰেৰণ কৰিব মন্ত্ৰিত্বৰ পদত্যাগ পত্ৰ, তাত আমাৰ কৰণীয় নাই। বোকাখাতত এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ। বিজেপিৰ লগত কোনো কাৰণতে মিত্ৰতা সম্ভৱ নহয় বুলিও ক’লে আঞ্চলিক দলটোৰ সভাপতিগৰাকীয়ে।…
আৰু পঢ়ক...

গ্ৰেপ্তাৰ হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা!

মইনবড়ী সত্ৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। বৰপেটাৰ বাঘবৰৰ মন্দিয়া থানাত বৰপেটা জিলা যুৱ কংগ্ৰেছে দাখিল কৰিলে এজাহাৰ। বাঘবৰ সমষ্টিক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপত্তিজনক মন্তব্য…
আৰু পঢ়ক...