শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

অতি সংকটজনক বাজপেয়ীৰ স্বাস্থ্য, পুনৰ এইমছলৈ প্ৰধানমন্ত্ৰী

অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অধিক অৱনতি। পুনৰ এইমছলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ সৈতে আছে বিজেপি সভাপতি অমিত শ্বাহো। এইমছৰ সমুখত যান-বাহন নিয়ন্ত্ৰণ দিল্লী আৰক্ষীৰ। এইমছৰ বাহিৰৰ পথত বন্ধ কৰিছে যান-বাহনৰ চলাচল।…
আৰু পঢ়ক...

বাজপেয়ীৰ অন্তিমটো নিৰ্বাচনী ভাষণ অসমীয়াত!

অটল বিহাৰী বাজপেয়ীয়ে ৰাজনৈতিক জীৱনৰ অন্তিমটো ভাষণ দিছিল পঞ্জাৱৰ অমৃতসৰত। ২০০৭ চনত অনুষ্ঠিত পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ  এই নিৰ্বাচনী সভাত অংশ লৈছিল বাজপেয়ীয়ে। ‘মিত্ৰ, মই এইটো শুনি আচৰিত হৈছো যে, কংগ্ৰেছৰ নেতাই…
আৰু পঢ়ক...

নাৰী নিৰ্যাতনক লৈ বলিউডত নতুন চিনেমা ‘চিম্বা’

ডিজিটেল ডেস্কঃ নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বিৰুদ্ধে যুজঁ দিয়াৰ বাবে অচিৰেই ছবিগৃহলৈ আহি আছে পৰিচালক ৰোহিত চেট্টীৰ ছবি 'চিম্বা'। ‘দেশত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতনৰ বিৰোধিতা যদি আজিয়েই নকৰে, তেন্তে কালিৰ নিৰ্যাতিতাগৰাকী আপোনাৰ পৰিয়ালৰে কোনোবা…
আৰু পঢ়ক...

চাৰিপতা সত্ৰৰ সত্ৰাধিকাৰ সূৰ্যকান্ত মহন্তৰ দেহাৱসান

ডিজিটেল সংবাদ, জাজৰিঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ জাজৰি নিবাসী চাৰিপতা সত্ৰৰ সত্ৰাধিকাৰ সূৰ্যকান্ত মহন্তৰ যোৱা ১৫ আগষ্টত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। ছাত্ৰাৱস্থাৰে পৰা ৰাজহুৱা কাম-কাজৰ সৈতে জড়িত মহন্তই…
আৰু পঢ়ক...

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ সোণাৰিবালিত বন্যহস্তীৰ এটা জাকে চলাই তাণ্ডৱ। বনৰীয়া হাতীৰ জাকটোৱে গাঁওখনৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। হাতীৰ জাকটোক খেদিবলৈ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগৰ  কোনো লোক…
আৰু পঢ়ক...

‘দ্য লিট’ল হিৰো’- হাইদৰ!

২০১৭ চনৰ ১৫ আগষ্টত এখন ফটো ভাইৰেল হৈছিল। ডিঙিলৈকে পানীত নামি পতাকা উত্তোলনত ভাগ লৈছিল ৯ বছৰীয়া এটি শিশুৱে। আজি সি কি কৰিলে? ক'লৈ গ'ল স্বাধীনতা দিৱসত অংশ ল’বলৈ? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে শিশুটিক লৈ এন আৰ চিৰ খবৰ। আমি দিম হাইদৰৰ…
আৰু পঢ়ক...

এন আৰ চিঃ আজি উচ্চতম ন্যায়ালয়ত চূড়ান্ত শুনানি

ডিজিটেল ডেস্কঃ চূড়ান্ত এন আৰ চি খচৰা প্ৰকাশ কৰাৰ পাছত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব এই গোচৰৰ চূড়ান্ত শুনানি। আবেলি ২ বজাত ন্যায়াধীশ ৰঞ্জিত গগৈৰ নেতৃত্বত গঠিত দুজনীয়া বিচাৰপীঠে এন আৰ চি সন্দৰ্ভত ভালে কেইটা গুৰুত্বপূৰ্ণ ৰায়দান কৰাৰ…
আৰু পঢ়ক...

ধেমাজিত স্বাধীনতা দিৱসৰ বিস্ফোৰণত নিহতক সোঁৱৰণ

ডিজিটেল সংবাদ, ধেমাজিঃ ২০০৪ চনৰ ধেমাজি পেৰেড গাউণ্ডত স্বাধীনতা দিৱসৰ বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সমগ্ৰ অসমতে শোক দিৱস পালন কৰা হয়। ২০০৪ চনৰ ধেমাজি স্বাধীনতা দিৱসৰ দিনা প্ৰাণ আহুতি দিয়া গিৰীন শইকীয়াৰ পৰিয়ালেও শোক…
আৰু পঢ়ক...

অসম-অৰুনাচল সীমান্তত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ডিজিটেল সংবাদ, ওদালগুৰিঃ ১৫ আগষ্টৰ দিনটোতেই ওদালগুৰি জিলাৰ সীমান্তৰ অৰুনাচলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা কেইবাশ ফুট তলত বাগৰি পৰে এখন টাটা ছাফাৰী। ঘটনাৰ বিৱৰণী মতে ওদালগুৰিৰ ৰৌতাৰ পৰা বুধবাৰে…
আৰু পঢ়ক...