শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

চিলপথাৰ কাণ্ডৰ মূল খলনায়ক সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ

চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাসৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে সুবোধৰ জামিন। ন্যায়াধীশ মীৰ আলফাজাৰ আদালতে মঞ্জুৰ কৰে বিশ্বাসৰ জামিন আবেদন। ২০১৭ চনৰ ৬ মাৰ্চত চিলাপথাৰত আছুৰ কাৰ্যালয় লণ্ড ভণ্ড…
আৰু পঢ়ক...

নাৰায়ণপুৰৰ খেৰাজখাতৰ লখিমপুৰ পলিটেকনিকত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

নাৰায়ণপুৰৰ খেৰাজখাতৰ লখিমপুৰ পলিটেকনিকত উত্তপ্ত পৰিস্থিতি। শ্ৰেণী কোঠা এৰি প্ৰতিবাদত বহিল একাংশ ছাত্ৰ-ছাত্রী। তাৎক্ষণিকভাৱে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, বিদ্যুৎ যোগান, ছাত্ৰাবাস,পৰীক্ষাগাৰ নিৰ্মাণৰ দাবী ছাত্ৰ-ছাত্ৰীসকলৰ।…
আৰু পঢ়ক...

২৮ ছেপ্টেম্বৰত ছবিগৃহলৈ ‘ছুই ধাগা’, প্ৰ’ম’শ্যনেল ভিডিঅ’ত অসমৰ সংযুক্তা দত্তৰ কথা…

ডিজিটেল ডেস্কঃ  ২৮ ছেপ্টেম্বৰত ছবিঘৰলৈ আহিব বলিউদৰ নতুন ছবি ‘ছুই ধাগা’। এই ছবিখনৰ প্ৰচাৰৰ বাবে নিৰ্মাণ কৰা হৈছে এটা ভিডিঅ’। য’ত অসমৰ কথা বিশেষভাৱে উল্লেখ আছে। অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তক লৈ নিৰ্মাণ কৰা হৈছে এই ভিডিঅ’টো। কিয়…
আৰু পঢ়ক...

মোডীৰ জন্মদিনঃ কেনেকৈ ক’ত উদযাপন হ’ল, কেইটামান বিশেষ ক্ষণ

ডিজিটেল ডেস্কঃ বাৰানসীত জন্মদিনৰ দিনা মোডীয়ে কাশী বিশ্বনাথ মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰিলে। লগত আছিল উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। দিল্লীত মোডীৰ জন্মদিনাখন কাটিলে ৫৬৮কেজি ওজনৰ কেক। উন্মোচন হ’ল…
আৰু পঢ়ক...

নগাঁৱৰ জুৰীয়াত অগ্নিকাণ্ড, অগ্নিদগ্ধ এজন

নগাঁৱৰ জুৰীয়াৰ কাষৰী গাঁৱত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হ’ল এজন লোক। অগ্নিদগ্ধ হোৱা লোকজনৰ নাম মইনুল হক। সংকটজনক অৱস্থাত হকক নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি।  ঘৰৰ ভিতৰত জ্বলি থকা চাকিৰ পৰাই অগ্নিকাণ্ড…
আৰু পঢ়ক...

অজয় মাকনে এৰিলে নেকি কংগ্ৰেছ! 

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দিল্লী কংগ্ৰেছৰ দায়িত্বত থকা অজয় মাকনে পদত্যাগ কৰা খবৰে দেশৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই খবৰ অস্বীকাৰ কৰিছে কংগ্ৰেছৰ নেতৃত্বই। এনে খবৰ ওলাইছিল যে- দিল্লী কংগ্ৰেছৰ সভাপতিৰ…
আৰু পঢ়ক...

গুৱাহাটী কিমান লেতেৰা? চাওঁক নিজ চকুৰে…

চলি আছে ‘স্বচ্ছতাই সেৱা’ অভিযান। কিন্তু এই অভিযানে চুব পাৰিছেনে গুৱাহাটীক? ৰাজপথলৈ হাতত ঝাড়ু লৈ ওলাইছে মুখ্যমন্ত্ৰী। সজাগ হৈছে জানো মহানগৰবাসী? গুৱাহাটী কিমান লেতেৰা? চাওঁক পলাশজ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন- স্বচ্ছতাই সেৱা। প্ৰধানমন্ত্ৰী…
আৰু পঢ়ক...

৫৬৮ কেজি ওজনৰ কেক কাটি উদযাপন মোডীৰ জন্মদিন

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজাৰ লগতে ১৭ ছেপ্টেম্বৰত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। মোডীৰ জন্মদিন বিভিন্ন স্থানত বিভিন্নজনে বিভিন্ন ধৰণে উদযাপন কৰিলে। ১৯৫০চনৰ ১৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।…
আৰু পঢ়ক...

জন্মস্থান বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মজয়ন্তীৰ কাৰ্যসূচী আৰম্ভ

ডিজিটেল ডেস্ক, বটদ্ৰৱাঃ জগতগুৰু মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্রীশ্রী বটদ্রৱা থানত আজিৰ পৰা আৰম্ভ হৈছে গুৰুজনাৰ ৫৭০ সংখ্যক জন্মোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী৷ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ বটদ্ৰৱাত উখল-মাখল পৰিবেশৰ সৃষ্টি…
আৰু পঢ়ক...

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত বৃদ্ধি পালে ০.১০টকা। বৰ্তমান পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৮২.১৬টকা । ডিজেলৰো বৃদ্ধি হ’ল ০.৯টকাকৈ প্ৰতি লিটাৰত। দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৭৩.৮৭টকা।…
আৰু পঢ়ক...