শেহতীয়া খবৰ
‘দ্য লিট’ল হিৰ’- হাইদৰলৈ আহিছে এটা ভাল খবৰ...  •  জাকাৰ্টাত আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানেৰে শুভাৰম্ভ এছিয়াৰ মহাৰণ  •  নুমলীগড়ত অঘটন, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিগিল বিদ্যুতৰ তাৰ  •  কেৰালাৰ বানাক্ৰান্তলৈ কংগ্ৰেছী সাংসদ-বিধায়কৰ এমাহৰ দৰমহা  •  জীৱনৰ বাজিৰে কেৰালাৰ বানত ২৫টাকৈ কুকুৰৰ প্ৰাণ বচাই বিশ্বজুৰি চৰ্চিত সুনীতা  •  উমৰাংছুত বৃহৎ পৰিমাণৰ চোৰাং পাইন গছৰ কুণ্ডা জব্দ  •  প্ৰধানমন্ত্ৰী হৈ মুখ্যমন্ত্ৰী হ'ব বিদ্যা বালান  •  ধেমাজি নগৰ সমিতিৰ অনিয়মৰ তদন্ত বিচাৰি আছুৰ প্ৰতিবাদ  •  দিনকণা  •  শান্তিৰ নোবেলজয়ী ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান কফি আন্নানৰ মৃত্যু

ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ  প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত সমগ্ৰ দেশৰ লগতে শোকস্তব্ধ হৈ পৰিছে ওদালগুৰি। ওদালগুৰিৰ ভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত শোকসভা অনুষ্ঠিত কৰে। ওদালগুৰি চহৰৰ…
আৰু পঢ়ক...

বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰয়াণত সমগ্ৰ দেশৰ লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমূহ ভকত-বৈষ্ণৱ, আইমাতৃ তথা ভক্তপ্ৰাণ সত্ৰবাসীয়ে শোক প্ৰকাশ কৰিছে৷ বাজপেয়ীৰ বিয়োগত গভীৰ শোক…
আৰু পঢ়ক...

৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি

ডিজেটেল ডেস্কঃ কেৰালাসহ দেশৰ ৭ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে। এই পৰ্যন্ত বান আৰু ভূমিস্খলনত ৰাজ্যকেইখনত মৃত্যমুখত পৰিছে ১০০০তকৈও অধিক লোকৰ। কেৰালাত শুকুৰবাৰে বানত নিহতৰ সংখ্যা ৩২৭ জনলৈ বৃদ্ধি পাইছে বুলি সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী…
আৰু পঢ়ক...

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প প্ৰবন্ধক প্ৰিয়ব্ৰত দাসক ৮ঘণ্টা ধৰি জেৰা কৰে আৰক্ষীয়ে। নীপকোৱে এৰি দিয়া জলবিদ্যুৎ প্ৰকল্পৰ পানী গোলাঘাটত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ পাছত বিষয়াজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।…
আৰু পঢ়ক...

২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

ডিজিটেল ডেস্কঃ বানে বিধস্ত কৰা কেৰালাত দেশৰ দূৰসংযোগ কোম্পানীসমূহেও আগবঢ়াইছে সহায়ৰ হাত। ৰিলায়েন্স জিঅ'ই কেৰেলাত ৭ দিনৰ বাবে কলিং আৰু প্ৰতিদিনে ১.৫ জিবি ডাটা বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে। এয়াৰটেলেও ২২ আগষ্টলৈকে বান বিধ্বস্ত ৰাজ্যখনৰ…
আৰু পঢ়ক...

ৰাষ্ট্ৰীয় স্মৃতিস্থলত পঞ্চভূতত বিলীন নৱ ভাৰতৰ ৰূপকাৰ

ডিজিটেল ডেস্কঃ অৱশেষত পঞ্চভূতত বিলীন হ'ল নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে ২১ টা টোপধ্বনিৰ মাজেৰে যমুনাৰ পাৰৰ স্মৃতিস্থলত শত-সহস্ৰ গুণমুগ্ধ তথা কেবাগৰাকী বিদেশী ৰাজনেতাৰ উপস্থিতিত…
আৰু পঢ়ক...

ফিফা ৰেংকিঙত উন্নীত ভাৰত

ডিজিটেল ডেস্কঃ কোটি কোটি অনুৰাগীক বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটিয়ে নিৰাশ কৰাৰ মাজতে এটা ভাল খবৰ আনিছে ভাৰতীয় ফুটবল দলটোৱে। আগন্তুক এছিয়ান গেমছত ভাৰতীয় পুৰুষ ফুটবল দলটোৱে ভাগ নল'লেও ফিফাৰ বিশ্ব ৰেংকিংত এটা স্থানৰ অগ্ৰগতি লাভ…
আৰু পঢ়ক...

দ্বাৰকুছিত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ভাৰত-ভূটান সীমান্তৰ আন্ত:ৰাষ্ট্ৰীয় পথত তীব্ৰবেগী ডাম্পাৰ চালকৰ অতপালিত প্ৰাণলৈ সংকট নামি আহিছে নিৰীহ পথাচাৰীৰ। বৃহস্পতিবাৰে নিশা এনে এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দ্বাৰকুছিত কথমপি প্ৰাণ ৰক্ষা পৰে এজন বাইক আৰোহীৰ।…
আৰু পঢ়ক...

গোলাঘাটত অব্যাহত অবৈধ বালিৰ বেহা, ২খনকৈ ট্ৰাক জব্দ

ডিজিটেল সংবাদ, গোলাঘাটঃ বন্ধ কৰি দিয়াৰ পিছতো গোলাঘাট জিলাৰ দৈগ্ৰোং বালি মহলত একাংশ লোকে চোৰাংকৈ অব্যাহত ৰাখিছে বালিৰ বেহা। মহলটোত বন বিষয়াৰ সৈতে মিতিৰালি কৰি এটা দুষ্ট চক্ৰই এই মহল চলাই ৰখাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশাৰ…
আৰু পঢ়ক...