শেহতীয়া খবৰ

আমিনগাঁৱত অতিৰুদ্ৰ মহাযজ্ঞঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২ শতাধিক পুৰোহিতে লৈছে অংশ

ডিজিটেল ডেস্কঃ আমিনগাঁৱত বুধবাৰৰ পৰা আৰম্ভ হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আমিনগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সংলগ্ন পেৰেডগ্ৰাউণ্ডত অনুষ্ঠিত এই যজ্ঞ ৭দিন ধৰি চলিব। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথমবাৰৰ বাবে অনুষ্ঠিত এই যজ্ঞত পুৰোহিত হিচাপে অংশগ্ৰহণ…
আৰু পঢ়ক...

শাস্তিযোগ্য অপৰাধ হোৱাৰ দিশে তিনি তালাক, অধ্যাদেশত অনুমোদন কেবিনেটৰ

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা তিনিবাৰ তালাক উচ্চাৰণ কৰিলে যাবলগীয়া হ'ব পাৰে জেললৈ। একাধিক বিতৰ্কৰ মাজতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বুধবাৰে কেন্দ্ৰীয় কেবিনেটে তিনি তালাক বিধেয়কৰ অধ্যেদেশত অনুমোদন জনায়। মুছলমান মহিলাকসকলক সুৰক্ষা দিবৰ…
আৰু পঢ়ক...

এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ আজি গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব উচ্চতম ন্যায়ালয়ত। ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ শপতনামাৰ বিৰোধিতা কৰি কিছুদিন পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছিল অসম পাব্লিক ৱৰ্কছ তথা আমছু, অসম…
আৰু পঢ়ক...

বিহালীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথৰ বিহালীত বুধবাৰে বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱক মৃত্যুমুখত পৰে। নিহত যুৱকজনৰ নাম অনুজ তাঁতী। বিদ্যুৎ বিভাগৰ অজ্ঞাতে নিজ বাসগৃহলৈ বিদ্যুৎ সংযোগ কৰিবলৈ লওতেই  মৃত্যু ঘটে যুৱকজনৰ৷ বিহালী ছাহ বাগিছাৰ ৮ নং লাইনত…
আৰু পঢ়ক...

নগাঁৱত অবৈধ মাৰণাস্ত্ৰৰ উজান! ধিঙত সুৰাৰ আড্ডাত গুলীচালনাত এজন আহত

ডিজিটেল সংবাদ, নগাঁওঃ অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে নগাঁও জিলাৰ ধিং, জুৰীয়াকে আদি কৰি একাধিক অঞ্চল। ইয়াকে প্ৰমাণিত কৰি মঙলবাৰে নিশা পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় জিলাখনৰ ধিং অঞ্চলৰ বটাবাৰী ৰিজাৰ্ভত। সুৰাৰ আড্ডাত হোৱা সাধাৰণ কাজিয়াত এনেদৰে…
আৰু পঢ়ক...

বাক্সাৰ বগামাটিত বন্যহস্তীৰ আক্ৰমণত ২জন আহত

ডিজিটেল সংবাদ, গোৰেশ্বৰঃ বাক্সা জিলাৰ বগামাটিত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত। মঙলবাৰে নিশাৰ ভাগত অঞ্চলটোত বনৰীয়া হাতীৰ জাক এটাই প্ৰৱেশ কৰি স্থানীয় লোকসকলৰ মাজত সন্ত্ৰাস সৃষ্টি কৰে। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে দুটাকৈ…
আৰু পঢ়ক...

‘এমাজন’ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট

ডিজিটেল ডেস্কঃ আপুনি কি চাবোন ব্যৱহাৰ কৰে? কোনটো কোম্পানীৰ ফেচপেক কিনে? আগতে কি চাবোন, ফেচপেক ব্যৱহাৰ কৰিছিল সেয়া এতিয়া অতীত হ’বৰ হ’ল। আপোনাৰ অভ্যাস সলনি কৰি পৌৰাণিক নতুনত্বৰ সন্ধান পাবলৈ অচিৰেই ক্ৰয় কৰিব পাৰিব গোমূত্ৰ আৰু গোবৰৰে প্ৰস্তুত…
আৰু পঢ়ক...

ঘৰলৈ ওভতাৰ পথত অন্ধ্ৰপ্ৰদেশৰ ৰেল ষ্টেশ্যনত অসমৰ যুৱকক হত্যা

ডিজিটেল সংবাদ, মুছলপুৰঃ পুনৰ বহিঃৰাজ্যত আক্ৰমণৰ বলি হৈছে অসমৰ যুৱক। যোৱা ১৬ ছেপ্তেম্বৰতে এই ঘটনা সংঘটিত হয় যদিও সেয়া আজিহে পোহৰলৈ আহে। অন্ধ্ৰপ্ৰদেশত সংঘটিত এই নৃশংস আক্ৰমণৰ ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় বাক্সা জিলাৰ এজন যুৱকে। প্ৰাপ্ত…
আৰু পঢ়ক...

গুৰুজনাৰ ৫৭০ সংখ্যাক আৱিৰ্ভাৱ তিথিত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰ। সত্ৰনগৰী বৰপেটাত পাটবাউসী শ্ৰীমন্ত শংকৰদেৱ থান সত্ৰ,…
আৰু পঢ়ক...

দুৰ্বল হংকঙৰ বিৰুদ্ধে ২৬ ৰানত ভাৰতৰ কষ্টকৰ জয়, আজি সমুখত পাকিস্তান

ডিজিটেল ডেস্কঃ জয়েৰে এছিয়া কাপত যাত্ৰা আৰম্ভ কৰিছে ভাৰতে। মঙলবাৰে হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত দিবা-নৈশ মেচখনত ভাৰতীয় দলটোৱে ২৬ৰানত বিজয় সাব্যস্ত কৰে। অৱশ্যে ক্ৰিকেটৰ শিশু হিচাপে পৰিগণিত দলটোৱে দৰ্শনীয় প্ৰদৰ্শনৰে ভাৰতক এই জয়ত উপনীত হোৱাত সংগ্ৰাম…
আৰু পঢ়ক...