তিনিচুকীয়াত পুখুৰীত পৰি মৃত্যু যুৱকৰ

তিনিচুকীয়া জিলাৰ বৰগুৰিত যুৱকৰ কৰুণ মৃত্যু। পুখুৰীত পৰি মৃত্যু জুবিয়েল ধান নামৰ যুৱকজনৰ। মৃত যুৱকজনৰ ঘৰ শিৱসাগৰ জিলাত। কৰ্মসূত্ৰে তিনিচুকীয়াৰ বৰগুৰিত বাস কৰিছিল যুৱকজনে।
আৰু পঢ়ক...

সাংবাদিক প্ৰিয়া ৰমণীৰ বিৰুদ্ধে এম জে আকবৰৰ মানহানিৰ গোচৰ

সাংবাদিক প্ৰিয়া ৰমণীৰ বিৰুদ্ধে এম জে আকবৰৰ মানহানিৰ গোচৰ৷ "মি টুুুু্"ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এম জে আকবৰৰ মানহানিৰ গোচৰ৷ আকবৰৰ অধিবক্তা গীতা লুথৰাই আদালতৰ সন্মুখত সংবাদমাধ্যমক জনালে এই কথা৷ প্ৰিয়া ৰমণীয়ে আকবৰৰ বিৰুদ্ধে…
আৰু পঢ়ক...

শাৰীৰিক সম্পৰ্ক নিবিচৰা বাবেই হত্যা মডেল মানসীক

ডিজিটেল ডেস্কঃ মডেল মানসী হত্যাকাণ্ডই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে৷ হত্যাকাণ্ড সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জনোৱা মতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে অস্বীকাৰ কৰা বাবেই হত্যাৰ বলি হৈছিল…
আৰু পঢ়ক...

শুকুৰবাৰে গুৱাহাটীত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ

শুকুৰবাৰে গুৱাহাটীত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ। দশমী উপলক্ষে ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে। পুৱা ৯ বজাৰ পৰা প্ৰতিমা বিসৰ্জন পৰ্ব আৰম্ভ কৰিবলৈ পূজা সমিতিক আহ্বান জনালে প্ৰশাসনে। দশমীৰ দিনা শান্তি শৃংখলা বজাই ৰাখিবলৈও অনুৰোধ…
আৰু পঢ়ক...

অৱশেষত ভাৰতত প্ৰৱেশ এন এছ চি এন (কে)ৰ অপসাৰিত অধ্যক্ষ খাংগু কন্যাকৰ

অৱশেষত ভাৰতত প্ৰৱেশ কৰিলে এন এছ চি এন (কে)ৰ অপসাৰিত অধ্যক্ষ খাংগু কন্যাক। ভাৰতত প্ৰৱেশ কৰিয়ে নিজকে ভাৰত চৰকাৰৰ যুদ্ধবিৰতিৰ বিৰোধী নহয় বুলি মন্তব্য তেওঁৰ। খাংগু কন্যাকক নাগালেণ্ডৰ মন জিলাত আদৰণি জনালে বহু দল-সংগঠনে। ১৭ আগষ্টত এন…
আৰু পঢ়ক...

ৰঙিয়াত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান

ৰঙিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ লুট। দুৰ্গা পূজাৰ মাজতে এখন ম’বাইলৰ দোকান আৰু এখন বেগৰ দোকানত চুৰি। মোবাইলৰ দোকানখনৰ পৰা চোৰে লুটিলে বহু মোবাইলসহ নগদ ধন। চোৰে লুটিলে ৩.৫ লাখ টকাৰ মোবাইল ফোনৰ লগতে নগদ ৩ হাজাৰ টকা। ইফালে…
আৰু পঢ়ক...

তেজপুৰৰ পূজাস্থলীত ৫ নৰকংকালৰ গান-বাজানা, VIDEO

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া শাৰদীয় দুৰ্গাপুজাৰ আনন্দ-উলাহ। প্ৰতিখন পূজাস্থলীত ঢাকৰ শব্দই পূজাৰ উন্মাদনা দুগুণ বৃদ্ধি কৰিছে। কিন্তু ইয়াৰ মাজতে তেজপুৰত এখন পূজাস্থলীত দেখা গ’ল ব্যক্তিক্ৰমী দৃশ্য। মঞ্চত ৫ নৰকংকালে গীটাৰ, কী-বৰ্ডৰ পৰা…
আৰু পঢ়ক...

ৰাজস্থানত জিকা ভাইৰাছৰ সন্ত্ৰাস

ৰাজস্থানৰ জয়পুৰত জিকা ভাইৰাছৰ তাণ্ডৱ। জিকা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশত বুধবাৰে জয়পুৰত উপস্থিত ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ এটা দল। স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি…
আৰু পঢ়ক...

গোলাঘাটত দুৰ্গা পূজাৰ মাজতে অঘটন, অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ ব্যৱসায়ীক

ডিজিটেল ডেস্কঃ দুৰ্গাপূজাৰ পবিত্ৰ ক্ষণতে গোলাঘাটৰ এখন টায়াৰৰ দোকানত বৃহস্পতিবাৰে আক্ৰমণ চলালে দুৰ্বৃত্তই। অস্ত্ৰধাৰী ৫ দুৰ্বৃত্তই চলোৱা আক্ৰমণত গুৰুতৰভাৱে আহত হয় দোকানখনৰ স্বত্বাধিকাৰীসহ ২জন কৰ্মচাৰী। ৰডেৰে আক্ৰমণ কৰাৰ বাবে আটাইকেইজন লোকে…
আৰু পঢ়ক...

মহানগৰীৰ পৰা চুৰি বাইক উদ্ধাৰ বোকাখাতত

মহানগৰীত অব্যাহত বাইক চোৰৰ তাণ্ডৱ। গুৱাহাটীৰ পৰা চুৰি হোৱা এখন বাইক বোকাখাতত উদ্ধাৰ। বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে এএছ ০১ ডিএন ০৯২৬ নম্বৰৰ বুলেটখন। বুধবাৰে নিশা গুৱাহাটীৰ জয়ানগৰৰ পৰা চুৰি হৈছিল বুলেটখন।
আৰু পঢ়ক...