শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

বানত ডুবা কোচি বিমান বন্দৰৰ পৰা পুনৰ বিমান চলাচল আৰম্ভ

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে। ঠায়ে ঠায়ে পানী শুকাইছে যদিও, বতৰ এতিয়াও ডাৱৰীয়া হৈয়ে আছে। ইফালে কৰ্ণাটক আৰু উত্তৰাখণ্ডত বান আৰু গৰাখহনীয়া লাহে লাহে জটিলৰ ফালে ঢাল খাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা…
আৰু পঢ়ক...

বিদ্যুৎ বিভাগে ভাল জ্বলাইছে গহপুৰবাসীক

ডিজিটেল সংবাদ, গহপুৰঃ ১৬ দিন ধৰি গহপুৰ নগৰৰ ১ নং ৱাৰ্ডৰ ধেনুধৰাৰ একাংশ গ্ৰাহক উপভোক্তাৰ লগতে সমীপৰ কেইবাখনো গাঁৱৰ ৰাইজক কম ভল্টেজে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে। প্ৰবীণ শিল্পী পদ্ম ভূঞাৰ দৰে বয়োজ্যেষ্ঠ নাগৰিককে ধৰি বহু ভুক্ত…
আৰু পঢ়ক...

নগাঁৱৰ কামপুৰ ৰে’ল ষ্টেচনত চোৰক গণপ্ৰহাৰ

ডিজিটেল ডেস্কঃ নিশা নগাঁৱৰ কামপুৰ ৰে'ল ষ্টেচনত এটা চোৰক ধৰি গণপ্ৰহাৰ দিলে একাংশ লোকে। ৰে'ল যাত্ৰীৰ পৰা বেগ চোৰ কৰি পলাব খোজোতেই ৰাইজে ধৰিলে চোৰটোক। পিছত গভাইত চোৰটোক গণ পহাৰ দিয়াৰ খবৰ পাই কামপুৰ ষ্টেচনত কামপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত…
আৰু পঢ়ক...

আজি ৰাজীৱ গান্ধীৰ ৭৪সংখ্যক জন্মদিন

ডিজিটেল ডেস্কঃ আজি ৰাজীৱ গান্ধীৰ ৭৪সংখ্যক জন্মদিন। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্মদিনত তেওঁৰ সমাধিস্থলীলৈ গৈ কংগ্ৰেছ নেতা তথা পৰিয়ালে প্ৰাৰ্থনা জনাই সশ্ৰদ্ধাৰে সোঁৱৰণ কৰে। পুৱাই ৰাজীৱ গান্ধীৰ সমাধিস্থলত উপস্থিত হয়গৈ ছোনিয়া…
আৰু পঢ়ক...

দুদিনৰ মূৰত এসাজ! কেৰালাত থকা অসমীয়াৰ খবৰ ৰাখিছে কোনে?

 মৃদুল কুমাৰ সন্দিকৈ যোৱা ১০০ বছৰত এনে পৰিৱেশ হোৱা নাছিল কেৰালাত। চৌদিশে কেৱল পানী আৰু পানী। চহৰ বা বসতিস্থল নহয় যেন কিছু কিছু ঠাই হৈ পৰিছিল সাগৰ সদৃশ। আজি কিছু পানী শুকাইছে। আমি দুদিন ধৰি কেৰালাত থকা বানাক্ৰান্তৰ খবৰ বিচাৰি হাহাকাৰ…
আৰু পঢ়ক...

বাঁহেৰেও বনাইছে গাড়ী! আমেৰিকা-লণ্ডনত নহয় চলে মৰাণত

ডিজিটেল ডেস্কঃ ভাল খবৰ। অসমতে নিৰ্মাণ হৈছে গাড়ী। এলা পেছা গাড়ী নহয় এইখন। ডিমোৰ কাষৰীয়া শিলপোতা গাঁৱৰ নিবাসী ববী মাউতে নিৰ্মাণ কৰিছে এখন অদ্ভূত গাড়ী। গাড়ীখনৰ নাম ‘অভিনৱ’। অসম বুকছ অৱ ৰেকৰ্ডে ইতিমধ্যে স্বীকৃতি দিছে গাড়ীখনক। ‘অভিনৱ’…
আৰু পঢ়ক...

আমেৰিকাত ছালমাক সুধিছিল ‘আলফা’, ‘ডি ভোটাৰ’ৰ কথা…

(আমেৰিকাৰ পৰা দেওবাৰে নিশা ঘূৰি আহি দিল্লী পালেহি কামৰূপ  (গ্ৰাম্য)ৰ সোণতলীচৰৰ ছালমা হুছেইন। প্ৰায় ১৫দিনৰ অন্তত ছালমা ঘূৰি আহিছে আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ পৰা। এখন অতি পিছপৰা গাঁৱৰ পৰা গৈ ভাৰতক আমেৰিকাত প্ৰতিনিধিত্ব কৰা ছালমাই এন ডি…
আৰু পঢ়ক...

আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ আজোনাতিৰ দেহাৱসান

ডিজিটেল সংবাদ, যোৰহাটঃ ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটত থকা সময়ত শাসন চলোৱা অন্তিমজন স্বাধীন স্বৰ্গদেউ পুৰন্দৰ সিংহৰ আজোনাতি ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ আজি বিয়লি দেহাৱসান ঘটে। নব্বৈৰ দশকত ৰাজ্যৰ ছপা মাধ্যমৰ অন্যতম জনপ্ৰিয়…
আৰু পঢ়ক...

জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সংবাদসেৱীসকলৰ মঞ্চ জাজৰি প্ৰেছ ক্লাৱৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ১৯ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায়৷ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত পুৱা ৯ বজাত শিক্ষাবিদ ফইজুৰ…
আৰু পঢ়ক...

১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত শোচনীয় পৰাজয়ৰ পিছত তৃতীয়খন টেষ্টত বলিঙেৰে আশা উজ্জীৱিত কৰিবলৈ সমৰ্থ হৈছে ভাৰতে। নাটিংহামত চলি থকা খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতীয় বলাৰৰ সমুখত তিষ্ঠিব নোৱাৰি ঘৰুৱা দলটোৱে ৩৮.২ অভাৰত ১৬১ ৰাণতে…
আৰু পঢ়ক...