শেহতীয়া খবৰ
বাক্সাৰ কালপানীত তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱৰ জন্মোৎসৱ পালন  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  ৬৮’ প্ৰখ্যাত শ্ৰমিক আন্দোলনৰ ৫০ বছৰঃ মালিগাঁৱত ছহিদলৈ শ্ৰদ্ধাঞ্জলি  •  বাস্তৱৰ জীৱনঃ কি ক’বি, সৰুজনী ছোৱালীয়েই মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন

ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য

ডিজিটেল সংবাদ, আগৰতলাঃ ৯৬ শতাংশ আসন দখলৰে ত্ৰিপুৰাত পঞ্চায়তৰ উপনিৰ্বাচনত বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে শাসকীয় বিজেপি দল। মুঠ ৩৩৮৬ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ৩২৪৭ আসনতে জয়ী হৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে দলটোৱে।…
আৰু পঢ়ক...

মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অহা ২০ ছেপ্টেম্বৰত নটুৱাগাঁওৰ শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰা হ'ব। '৪২ৰ গণ আন্দোলনৰ শ্বহীদ মনবৰ নাথৰ স্মৃতিত…
আৰু পঢ়ক...

গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ প্ৰথম দিনটোত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত ঐতিহাসিক আকাশীগংগাৰ তীৰত আৰম্ভ হৈছে সদৌ অসম ভিত্তিত বৰগীত আৰু দিহানাম…
আৰু পঢ়ক...

স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, শিৱসাগাৰঃ উচ্চস্বৰৰ গান। সেই গানৰ তালে তালে নৰ্তকীৰ উদ্দাম নৃত্য। তাৰ মাজতে ৰাজপথত স্বল্পবসনা যুৱতীক চুম্বন কেবাগৰাকী পুৰুষৰ। কোনো মেলাত নহয়, বিশ্বকৰ্মা পূজাৰ পিছত মূৰ্তি বিসৰ্জন দিবলৈ যোৱাৰ পথত দেখা গৈছে এই দৃশ্য। উত্তৰ…
আৰু পঢ়ক...

১ মিনিটত দিনটোৰ ২৫ খবৰ

১. বুলেট ট্ৰেইনৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল আহমেদাবাদ। সহস্ৰাধিক কৃষকে বুলেট ট্ৰেইন প্ৰকল্প বন্ধ কৰাৰ দাবীত মঙলবাৰে কঁপালে গুজৰাটৰ ৰাজপথ। মুম্বাইত একাধিক দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। ২. দলৱদ্ধ ধৰ্ষণৰ বাতৰি পৰিৱেশনক লৈ হাৰিয়ানাৰ একাংশ…
আৰু পঢ়ক...

কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’

ডিজিটেল ডেস্কঃ বেছি ফূৰ্তি কৰিলেও কেতিয়াবা বিপদ আহিব পাৰে। উত্তৰপ্ৰদেশৰ কেইজনমান আৰক্ষীৰ এনে দশাই হ’ল। পথৰ কাষত গাড়ী ৰখাই কেইগৰাকীমান আৰক্ষীয়ে ফূৰ্তি কৰিছিল নাচি-বাগি। পিছে সেই ফূৰ্তিয়ে কাল হ’ল তেওঁলোকৰ। আউৰায়া নামৰ স্থানত কৰ্তব্যত…
আৰু পঢ়ক...

শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ

ডিজিটেল সংবাদ, শ্বিলংঃ প্ৰধানমন্ত্ৰী মোডীৰ ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক অভিযানত অংশ লৈ মঙলবাৰে শ্বিলঙত হাতত ঝাড়ু তুলি ল’লে কেন্দ্ৰীয় ৰাজ্যিক বহিঃপৰিক্ৰমা মন্ত্ৰী এম জে আকবৰে। আপাৰ শ্বিলঙৰ মাইলিমৰ অন্তৰ্গত মাউক্ল’ট গাঁৱত এইদৰে শ্ৰমদান কৰি…
আৰু পঢ়ক...

লক্ষ্য নতুন ইতিহাস… ‘এডিডাছ’ৰ সৈতে চুক্তিৱদ্ধ স্বৰ্ণকন্যা হিমা দাস

ডিজিটেল সংবাদ, গুৱাহাটীঃ এডিডাছ হিমা দাস। এনেদৰেই খেলপথাৰৰ ট্ৰেকৰ পৰা কৰ্প'ৰেটৰ বিজ্ঞাপনৰ ট্ৰেকত খোজ থৈ এক নতুন যাত্ৰা আৰম্ভ কৰিছে ধিঙৰ হিমা দাসে। ফিনলেণ্ড আৰু ইণ্ডোনেছিয়াৰ সাফল্যৰ পিছতে বিশ্বখ্যাত জাৰ্মানীৰ প্ৰতিষ্ঠানটোৱে হিমাৰ সৈতে…
আৰু পঢ়ক...

বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ মুকলি বেহা। অসমৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অৰুণাচলৰ পৰা অবৈধভাৱে অহা সুৰা। মঙলবাৰে সন্ধিয়া কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগৰ নেতৃত্বত বাগৰিৰ এখন ধাৱাৰ সন্মুখৰ পৰা জব্দ কৰে…
আৰু পঢ়ক...

উৎকোচ নিদিয়াৰ বাবেই অব্যাহতি! কোকৰাঝাৰৰ গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত

গৃহৰক্ষীৰ নিয়োগ-বদলিৰ নামত সন্থাৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উৎকোচ নিদিয়াৰ বাবেই ৩৩ গৃহৰক্ষী জোৱানক অব্যাহতি ক্ষুব্ধ গৃহৰক্ষীৰ ধৰ্না কাৰ্যসূচীত উত্তাল কোকৰাঝাৰ
আৰু পঢ়ক...